• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি

চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি

3 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি

editor by editor
August 3, 2023
in প্ৰযুক্তি, বিবিধ, ভাৰত
0
চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি
0
SHARES
685
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘টেছলা ইণ্ডিয়াই মটৰ এণ্ড এনাৰ্জি প্ৰাইভেট লিমিটেড’ নামত এটা বিশেষ কাৰ্যালয় আৰম্ভ কৰিছে উদ্যোগপতি এলন মাস্কে৷ ভাৰতৰ মাটিত প্ৰথমটো টেছলাৰ কাৰ্যালয় আৰম্ভ কৰিবলৈ আগবাঢ়িছে মাস্কে৷ ভাৰতত বাহন উৎপাদন কৰাৰ পৰিকল্পনাৰ কথা কিছুদিন পূৰ্বেই জনাইছিল সংস্থাটোৱে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সৈতে বিষয়টোক আলোচনাতো বহিছিল টেছলাৰ চিইঅ’ এলন মাস্কে৷ সূত্ৰৰ খবৰ অনসৰি সকলো যাৱতীয় কাম সম্পন্ন হৈছে৷ দিল্লী, মুম্বাই, বাংগালুৰুত কাৰ্যালয় খুলিব বুলি ওলোৱা খবৰ মিছা৷ টেছলাৰ প্রধান কাৰ্যালয় হ’ব মহাৰাষ্ট্ৰৰ পুনেত৷ পুনেত বিশেষ এটা ঘৰ ৬০ মাহৰ বাবে লীজত লৈছে টেছলাই৷ প্ৰতি মাহত এই কাৰ্যালয়ৰ বাবদ ১১.৬৫ লাখ টকা ভাড়া পৰিশোধ কৰিব টেছলাৰ চিইঅ মাস্কে৷ কাৰ্যালয়টো ৫, ৮৫০ স্কোৱাৰ ফুটৰ৷ পুনেৰ পঞ্চশীল বিজনেছ পাৰ্কৰ নিচেই কাষতেই হ’ব এই কাৰ্যালয়৷

উল্লেখ্য যে, এছিয়াৰ মহাদেশৰ ভিতৰত কেৱল চীনতেই আছে টেছলাৰ সকলোতকৈ বৃহৎ কাৰখানা৷ এইবাৰ ভাৰততো এই সংস্থাই নিজা কাৰখানা খোলাৰ পৰিকল্পনা কৰিছে৷ চীনৰ বিকল্প হিচাপে ভাৰতত কেৱল কাৰখানাই তৈয়াৰ কৰিব তেনে নহয়, দেশত এই বাহন বিক্ৰিৰো পৰিকল্পনা কৰিছে টেছলাই৷ ইয়াৰ পৰাই এছিয়াৰ একাধিক দেশলৈ গাড়ী বিক্ৰিৰ বাবেও পঠিওৱাৰ দিহা কৰিছে টেছলাৰ মালিকে৷ টেছলাৰ বাহনত চীনৰেই আধিপত্য বেছি৷ সম্প্ৰতি ভাৰততো এই কাৰখানা গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবা লানি বৈঠকো অনুষ্ঠিত কৰিছে মাস্কে৷

টেছলাৰ বাহন তৈয়াৰৰ কাৰখানাৰ যাৱতীয় কাম চম্ভালিবলৈ পুনেত বিশেষ কাৰ্যালয়টো গঢ়ি তুলিছে মাস্কে৷ সূত্ৰৰ খবৰ অনুসৰি এই কাৰ্যালয়ৰ বাবে ৩৪.৯৫ লাখ টকা চিকিউৰিটি ডিপোজিট দিছে টেছলাৰ চিইঅই৷ কাৰ্যালয়ত ৫খন বাহন আৰু ১০খন মটৰচাইকেল পাৰ্কিং কৰিব পৰা ব্যৱস্থা আছে৷ পুনে আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মাত্ৰ ৩ কিঃমিঃ দূৰত্বত এই কাৰ্যালয়৷ ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৰেণ্টেল পেমেণ্ট প্ৰক্ৰিয়া৷ কাৰ্যালয় আৰম্ভ হোৱাৰ পাছতেই কাৰখানাৰ কামো আৰম্ভ হ’ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷

একাধিক ৰাষ্ট্ৰীয় সংবাদমাধ্যমে দাবী কৰামতে, ভাৰতত শীঘ্ৰেই কাৰখানাৰ কাম আৰম্ভ হ’ব৷ টেছলাই তৈয়াৰ কৰা এই বাহনৰ দাম ভাৰতত ২০ লাখৰ পৰা আৰম্ভ হ’ব৷ ইমান কম দামত টেছলাৰ বাহন পোনপ্ৰথমে ভাৰততেই মুকলি কৰা হ’ব৷ বৰ্তমান এই সংস্থাৰ সকলোতকৈ কমদামী বাহনখনৰ দামেই হৈছে ৩২লাখ টকা৷ বৈদ্যুতিক বাহনৰ বিক্ৰিৰ নিৰিখত মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা সমগ্ৰ বিশ্বতেই শীৰ্ষস্থানত আছে টেছলা৷ ভাৰতত টেছলাই মুকলি দিবলগীয়া গাড়ী দুখন হৈছে Model S আৰু Model 3।
ইয়াৰমাজতে টেছলাৰ Model 3 লঞ্চ হৈছিল ২০১৭ চনত৷ এই বাহনখনেই সংস্থাটোৰ সকলোতকৈ কম দামী গাড়ী৷ ফুল চাৰ্জ দিলে বাহনখনে ৩৫০ কিঃমিঃ অতিক্ৰম কৰিব পাৰে৷ এই বাহনখনৰ ভিতৰত থকা বিশেষ সুবিধা হৈছে এই বাহনৰ ভিতৰতেই খেলিব পাৰিব গেম, গ্লাছ ৰুফ, ৱায়াৰলেছ কানেক্টিভিটি আৰু ৫ষ্টাৰ চেফ্টি ৰেটিং৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
কেদাৰনাথত আকৌ প্ৰলয়! যাত্ৰাপথত পাহাৰ খহি সন্ধানহীন ১০-১২ গৰাকী তীৰ্থযাত্ৰী

কেদাৰনাথত আকৌ প্ৰলয়! যাত্ৰাপথত পাহাৰ খহি সন্ধানহীন ১০-১২ গৰাকী তীৰ্থযাত্ৰী

সম্পৰ্ক যদি নিজৰ ইচ্ছাত হয় তেতিয়া মিছা মোকৰ্দমা কিয়? এলাহবাদ হাইকৰ্টে লিভ ইন টুগেদাৰত থকাসকলক লৈ উত্থাপন কৰিছে প্ৰশ্ন

সম্পৰ্ক যদি নিজৰ ইচ্ছাত হয় তেতিয়া মিছা মোকৰ্দমা কিয়? এলাহবাদ হাইকৰ্টে লিভ ইন টুগেদাৰত থকাসকলক লৈ উত্থাপন কৰিছে প্ৰশ্ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.