• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

4 years ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

42 minutes ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

2 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

3 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

3 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

4 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

4 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

5 hours ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

6 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

7 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

8 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

9 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

editor by editor
May 31, 2022
in অসম, ৰাজনীতি
0
শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?
0
SHARES
117
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ অহা ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন৷ মুঠ ২৬ টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত ইতিমধ্যে শাসনাধিষ্ঠিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চমক লগা হৈছে৷ কিন্তু তাৰ বিপৰীতে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ যথেষ্ট দুৰ্বল৷ অন্য অৰ্থত কংগ্ৰেছ দলে নিৰ্বাচনৰ পূৰ্বেই যেন পৰাজয় স্বীকাৰ কৰিছে৷ কিন্তু কিয়? কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ গঠনত কংগ্ৰেছ দল আৰু চৰকাৰৰ অৱদান অনস্ৱীকাৰ্য৷ তৎসত্ত্বেও কংগ্ৰেছ দলৰ প্ৰতি আজি যেন কাৰ্বি জনতাৰো মোহভংগ হৈছে!

মূলতঃ কংগ্ৰেছ দলৰ আভ্যন্তৰীণ সংঘাত আৰু নেতৃত্বকেন্দ্ৰিক বিবাদৰ বাবে দেশৰ অন্যতম প্ৰাচীন দলটো আজি গণবিচ্ছিন্ন৷ সেইবাবে যোৱা বিধানসভা নিৰ্বাচনৰ পাছত অসমত প্ৰতিটো নিৰ্বাচনতে শোচনীয়ভাৱে কংগ্ৰেছ পৰাজিত হৈছে৷ অৱশ্যে এইক্ষেত্ৰত দলীয় নীতি আৰু ৰাজনৈতিক সমীকৰণো সমালোচনাৰ ঊৰ্ধ্বত নহয়৷ বিশেষকৈ অসম বিধানসভাৰ যোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসমত যি ৰাজনৈতিক উদ্দেশ্যেৰে aiudfৰ লগত মহাজোঁট গঠন কৰিছিল, সেই মহাজোঁটৰ সমীকৰণ ৰাজ্যবাসীৰ বাবে মুঠে গ্ৰহণযোগ্য নাছিল৷ কিয়নো উজনি অসমত মূলসুঁতিৰ অসমীয়া ভোটাৰে বদৰুদ্দিন আজমল নেতৃত্বাধীন aiudfৰ ৰাজনৈতিক স্থিতিক কোনোপধ্যেই সমৰ্থন দিয়া নাছিল৷ পৰিণতিত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত উজনি অসমৰ বহুকেইটা সমষ্টিত কংগ্ৰেছৰ ৰাজনৈতিক সূত্ৰ ব্যৰ্থ হৈছিল৷

লগতে পঢ়ক পুনৰ সমকামীৰ বিবাহ! বিবাহপাশত আৱদ্ধ হ’ল দুই আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটাৰ

সাধাৰণ নিৰ্বাচনৰ পাছত ৰাজ্যত ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হয়৷ সেই নিৰ্বাচনতো কংগ্ৰেছ দলৰ পুনৰ পৰাজয় হয়৷ অৱশ্যে বাহ্যিক দৃষ্টিত শাসক পক্ষৰ প্ৰাৰ্থী উপ-নিৰ্বাচনত জয়ী হয় বুলি এক ৰাজনৈতিক ধাৰণাও নথকা নহয়৷ কিন্তু তাৰ পাছত অনুষ্ঠিত হোৱা পৌৰসভা আৰু গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ দল যিধৰণে পৰাস্ত হ’ল তাৰ পাছত দলৰ গ্ৰহণযোগ্যতাৰ প্ৰশ্নও স্বাভাৱিকতে উত্থাপিত হৈছে৷ ধাৰাবাহিক পৰাজয়ৰ সম্পৰ্কত দলৰ ভিতৰচ’ৰাত ব্যাপক চিন্তা-চৰ্চা চলিব লাগিছে৷ নতুন ৰাজনৈতিক সমীকৰণ অথবা নেতৃত্ব সম্পৰ্কতো আলোচনা হৈছে৷ খোদ প্ৰদেশ কংগ্ৰেছৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য৷

একে সময়তে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনক লৈও উদ্বিগ্ন কংগ্ৰেছ নেতৃত্ব হৈ আছে৷ শীৰ্ষ নেতৃত্বও বিচাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত যদি কংগ্ৰেছ দল পুনৰ পৰাজিত হয় তেন্তে সেই পৰাজয় শেষ পৰাজয় হওক৷ দলীয় নেতৃত্বই বিচৰা ধৰণে এই পৰাজয় প্ৰকৃততে শেষ পৰাজয় হ’বনে?

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AICCAPCCasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamCongress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা
অসম

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

October 8, 2026
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
Next Post
প্ৰিয় ট্ৰেক্টৰত সিদ্ধুৰ মুছৱালাৰ শেষ যাত্ৰা! সমেবত কে’বাহাজাৰো লোক

প্ৰিয় ট্ৰেক্টৰত সিদ্ধুৰ মুছৱালাৰ শেষ যাত্ৰা! সমেবত কে’বাহাজাৰো লোক

জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত শিক্ষয়িত্ৰী

জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত শিক্ষয়িত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.