• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?

‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?

1 month ago
পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

পত্নী বিনিময়ত পাৰ্টিত ভাতৃৰে পত্নীক যৌন সম্পৰ্ক স্থাপনৰ হেঁচা, স্বামীৰ বিৰুদ্ধে গোচৰ

2 hours ago
বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

3 hours ago
ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

ঐ ৰাম ভগৱন্ত মানৰ বিয়া এ! কাইলৈ মুখ্যমন্ত্ৰী মানৰ দ্বিতীয় বিবাহ

4 hours ago
আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

আজি আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস : জানো আহক চুম্বনৰ প্ৰকাৰ কি কি?

5 hours ago
দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

দুটা ভাল খবৰে হাঁহি বিৰিঙাব কৰ্মচাৰীৰ মুখত! কি এই দুটা ভাল খবৰ? জানিবলৈ পঢ়ক…

6 hours ago
কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?

7 hours ago
জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য

8 hours ago
ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা

9 hours ago
নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!

1 day ago
বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

বিশ্বৰ চৌদিশে হিন্দুবিৰোধী শক্তি সক্ৰিয় কিয়? ১০০ কোটি হিন্দুৱে জয় কৰিব বিশ্ব!

1 day ago
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

1 day ago
ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

ওফন্দি উঠা বৰাক নৈৰ মথাউৰি কাটি গ্ৰেপ্তাৰ হ’ল ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৪ যুৱক

1 day ago
  • About
  • Advertise
  • Careers
Wednesday, July 6, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?

editor by editor
May 31, 2022
in চিনেমা, বিনোদন
0
‘কভী চ’তন কভী চেহেলী’, প্ৰাক্তন স্বামীৰ প্ৰেমিকাৰ প্ৰশংসাত পঞ্চমুখ কোন প্ৰাক্তন পত্নী?
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউদৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশন আৰু ছাবা আজাদৰ সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পাছত বি টাউনত ব্যাপক চৰ্চা লাভ কৰিছে।

অৱশ্যে ছাবা আৰু ঋত্বিকে নিজৰ সম্পৰ্কৰ কথা প্ৰথমে স্বীকাৰ নকৰিলেও মাজে মাজে সাংবাদিকে দুয়োকে একেলগে কেমেৰাত আৱদ্ধ কৰি আহিছিল।

পিছে এইবাৰ বলীউডৰ নতুন প্ৰেমিক যুগল চৰ্চালৈ আহিছে বিশেষ এটা কাৰণতহে। কিয়নো শেহতীয়াকৈ ছাবাৰ এটা ভিডিঅ’ত কমেন্ট কৰিছে ঋত্বিকৰ প্ৰাক্তন পত্নী চুজান খানে।

 

লগতে পঢ়ক শচীন টেণ্ডুলকাৰে গঠন কৰিলে ’২২ৰ আইপিএলৰ শ্ৰেষ্ঠ দল, কাক পাতিলে অধিনায়ক?

ইনষ্টাগ্ৰামত দিয়া বাদামী ৰঙৰ ব’ডি হাগিং ড্ৰেছ পিন্ধি ছাবাক ভিডিঅ’টোত আগৰ দৰেই ষ্টানিং দেখা গৈছে। ছাবাই এই ভিডিঅ’ পোষ্টটোত কেপচন হিচাপে লিখিছে, ‘‘এই নাৰ্চিছিজমৰ বাবে মোৰ কোনো স্মাৰ্ট কেপচন নাই!! #bts।’’

তেতিয়ালৈকে ভিডিঅ’টো বিশেষ গুৰুত্ব পাবলগীয়া নাছিল৷ পূৰ্বৰ দৰেই এটা সচৰাচৰ ভিডিঅ’ৰ দৰেই আছিল বুলি ক’ব পাৰি৷ কিন্তু হঠাতে ভিডিঅ’টোত এটা টুইছ আহিল যেতিয়া ঋত্বিকৰ প্ৰাক্তন পত্নী চুজান খানে তাত বিশেষ কমেন্ট দিলে৷

পোষ্টটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চুছান খানে কমেণ্ট ছেকচনলৈ গৈ জুইৰ ইমোজিৰে লিখিলে, “ৱাউ ছাবু”।

 

View this post on Instagram

 

A post shared by Saba Azad (@sabazad)

 

লগতে পঢ়ক ভিন্সিৰ মনালিছাক আক্ৰমণ! কোনে সানিলে মনালিছাৰ গালত কেক?

চুজান খানৰ এই কমেন্টৰ পিছতে বি টাউনত ঋত্বিক, ছাবা আৰু ছুজান এই তিনিও বিশেষ চৰ্চা লাভ কৰিছে৷ ঋত্বিক আৰু ছাবাৰ সম্পৰ্কৰ বিষয়টোও পুনৰ বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে৷

উল্লেখ্য যে ঋত্বিক ৰোশনৰ প্ৰাক্তন পত্নী সুজান লগত ঋত্বিকৰ গাৰ্ল ফেণ্ডৰ সম্পৰ্ক ভগ্নীৰ দৰে৷ দুয়োকে একেলগে প্ৰায়ে দেখা যায়৷ বি টাউনত ঋত্বিক আৰু ছাবাক প্ৰায়ে একেলগে দেখা গ’লেও দুয়োৱে তেওঁলোকৰ সম্পৰ্কৰ কথা প্ৰথমে স্বীকাৰ কৰা নাছিল৷

 

লগতে পঢ়ক ইনষ্টাগ্ৰামৰ ট্ৰেণ্ডত মালাইকা আৰোৱা! কিয় ট্ৰেণ্ড আছে বলিউদৰ তাৰকাগৰাকী?

কিন্তু ছবি নিৰ্মাতা তথা নিৰ্দেশক কৰণ জহৰৰ ৫০ সংখ্যক জন্মদিনৰ দিনা ছাবা আজাদৰ সৈতে উপস্থিত আছিল ঋত্বিক ৰোশন৷ তাত উপস্থিত আছিল ঋত্বিকৰ প্ৰাক্তন পত্নী চুজান খানো৷ উক্ত অনুষ্ঠানতে ঋত্বিক ৰোশনে ছাবা আজাদৰ সম্পৰ্কৰ কথা আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰিছিল৷

ইয়াৰ পিছতে চুজান খানে ছাবা আজাদৰ ইনষ্টাগ্ৰাম ভিডিঅ’ত এই সুন্দৰ কমেন্ট দিয়াৰ পিছতে সমগ্ৰ বিষয়টোৱে বি টাউনৰ চৰ্চা লাভ কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHrithik RoshanSaba AzadSussanne Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল
চিনেমা

বিপদত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ পত্নী! আলিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল

July 6, 2022
বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?
ৰাজনীতি

বলীউড এৰি ৰাজনীতিলৈ অভিনেতা অক্ষয় কুমাৰ! কি ক’লে অক্ষয় কুমাৰে?

July 5, 2022
বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!
বিবিধ

বিবাহ নকৰাকৈ ২৪ বছৰীয়া অভিনেত্ৰী নিধি গৰ্ভৱতী! আলিয়া ভাটৰ গৰ্ভাৱস্থা পাহৰিলে নেটনাগৰিকে!

July 5, 2022
অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ
ভাৰত

অভিনেত্ৰীৰ সৈতে হোটেলত ধৰা পৰিল বিখ্যাত অভিনেতা, চপ্পলেৰে আক্ৰমণ তৃতীয় পত্নীৰ

July 4, 2022
Next Post
শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

শেষ পৰাজয়ো আসন্ন, বিজয়ৰ পথ আহিবনে?

প্ৰিয় ট্ৰেক্টৰত সিদ্ধুৰ মুছৱালাৰ শেষ যাত্ৰা! সমেবত কে’বাহাজাৰো লোক

প্ৰিয় ট্ৰেক্টৰত সিদ্ধুৰ মুছৱালাৰ শেষ যাত্ৰা! সমেবত কে’বাহাজাৰো লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.