• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

4 months ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

17 minutes ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

52 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

4 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

5 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

6 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

16 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

17 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

17 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত! উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

editor by editor
May 11, 2026
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল ৰাজনীতিবিদৰ উপস্থিতিতেই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত নহয়৷ এই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ ৪জনকৈ আগশাৰীৰ উদ্যোগপতিও৷ মুকেশ আম্বানী, গৌতম আদানী, জিত আদানী, সজ্জন জিন্দাল উপস্থিত থাকিব ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিবলগীয়া বিশেষ অনুষ্ঠানত৷

মঙলবাৰে ঠিক ১১ বজাৰ লগে লগেই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই৷ এই অনুষ্ঠানত দেশৰ প্ৰায় ২০খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব৷ ইয়াৰোপৰি উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙো৷ ইতিমধ্যেই গুৱাহাটীত উপস্থিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলগীয়া মুখ্যমন্ত্ৰীৰ তালিকা?

মঙলবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব- ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চাহা, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাই, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱস্ত, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছৈনী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচন্দ্ৰ সিং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ, ওড়িশাৰ মোহন চৰণ মাঝি, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা৷

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকী উপমুখ্যমন্ত্ৰী আৰু বিজেপিৰ বহু ৰাষ্ট্ৰীয় নেতাও৷ এই শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে শপতগ্ৰহণ কৰিব ৪গৰাকী মন্ত্ৰীয়ে৷ চৰণ বড়ো, ৰামেশ্বৰ তেলী, অজন্তা নেওগ আৰু অতুল বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে শপতগ্ৰহণ কৰিব৷ অৱশ্যে কোনে কি দপ্তৰ পাব সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

September 22, 2026
Next Post
আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.