• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

3 months ago
iPhone 18 Pro ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

37 minutes ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

1 hour ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

12 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

12 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

13 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

13 hours ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

13 hours ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

14 hours ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

17 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

17 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

19 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন

editor by editor
June 12, 2026
in বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
এইসকলে এতিয়াৰে পৰা সাধাৰণ পেট্ৰল পাম্পৰ পৰা ক্ৰয় কৰিব নোৱাৰিব ইন্ধন
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজেল ক্ৰয় সন্দৰ্ভত চৰকাৰে কিছু নিৰ্দেশনা জাৰি কৰিছে। নতুন চৰকাৰী নিৰ্দেশ অনুসৰি ঔদ্যোগিক, বাণিজ্যিক আৰু প্ৰতিষ্ঠানিক ব্যৱহাৰকাৰীসকলক সাধাৰণ পেট্ৰ’ল পাম্পৰ পৰা পেট্ৰ’ল আৰু ডিজেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চৰকাৰে এনে প্ৰতিষ্ঠানক নিজৰ প্ৰয়োজনীয় ইন্ধন অনুমোদিত বাল্ক বিক্ৰী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছে।
এই নিষেধাজ্ঞাসমূহ ৯০ দিনৰ বাবে কাৰ্যকৰী হ’ব। পিছলৈ এই সময়সীমা আৰু বৃদ্ধি হ’ব পাৰে। কিছুমান অঞ্চলত ডিজেলৰ চাহিদা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ পাছত চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ মূল কাৰণ হৈছে যে বহুতো বৃহৎ ব্যৱহাৰকাৰী আৰু প্ৰতিষ্ঠানে বাল্ক বিক্ৰীৰ তুলনাত কম মূল্যত উপলব্ধ সাধাৰণ পেট্ৰ’ল পাম্পৰ পৰা ডিজেল ক্ৰয় কৰা চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল। সাধাৰণতে টেলিকম টাৱাৰ পৰিচালনা, বিদ্যুৎ উৎপাদন, নিৰ্মাণ কাৰ্য আৰু অন্যান্য বৃহৎ বাণিজ্যিক কাম-কাজত ডিজেল ব্যৱহাৰ কৰা ডাঙৰ উদ্যোগসমূহক বাল্ক ভিত্তিত তুলনামূলকভাৱে অধিক মূল্যত ডিজেল বিক্ৰী কৰা হয়। ফলস্বৰূপে, কম মূল্যত উপলব্ধ সাধাৰণ পেট্ৰ’ল পাম্পৰ পৰা বহুল পৰিমাণে এনে প্ৰতিষ্ঠানসমূহে ডিজেল ক্ৰয় কৰে।

উদাহৰণস্বৰূপে, দিল্লীত সাধাৰণ পেট্ৰ’ল পাম্পত ১২ জুনত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৫.২০ টকা, আনহাতে বাল্ক বিক্ৰী কেন্দ্ৰত একে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ১৩৪.৫০ টকা। অৰ্থাৎ, দুয়োটা মূল্যৰ মাজত যথেষ্ট পাৰ্থক্য আছে। আনহাতে বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহক দৈনিক শ শ লিটাৰৰ ডিজেলৰ প্ৰয়োজন হয়। প্ৰতি লিটাৰত প্ৰায় ৪০টকা ৰাহি কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠানসমূহে সাধাৰণ পেট্ৰ’ল পাম্পৰ পৰা ক্ৰয় কৰা দেখা যায়। এই মূল্য বৈষম্যৰ ফলত বহু বৃহৎ গ্ৰাহকে বাল্ক বিক্ৰী কেন্দ্ৰৰ সলনি সাধাৰণ পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

কিয় চৰকাৰৰ এই পদক্ষেপ?

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়-এ “Motor Spirit and High Speed Diesel (Regulation of Supply through Retail Outlets) Order, 2026” নামৰ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনা ইন্ধন বিক্ৰেতা আৰু তৈল বিপণন কোম্পানীসমূহক নিৰ্দেশ দিয়া হৈছে যে প্ৰয়োজন হ’লে একেলগে ৯০ দিন পৰ্যন্ত খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে বাল্ক পৰিমাণৰ ইন্ধন বিক্ৰী বন্ধ ৰাখিব লাগিব। অৰ্থাৎ বৃহৎ পৰিমাণৰ ইন্ধন প্ৰয়োজন হোৱা শিল্প, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য সংগঠনসমূহে সাধাৰণ পেট্ৰ’ল পাম্পৰ পৰা ডিজেল বা পেট্ৰ’ল কিনিব নোৱাৰিব; তেওঁলোকে কেৱল নিৰ্ধাৰিত বাল্ক বিক্ৰী কেন্দ্ৰৰ পৰাই ইন্ধন সংগ্ৰহ কৰিব লাগিব। চৰকাৰৰ মতে, এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে সাধাৰণ গ্ৰাহকৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰা। বৃহৎ ব্যৱহাৰকাৰীৰ দ্বাৰা খুচুৰা বিক্ৰী ব্যৱস্থাৰ অপব্যৱহাৰ ৰোধ কৰা। ইন্ধন যোগান ব্যৱস্থাত ভাৰসাম্য বজাই ৰখা। কৃত্ৰিম সংকট প্ৰতিহত কৰা। তেল বিপণন কোম্পানীসমূহৰ বিতৰণ ব্যৱস্থাক অধিক সু-সংগঠিত কৰা। এই সিদ্ধান্তৰ ফলত সাধাৰণ গাড়ী-মটৰচালক, বাইক আৰোহী বা ব্যক্তিগত ব্যৱহাৰকাৰীৰ ওপৰত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে। তেওঁলোকে আগৰ দৰেই সাধাৰণ পেট্ৰ’ল পাম্পৰ পৰা ইন্ধন ক্ৰয় কৰি থাকিব পাৰিব। এই নিয়ম মূলতঃ বৃহৎ শিল্প প্ৰতিষ্ঠান, বাণিজ্যিক সংস্থা, টেলিকম কোম্পানী, বিদ্যুৎ উৎপাদন ইউনিট আৰু অন্যান্য বৃহৎ ইন্ধন ব্যৱহাৰকাৰী সংগঠনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Petrol and diesel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone 18 Pro ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!
প্ৰযুক্তি

iPhone 18 Pro ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

September 10, 2026
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?
জীৱনশৈলী

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

September 10, 2026
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

September 9, 2026
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা
জীৱনশৈলী

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

September 9, 2026
Next Post
হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.