• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

4 months ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

10 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

11 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

11 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

12 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

12 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

13 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

14 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

15 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

16 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

16 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

16 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?

editor by editor
June 12, 2026
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা, স্বাস্থ্য
0
হঠাতে হোৱা কণ্ঠস্বৰৰ পৰিৱৰ্তন ডাঙৰ ৰোগৰ ইংগিত নেকি?
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি সাধাৰণতে কণ্ঠস্বৰক কেৱল যোগাযোগৰ এটা মাধ্যম বুলি ভাবোঁ, কিন্তু ই আমাৰ স্বাস্থ্যৰো এটা গুৰুত্বপূৰ্ণ সূচক। সাধাৰণতে ঠাণ্ডা-জ্বৰ বা ক্লান্তিৰ সময়ত কণ্ঠস্বৰত সামান্য পৰিৱৰ্তন দেখা যায়। বহু সময়ত কণ্ঠস্বৰত হোৱা পৰিৱৰ্তনে ডায়েবেটিছ, থাইৰয়েড, হৃদৰোগ বা স্নায়বিক সমস্যাৰ ইংগিতো দিব পাৰে। আচলতে কণ্ঠস্বৰ মগজু, হৃদপিণ্ড আৰু ভ’কেল কৰ্ডৰ সমন্বয়ৰ ফলত সৃষ্টি হয়। সেয়েহে এই অংগবোৰৰ যিকোনো সমস্যাৰ প্ৰভাৱ কণ্ঠস্বৰত তৎক্ষণাত দেখা যায়। এনে পৰিস্থিতিত প্ৰশ্ন হয়— কণ্ঠস্বৰত হোৱা কোনবোৰ পৰিৱৰ্তন সাধাৰণ। কণ্ঠস্বৰ এটা স্নায়ু-পেশী আৰু শ্বাস-প্ৰশ্বাসজনিত প্ৰক্ৰিয়া, য’ত কেইবাটাও অংগই একেলগে কাম কৰে। মগজু কণ্ঠস্বৰ নিয়ন্ত্ৰণৰ মূল কেন্দ্ৰ, যিয়ে শ্বাস-প্ৰশ্বাস, পেশী আৰু কণ্ঠস্বৰক নিৰ্দেশ দিয়ে। হৃদপিণ্ডই বায়ুৰ চাপ সৃষ্টি কৰে, যি কণ্ঠস্বৰৰ শক্তিৰ মূল উৎস। ভ’কেল কৰ্ড বা লেৰিংক্সে বায়ু পাৰ হোৱাৰ সময়ত কম্পন সৃষ্টি কৰি কণ্ঠস্বৰ উৎপন্ন কৰে। জিভা, ওঁঠ আৰু দাঁতে কণ্ঠস্বৰক স্পষ্ট শব্দলৈ ৰূপান্তৰিত কৰে। ইয়াক Articulation বুলি কোৱা হয়। নাক আৰু ডিঙিয়ে কণ্ঠস্বৰৰ অনুৰণন, সুৰ আৰু গুণগত মান নিৰ্ধাৰণ কৰে।

কণ্ঠস্বৰত হঠাতে হোৱা পৰিৱৰ্তন কোনো লুকাই থকা স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে নেকি?

কণ্ঠস্বৰত হঠাতে হোৱা পৰিৱৰ্তনে শৰীৰৰ ভিতৰুৱা কোনো সমস্যাৰ সংকেত দিব পাৰে। আমাৰ কণ্ঠস্বৰ মগজু, স্নায়ু আৰু শ্বাস-প্ৰশ্বাস তন্ত্ৰৰ সৈতে জড়িত। সেয়েহে কেতিয়াবা এই পৰিৱৰ্তনৰ কাৰণ গুৰুতৰো হ’ব পাৰে। ঠাণ্ডা-জ্বৰ, এলাৰ্জি, শৰীৰত পানীৰ অভাৱ বা অত্যধিক কথা কোৱাৰ ফলত কণ্ঠস্বৰত সামান্য পৰিৱৰ্তন হ’ব পাৰে। কণ্ঠস্বৰ ভাঙি যোৱা, কণ্ঠস্বৰ দুৰ্বল হোৱা, সুৰৰ (Pitch) পৰিৱৰ্তন হোৱা, ফুচফুচীয়া বা ভঙা কণ্ঠস্বৰ, কথা কোৱাৰ গতি সলনি হোৱা, ডিঙিত খৰখৰনি বা মিউকাছ হোৱাৰ ফলত কণ্ঠস্বৰৰ স্পষ্টতা কমি যায়। কণ্ঠস্বৰত হোৱা কিছুমান পৰিৱৰ্তন গুৰুতৰ ৰোগৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে, সেয়েহে এইবোৰক অৱহেলা কৰা উচিত নহয়। কণ্ঠস্বৰৰ পৰিৱৰ্তন ষ্ট্ৰোক, স্নায়ুবিক ৰোগ বা কেন্সাৰো আগজাননী হ’ব পাৰে। এনে ক্ষেত্ৰত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। হঠাতে হোৱা পৰিৱৰ্তনে শৰীৰৰ বিভিন্ন সমস্যাৰ সংকেত দিব পাৰে। যদি সামান্য ডিঙিৰ খৰখৰনি হয় বা কণ্ঠস্বৰ বহি যায়, তেন্তে সাধাৰণতে সেয়া কেইদিনমানৰ ভিতৰত নিজে নিজে ভাল হৈ যায়। কিন্তু যদি এই পৰিৱৰ্তন দীৰ্ঘদিন ধৰি থাকে বা আন কিছুমান লক্ষণৰ সৈতে দেখা দিয়ে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যাৱশ্যক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে
অসম

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

October 2, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

‘এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ’ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, ‘ছিমি’য়ে লাভ কৰিলে Honourable Mention সন্মান

'এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ'ত ড৹ পাৰ্থসাৰথি মহন্তৰ ছবি, 'ছিমি'য়ে লাভ কৰিলে Honourable Mention সন্মান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.