• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছত একাধিক শুভ যোগ! লক্ষ্মীৰ আশীৰ্বাদত ধন আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

ধনতেৰছত একাধিক শুভ যোগ! লক্ষ্মীৰ আশীৰ্বাদত ধন আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

2 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

12 minutes ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

56 minutes ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

1 hour ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

3 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

3 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

5 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

6 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

7 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

8 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছত একাধিক শুভ যোগ! লক্ষ্মীৰ আশীৰ্বাদত ধন আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ

editor by editor
November 3, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ধনতেৰছত একাধিক শুভ যোগ! লক্ষ্মীৰ আশীৰ্বাদত ধন আহিব ৫ ৰাশিৰ জাতকৰ হাতলৈ
0
SHARES
42.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কালীপূজাৰ দুদিন পূৰ্বে পালিত হয় ধনতেৰছ বা ধন ত্ৰয়োদশী। এই দিনটোত বহুতেই সোন ক্ৰয় কৰাৰ ওপৰিও ব্ৰঞ্জ, তাম, ছিলভাৰ আদিও ক্ৰয় কৰে। এই বছৰ ধনতেৰছৰ দিনা কন্যা ৰাশিত যুঁটি গঠন কৰিব শুক্ৰ আৰু চন্দ্ৰই। শুক্ৰ শশী যোগৰ শুভ প্ৰভাৱত এই দিনটো কোনো কোনো ৰাশিৰ বাবে অত্যন্ত লাভজনক হ’ব। শনিয়ে ৩০ বছৰ পাছত ধনতেৰছতেই কুম্ভ ৰাশিত অৱস্থান কৰি গঠন কৰিব মূল ত্ৰিকোণ যোগ। ইয়াৰোপৰি ধনতেৰছৰ দিনা থাকিব হস্তনক্ষত্ৰ। ইয়াৰ ফলত এই বছৰৰ ধনতেৰছত শুভ যোগ গঠিত হ’ব। তাৰ প্ৰভাৱত মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাঁচ ৰাশিৰ জাতকে। চাই লওক এই ধনতেৰছত লক্ষ্মীৰ কৃপা কোন কোন ৰাশিৰ জাতকৰ ওপৰত পৰিব।

বৃষ ৰাশি
ধনতেৰছত মা লক্ষ্মীৰ আশীৰ্বাদ বৃষ ৰাশিৰ জাতকৰ ওপৰত পৰিব। কেৰিয়াৰত উন্নতিৰ সুযোগ লাভ কৰিব আপুনি। এই সময়ত বহু গুণে সম্পত্তি বাঢ়িব পাৰে বৃষ ৰাশিৰ জাতকৰ। অফিচত আপোনাৰ মাজত এনাৰ্জিয়ে কাম কৰিব। পাবলগীয়া ধন লাভ কৰিব। পৰিয়ালৰ সৈতে দীপাৱলীৰ আনন্দ উপভোগ কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে।

কৰ্কট ৰাশি
লক্ষ্মীৰ কৃপাত এইবাৰ ধনতেৰছত হঠাৎ হাতলৈ ধন আহিব কৰ্কট ৰাশিৰ জাতকৰ। ৰৈ যোৱা ধন, কোনো প্ৰকল্পৰ ওপৰত নতুনকৈ কাম কৰিবলৈ আৰম্ভ কৰিব পাৰে। এই সকলো কামতেই সাফল্য লাভ কৰিব আপুনি। কেৰিয়াৰত উল্লেখযোগ্য অগ্ৰগতি হ’ব কৰ্কট ৰাশিৰ জাতকৰ। হস্তনক্ষত্ৰৰ প্ৰভাৱত কৰ্কট ৰাশিৰ ব্যৱসায়ীসকলৰ হাতলৈ ধন আহিব। ধনতেৰছত ধন বৃদ্ধিৰো যোগ আছে।

কন্যা ৰাশি
এই বছৰ ধনতেৰছত কন্য ৰাশিৰ জাতকসকল লাভাম্বিত হ’ব। এই সময়ত আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। মা লক্ষ্মীৰ আশীৰ্বাদত সাংসৰিক সুখৰ বাবে পেছাগত জীৱনত উন্নতি হ’ব কন্যা ৰাশিৰ জাতকৰ। ব্যৱসায়ত লাভ বৃদ্ধি পাব। বিদেশ যাত্ৰাও কৰিব পাৰে। এই সময়ত আপুনি যি কামেই হাতত দিয়ক সফলতা পাবই।

তুলা ৰাশি
এই বছৰ ধনতেৰছত তুলা ৰাশিৰ জাতকৰ ঘৰত লক্ষ্মীৰ আগমন ঘটিব। দেৱীৰ কৃপাত আপুনি প্ৰচুৰ পৰিমানে অৰ্থ লাভ কৰিব। ৰৈ থকা ধন এই সময়ত ওভতাই পাব। আপোনাৰ মনত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব। এই সময়ত আপোনাৰ হাতলৈ কোনো চাকৰিৰ প্ৰস্তাৱ আহিব। এই সময়ত বিনিয়োগ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা লাভ হ’ব।

মকৰ ৰাশি
ধনতেৰছত সম্পদ আৰু সমৃদ্ধি উপচি পৰিব মকৰ ৰাশিৰ জাতকৰ জীৱনত। এই সময়ত বুজন পৰিমানৰ অৰ্থ আপোনাৰ হাতলৈ আহিব। সমাজত মান সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। অফিচৰ পৰা মোটা অংকৰ বোনাছ বা ইনছেনটিভ পাব পাৰে। প্ৰমোশ্ব্যন পোৱাৰো সম্ভাৱনা আছে। এই সময়ত অৰ্থ সঞ্চয় কৰি বেংক বেলেন্স বঢ়াব পাৰে। পৰিয়ালতো সুখ শান্তি বৰ্তি থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক
বাণিজ্য

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 28, 2026
Next Post
‘বিগ বছ’ৰ ঘৰত অশান্তি, বিবাহৰ পাছতো কিয় স্বামীৰ সৈতে নাথাকে অংকিতা লোখাণ্ডে?

'বিগ বছ’ৰ ঘৰত অশান্তি, বিবাহৰ পাছতো কিয় স্বামীৰ সৈতে নাথাকে অংকিতা লোখাণ্ডে?

১২ নে ১৩ত দীপাৱলী? জানি লওক দীপাৱলীৰ তাৰিখ আৰু পূজাৰ শুভক্ষণ

১২ নে ১৩ত দীপাৱলী? জানি লওক দীপাৱলীৰ তাৰিখ আৰু পূজাৰ শুভক্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.