• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

2 months ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

3 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

3 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

4 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

4 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

5 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

5 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

6 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

8 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

8 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

9 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

9 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

'Godzilla x Kong: The New Empire'ত অভিনয়েৰে লাভ কৰিছিল বঁটা

editor by editor
July 22, 2026
in চিনেমা, বিনোদন, বিশ্ব
0
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
0
SHARES
403
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘গডজিলা বনাম কং’ আৰু ‘গডজিলা x কং: দ্য নিউ এম্পায়াৰ’ ছবিত জিয়া চৰিত্ৰত অভিনয় কৰি ব্যাপক প্ৰশংসা লাভ কৰা জনপ্ৰিয় অভিনেত্ৰী কেলি হট্‌লে অকালমৃ*ত্যুক সৱাটিবলগীয়া হৈছে। মাত্ৰ ১৮ বছৰ বয়সতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত অভিনেত্ৰীগৰাকীৰ মৃ*ত্যু ঘটে। কেলিৰ পিতৃয়ে এই দুখজনক খবৰটোৰ নিশ্চিত কৰিছে। কেলিৰ মৃত্যুত অনুৰাগীসকলৰ লগতে সমগ্ৰ চলচ্চিত্ৰ জগতত শোকৰ ছাঁ পৰিছে। কঙৰ ঘনিষ্ঠ সংগী হিচাপে তেওঁৰ অভিনয়ে দৰ্শকৰ মনত গভীৰ ছাপ পেলাইছিল।

কেলিৰ পিতৃ জশুৱাহ হট্‌লে ফেচবুক লাইভষ্ট্ৰিমত চাইন লেংগুৱেজৰ জৰিয়তে এই দুখজনক খবৰ নিশ্চিত কৰি কয় যে এক পথ দুৰ্ঘটনাত কেলিৰ মৃ*ত্যু হয়। তেওঁ জনায় যে ঘটনাটো মেৰিলেণ্ডত সংঘটিত হৈছিল আৰু সেই সময়ত তেওঁ টেক্সাছত আছিল। তেওঁক প্ৰথমে আৰক্ষীয়ে ফোন কৰি দুৰ্ঘটনাৰ বিষয়ে জনায়। তাৰ পিছত পুনৰ ফোন কৰি কোৱা হয় যে চিকিৎসালয়লৈ নিয়াৰ পথতে কেলিৰ মৃ*ত্যু ঘটে।

জন্মৰ পৰাই বধিৰ আছিল কেলি

কেলি হট্‌ল আটলাণ্টা, জৰ্জিয়াৰ বাসিন্দা আছিল আৰু তেওঁ এগৰাকী বধিৰ অভিনেত্ৰী আছিল। বধিৰ পৰিয়ালত ডাঙৰ-দীঘল হোৱা কেলিয়ে নিজৰ মুখ্য ভাষা হিচাপে আমেৰিকান চাইন লেংগুৱেজ (ASL) ব্যৱহাৰ কৰিছিল। তেওঁ Texas School for the Deafত অধ্যয়ন কৰিছিল। সৰুৰে পৰা ASL-কেন্দ্ৰিক পৰিৱেশত ডাঙৰ হোৱা বাবে তেওঁৰ মাজত আত্মবিশ্বাস আৰু অভিনয়ৰ প্ৰতি গভীৰ আগ্ৰহ গঢ়ি উঠিছিল। অতি কম বয়সতে তেওঁ চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰতিভাশালী যুৱ বধিৰ শিল্পী হিচাপে পৰিচিতি লাভ কৰে।

অভিনয় আৰু সন্মান

‘গডজিলা বনাম কং’ ছবিত কেলিয়ে জিয়া নামৰ এগৰাকী অনাথ বধিৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ কঙৰ সৈতে এক বিশেষ সম্পৰ্ক গঢ়ি উঠে। পিছত ২০২৪ চনত মুক্তি পোৱা ‘Godzilla x Kong: The New Empire’ ছবিতো তেওঁ পুনৰ জিয়াৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখনত তেওঁৰ উৎকৃষ্ট অভিনয়ৰ বাবে তেওঁ Saturn Awards-ত Best Performance by a Younger Actor শাখাত মনোনয়ন লাভ কৰিছিল। কেলিৰ এই আকস্মিক মৃ*ত্যুত চলচ্চিত্ৰ উদ্য়োগত গভীৰ শোকৰ ছাঁ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Hollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
Next Post
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.