• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

6 months ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

30 minutes ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

2 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

2 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

3 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

3 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

4 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

4 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

5 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

5 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

7 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

ভাগ্য হ'ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!

editor by editor
April 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ভাগ্য হ’ব উদয়, অক্ষয় তৃতীয়াত ঘৰলৈ আনক এই দুবিধ সামগ্ৰী!
0
SHARES
852
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্ষয় তৃতীয়া হিন্দু লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি। প্ৰতি বছৰৰ ব’হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু গণেশে মিলি মহাভাৰত ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে গংগা নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে। এই উৎসৱ ভাৰত আৰু নেপালৰ হিন্দু তথা জৈন সকলৰ দ্বাৰা আঞ্চলিকভাবে এক শুভ সময় হিচাপে পালন কৰে। এই উৎসৱ “ক্ষয় নোহোৱা সমৃদ্ধিৰ তৃতীয় দিন” হিচাপে চিহ্নিত।

অক্ষয় তৃতীয়াৰ দিনটো কিয় বিশেষ?

অক্ষয় তৃতীয়াক চিৰন্তন ফলৰ দিন বুলি গণ্য কৰা হয়। অক্ষয় মানে যিটো কেতিয়াও শেষ নহয়। এই দিনটোত কৰা দান, জপ, তপস্যা, শুভ কৰ্মৰ ফল কেতিয়াও অন্তহীন হৈ অবিৰত সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনা বুলি বিশ্বাস কৰা হয়।

অক্ষয় তৃতীয়াৰ দিনা ধনিয়া ক্ৰয় কৰাৰ ধৰ্মীয় তাৎপৰ্য

ধৰ্মীয় বিশ্বাস অনুসৰি অক্ষয় তৃতীয়াত ধনীয়া ক্ৰয় কৰাটো ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ধনিয়াক শাস্ত্ৰত ধনৰ প্ৰতীক বুলি গণ্য কৰা হয়, আৰু লক্ষ্মী দেৱীৰ অতি প্ৰিয়। জ্যোতিষৰ মতে শুকান ধনিয়া লক্ষ্মী দেৱীৰ নামত উচৰ্গা কৰা হয়। অক্ষয় তৃতীয়াত ধনিয়া ক্ৰয় কৰি পূজাস্থলীত ৰাখিলে ঘৰখনলৈ সমৃদ্ধি আহে। এই দিনটোত ধনিয়া ক্ৰয় কৰি, লক্ষ্মী দেৱীৰ চৰণত আগবঢ়াই, তাৰ পিছত নিজৰ বাৰী বা পাত্ৰত ৰোপণ কৰিলে ধনিয়া ফুলি উঠাৰ লগে লগে মানুহৰ আৰ্থিক অৱস্থা মজবুত হয় বুলি বিশ্বাস কৰা হয়। সোণৰ বিকল্প হিচাপে ধনিয়া ক্ৰয় কৰাটো ব্যয়বহুল ধাতুৰ সামৰ্থ্য নোহোৱাসকলৰ বাবে এক উৎকৃষ্ট বিকল্প হিচাপে বিবেচিত হয়। ইয়াৰ দ্বাৰা সুখ, শান্তি, আৰু ঘৰত দেৱী লক্ষ্মীৰ সুস্থিৰ উপস্থিতি নিশ্চিত হয়।

অক্ষয় তৃতীয়াৰ দিনা নিমখ কিনাৰ গুৰুত্ব
ধনিয়াৰ লগতে অক্ষয় তৃতীয়াত নিমখ কিনাৰ পৰম্পৰাও শতিকা পুৰণি। জ্যোতিষত নিমখক শুক্ৰ আৰু চন্দ্ৰৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। নিমখে ঘৰৰ পৰা ঋণাত্মক শক্তি শোষণ কৰে বুলি বিশ্বাস কৰা হয়। অক্ষয় তৃতীয়ত নতুন নিমখ কিনি ঘৰলৈ আনিলে বাস্তুৰ দোষ দূৰ হয় আৰু পৰিয়াললৈ ইতিবাচকতা আনে। পৌৰাণিক কাহিনী অনুসৰি সাগৰৰ মন্থনৰ পৰাই লক্ষ্মী দেৱীৰ জন্ম হৈছিল, আৰু সাগৰৰ পৰাও নিমখ পোৱা যায়। এই অক্ষয় তৃতীয়াত নিমখ কিনিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। এই দিনটোত নিমখ দান কৰাটোও অতি শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ দ্বাৰা ব্যক্তিজন তেওঁলোকৰ পূৰ্বৰ জীৱনৰ পাপৰ পৰা মুক্ত হয় আৰু ভাগ্যৰ দুৱাৰ মুকলি হয়।

অস্বীকাৰ: এই বাতৰিত প্ৰকাশিত তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom live 24 এ ইয়াক সমৰ্থন নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
Next Post
পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ’ব আচৰিত

পুৰুষ সংগীহে পছন্দ নায়িকাৰ, ৩৪ বছৰ বয়সত ৮ বাৰ বিবাহ বিচ্ছেদ! জানি হ'ব আচৰিত

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

EPFO: চাকৰি ত্যাগৰ পিছত PF ৰ ধনৰ পৰা সুত পাবনে? জানক নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.