• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

2 months ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

15 minutes ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

46 minutes ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

2 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

2 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

12 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

12 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

13 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

14 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

15 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?

editor by editor
April 23, 2026
in জীৱনশৈলী
0
কলনত কিমান সময় মল জমা থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে? কেতিয়া বাঢ়ে কলনৰ কৰ্কটৰ আশংকা?
0
SHARES
246
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মল আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা সকলো বৰ্জ্য পদাৰ্থ নিৰ্গত হয়। সেয়ে পেট ভালদৰে পৰিষ্কাৰ নহ’লে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। খাদ্য হজমৰ পিছত যি আৱৰ্জনা উৎপন্ন হয়, সেই আৱৰ্জনা ক্ষুদ্ৰান্ত্ৰৰ পৰা বৃহদান্ত্ৰলৈ যায়। তাৰ পিছত মলদ্বাৰত জমা হয় আৰু চাপ সৃষ্টি হ’লেই শৰীৰৰ পৰা বাহিৰ হয়৷ আপোনাৰ সামগ্ৰিক স্বাস্থ্য নিৰ্ভৰ কৰে এই ‘আন্ত্ৰিক ট্ৰেনজিট সময়’ প্ৰক্ৰিয়া কিমান লেহেমীয়া বা দ্ৰুত তাৰ ওপৰত৷

কলন পৰিষ্কাৰ নহ’লে কি কি সমস্যাৰ সৃষ্টি হয়?

গৱেষণাৰ পৰা দেখা গৈছে যে মল কিমান সময় বৃহদান্ত্ৰত থাকিলে আমাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। মল কিমান লাহে লাহে বা দ্ৰুতগতিত গতি কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি আন্ত্ৰিক মাইক্ৰ’বায়’মৰ গঠন সলনি হয়। ইয়াৰ ফলত বিপাকীয় স্বাস্থ্যত ব্যাঘাত জন্মিব পাৰে, শৰীৰত প্ৰদাহ বৃদ্ধি পাব পাৰে, আনকি কেতিয়াবা স্নায়ুজনিত ৰোগৰো সৃষ্টি কৰিব পাৰে।

কোষ্ঠকাঠিন্য কেতিয়া হয়?

মল যিমানেই কঠিন হ’ব, আন্ত্ৰিক ট্ৰেনজিটৰ সময় সিমানেই বেছি হ’ব। এই প্ৰক্ৰিয়া যিমানেই লেহেমীয়া হ’ব, বা আৱৰ্জনাবোৰ বৃহদান্ত্ৰত যিমানেই বেছি দিন থাকিব সিমানেই অন্ত্ৰত এমোনিয়া আৰু ফেনলৰ দৰে ক্ষতিকাৰক পদাৰ্থ উৎপন্ন হ’ব। এই সমগ্ৰ প্ৰক্ৰিয়াই অন্ত্ৰৰ কোষবোৰক ক্ষতিগ্ৰস্ত কৰে আৰু কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে। আৰু এয়া হ’ল কোষ্ঠকাঠিন্য। যিহেতু মল কঠিন, গতিকে আন্ত্ৰিক ট্ৰেনজিটৰ সময় লাগে আৰু আৱৰ্জনাবোৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰে। এই ঘটনা তেতিয়াই ঘটে যেতিয়া পৰ্যাপ্ত পানী আৰু ফাইবাৰ জাতীয় খাদ্য খোৱা নহয়৷ কিংবা হজম স্বাস্থ্য অত্যন্ত দুৰ্বল হয়৷

মল শৰীৰত কিমান দিন থাকিব পাৰে?

সাধাৰণতে শৌচ ২৪-৭২ ঘন্টা শৰীৰত থাকিব পাৰে। ইয়াতকৈ বেছি সময় শৰীৰত থাকিলে কোষ্ঠকাঠিন্য হ’ব পাৰে। আনহাতে, যদি মল কম সময়ত শৰীৰৰ পৰা ওলাই যায় বা আন্ত্ৰিক ট্ৰেন্সজিটৰ সময় দ্ৰুত হয় তেন্তে এয়া আকৌ ডায়েৰিয়াৰ লক্ষণ৷

মল সোনকালে শৰীৰৰ পৰা ওলাই গ’লে সেয়াও ৰোগৰ লক্ষণ

অতি সোনকালে মল শৰীৰৰ বাহিৰলৈ ওলাই গ’লে ডায়েৰিয়া বুলি ধৰা হয়। শৰীৰে খাদ্যৰ পৰা পুষ্টিকৰ উপাদানসমূহ সঠিকভাৱে শোষণ কৰিব নোৱাৰে। শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ ঘটে। ফলত এই ধৰণৰ সমস্যা হয়৷

শৰীৰত মল দীৰ্ঘদিন থাকিলে কি কি গুৰুতৰ ৰোগ হ’ব পাৰে?

কলৰেক্টেল কেন্সাৰ

স্তন কেন্সাৰ

পাৰ্কিনছন আৰু এলঝেইমাৰৰ দৰে স্নায়ুজনিত ৰোগ

হৃদযন্ত্ৰ আৰু বৃক্কৰ ৰোগ

ডায়েবেটিছ আৰু মেদবহুলতা

পাচনতন্ত্ৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ কি কৰিব লাগে?

প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ আঁহজাতীয় খাদ্য লাগে। খাদ্যত শাক-পাচলি, ফল-মূল, শস্য আদি অন্তৰ্ভুক্ত কৰক।

দিনে ৩-৪ লিটাৰ পানী খাব লাগে। লগতে তৰল খাদ্যও খাব লাগে।

নিয়মিতভাৱে ব্যায়াম কৰক। খোজ কঢ়াতো আপোনাৰ শৰীৰৰ বাবে ভাল।

প্ৰ’বায়’টিক খাদ্য যেনে দৈ, ইডলি, আৰু ড’ছা খাদ্যত অন্তৰ্ভুক্ত কৰক।

দৈনিক শৌচ কৰাৰ এটা ভাল অভ্যাস গঢ়ি তোলক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ
জীৱনশৈলী

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

June 27, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

June 26, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

June 26, 2026
Next Post
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪ মে’ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

বছৰত ৮০,০০০ টকা জমা কৰি পাব পাৰে ২২লাখ টকা! জানি থওক কি এই স্কিম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.