• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

7 months ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

6 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

7 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

7 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

7 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

9 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

10 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

11 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

11 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

13 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

14 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

editor by editor
December 22, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ
0
SHARES
93
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অন্যতম মোহময়ী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বলীউডত আজিলৈকে বহু অভিনেত্ৰী আহিল, বহু গ’ল। তাৰে কিছুমানে বিশেষভাৱে মানুহৰ মন-প্ৰাণ মুহি লয়। কিছুমান আকৌ বিতৰ্কৰ বাবে চৰ্চাত থাকে। কিন্তু সবাতোকৈ সুন্দৰী বুলি কলে মনলৈ আহে বিশেষ কেইগৰাকীমান অভিনেত্ৰীৰহে নাম।

পাছে তাৰেই মাজৰ এগৰাকী অপুৰ্ব সুন্দৰী অভিনেত্ৰী, যাক দেখিলেই পৰি গৈছিল লাইটমেন। অভিনেতাবোৰো হৈছিল দীবানা। সম্বিৎ হেৰুৱাইছিল বহুতে। কেনেকৈ ইমান ধুনীয়া হব পাৰে কোনো মানুহ।

সেই অপুৰ্ব সুন্দৰী অভিনেত্ৰীগৰাকী হৈছে মধুবালা। য’তেই হাত দিছে সেয়াই হিট। বহু কেইখন ছুপাৰহিট ছবি দি গৈছে ভাৰতীয় চিনেমাজগতত। মুগল এ আজম কৰি দেশৰ লগতে বিশ্বৰে চিনাকি চেহেৰা হৈ পৰিছিল মধুবালা।

৬০-৭০ৰ দশকৰ সেই অতি ধুনীয়া অভিনেত্ৰী, যিয়ে মাত্ৰ এখন ছবিৰ পৰা ইমানেই নাম অৰ্জন কৰিছিল যে তেওঁৰ দৰে আৰু কোনেও বিখ্যাত হ’ব নোৱাৰিলে। আনকি এজন ছুপাৰষ্টাৰে প্ৰথমবাৰৰ বাবে দেখাৰ পিছত তেওঁৰ সংলাপবোৰো পাহৰি গৈছিল। চন্দ্ৰৰ দৰে উজ্জ্বল মুখৰ সেই অভিনেত্ৰী আছিল মধুবালা।

মধুবালাৰ সৌন্দৰ্য্য দেখি সকলোৱে আচৰিত হ’লেও শ্বাম্মী কাপুৰে প্ৰথম দেখাৰ পিছতে সম্বিৎ হেৰুৱাই পেলাইছিল। এই কথা শ্বাম্মী কাপুৰে নিজৰ জীৱনীত উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে, প্ৰথমবাৰৰ বাবে লগ পোৱাৰ সময়ত তেওঁ স্তম্ভিত হৈ পৰিছিল। দুয়োৰে প্ৰথম লগ হৈছিল ‘ৰেল কা দিব্বা’ ছবিৰ চেটত।

মধুবালাই প্ৰায় দুটা দশক বলীউডত শাসন কৰিছিল। চল্লিশৰ পৰা ষাঠিৰ দশকলৈকে মধুবালাই নিজৰ ষ্টাইলেৰে মানুহৰ হৃদয় জয় কৰিছিল। ১৯৫১ চনত জেমছ ব্ৰুক নামৰ এজন বিদেশৰ জনপ্ৰিয় ফটোগ্ৰাফাৰে মধুবালাৰ ফটো তুলিছিল। যি ফটো বিশ্বৰ অতিকে জনপ্ৰিয় আমেৰিকাৰ লাইফ আলোচনীতো প্ৰকাশ পাইছিল।

সেই আলোচনীখনত মধুবালাক বলীউডৰ আটাইতকৈ ডাঙৰ তাৰকা বুলি কোৱা হৈছিল। হলিউডৰ পৰাও অভিনয়ৰ প্ৰস্তাৱ দিয়া হৈছিল মধুবালাক। কিন্তু সেয়া কোনো বিশেষ কাৰণবশতঃ হৈ নুঠে। দিলীপ কুমাৰৰ সৈতে প্ৰেম আৰু শেষত কিশোৰ কুমাৰৰ সৈতে বিবাশ পাশত আৱদ্ধ হৈ সংসাৰ কৰে। যদিও বিয়াৰ পাছতে বিশেষ বেমাৰ ধৰা পৰে মধুবালাৰ। যি বেমাৰৰ কোনো চিকিৎসাই নাছিল। মাথো ১ বছৰমান থাকিব বুলি চিকিৎসকেও সদৰি কৰি দিছিল। পাছত ৯ বছৰ কষ্ট ভুগি অৱশেষত মাত্ৰ ৩৬ বছৰ বয়সতে ইহ সংসাৰ ত্যাগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
Next Post
জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব

জানুৱাৰীত ঘৰ সলনি কৰিব ৪ গ্ৰহই, বছৰৰ প্ৰথম মাহত ৩ ৰাশিৰ চকুত লগা সাফল্য দেখিব

মাহত ১৫০০ টকাকৈ জমা কৰিলেই পাব ১ কোটি, SIPৰ চিক্ৰেট ফৰ্মুলা জানি থওক

মাহত ১৫০০ টকাকৈ জমা কৰিলেই পাব ১ কোটি, SIPৰ চিক্ৰেট ফৰ্মুলা জানি থওক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.