• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী…

এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী…

4 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

4 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

5 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

5 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

7 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

7 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

8 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

9 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

9 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

10 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

11 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

12 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী…

editor by editor
December 4, 2022
in জীৱনশৈলী, বিশ্ব
0
এই গাৱঁৰ প্ৰত্যেকেই পাৰ কৰে শতক! নব্বৈ বছৰতো মাতৃ হয় একোগৰাকী নাৰী…
0
SHARES
996
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তানৰ উত্তৰত আছে এখন উপত্যকা। নাম হুনজা উপত্যকা। এই উপত্যকাৰ চৌদিশ সুউচ্চ পাহাৰেৰে আবৰা। এই উপত্যকাতেই কিছু দূৰে দূৰে সৰু একোখন গাওঁ। এই উপত্যকাত থকা লোকসকলক লৈ সমগ্ৰতেই চৰ্চা। এই ব্যক্তিসকলৰ আছে অনন্য বৈশিষ্ট্য। হুনজা উপত্যকাত থকা লোকসকলে কমপক্ষেও ১০০ বছৰ জীয়াই থাকে। কেতিয়াবা কেতিয়াবা এই সংখ্যা বাঢ়ি ১২০ বছৰ পৰ্যন্তও জীয়াই থাকে হুনজা উপত্যকাৰ ব্যক্তিসকল। কেৱল জীয়াই থকাই নহয়, এই আদিবাসীসকলৰ মহিলাৰ প্ৰজনন ক্ষমতাও আচৰিত।

এই উপত্যকাত ৬০ ৰ পৰা ৯০ বছৰলৈ মহিলাসকলে সন্তানধাৰণ কৰিবলৈ সক্ষম হৈ থাকে। হুনজা উপত্যকাত থকা এই আদিবাসীসকল বুৰুছো নামেৰে পৰিচিত। বুৰুছোসকলে বহু বয়সলৈ নিজা যৌৱন ধৰি ৰাখে। বয়সৰ চাপো তেওঁলোকৰ মুখত নপৰে। সময়ৰ কাঁটা তেওঁলোকৰ বাবে যেন ৰৈ যায়। বুৰুছোসকলে যৌৱন ধৰি ৰখাৰ আঁৰত আছে বিশেষ ৰহস্য। বিজ্ঞানীসকলৰ মতে এই এলেকাত থকা সকলো ফলমূল, পাচলি, সকলোবোৰেই পুষ্টিকৰ। এই খাদ্যাভ্যাসৰ বাবে এই বুৰুছোসকল চিৰতৰুণ। ইয়াৰোপৰি তেওঁলোক বাস কৰা উপত্যকাটো প্ৰদুষণমুক্ত। স্বভাৱত কৰ্মঠ এই বুৰুছো সম্প্ৰদায়ৰ প্ৰতিগৰাকী লোক।

উল্লেখ্য যে বুৰুছো সম্প্ৰদায়ৰ লোকসকল কাহানিও জটিল ৰোগত আক্ৰান্ত হোৱাৰ উদাহৰণ নাই। কৰ্কট ৰোগ, আলছাৰ, পেটৰ ৰোগ, এপেণ্ডিছ আদি সমস্যাও এই সম্প্ৰদায়ৰ লোকসকলৰ কাহানিও হোৱা নাই বুলি দাবী কৰে। হেনৰি কোৱাণ্ডা নামৰ এজন বিজ্ঞানীয়ে হুনজা উপত্যকাত গৈ প্ৰায় ৬০ বছৰ ধৰি আছিল। হুনজা উপত্যকাৰ হিমবাহৰ পানী পৰীক্ষা কৰি তেওঁ দাবী কৰিছে যে এই উপত্যকাৰ পানীৰ বাবেই বুৰুছোসকলৰ জীৱনকাল দীৰ্ঘ হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

September 1, 2026
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন
জীৱনশৈলী

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

September 1, 2026
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ
জীৱনশৈলী

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

September 1, 2026
Next Post
দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ…

দিল্লীত পুনৰ মুণ্ডহীন গেলা মৃতদেহ উদ্ধাৰ! কুকুৰেই খাই পেলাইছিল দেহৰ অৰ্ধাংশ...

ৰেগিঙৰ বলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ! ছিনিয়ৰে চৰিয়াইছিল, চৰতেই শ্ৰৱন ক্ষমতা চিৰদিনৰ বাবে হেৰুৱালে ছাত্ৰ হজৰতে…

ৰেগিঙৰ বলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ! ছিনিয়ৰে চৰিয়াইছিল, চৰতেই শ্ৰৱন ক্ষমতা চিৰদিনৰ বাবে হেৰুৱালে ছাত্ৰ হজৰতে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.