• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যজুৰি বিতৰ্ক, ‘কোৰাণত নাই ৰোজা-নামাজ শব্দ, থকা বুলি প্ৰমাণ দিওতালৈ ১ কোটি’- মুস্তাফা আজহাৰি

ৰাজ্যজুৰি বিতৰ্ক, ‘কোৰাণত নাই ৰোজা-নামাজ শব্দ, থকা বুলি প্ৰমাণ দিওতালৈ ১ কোটি’- মুস্তাফা আজহাৰি

2 years ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

19 minutes ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

13 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

13 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

13 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

14 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

14 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

15 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

16 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

17 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

18 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

19 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যজুৰি বিতৰ্ক, ‘কোৰাণত নাই ৰোজা-নামাজ শব্দ, থকা বুলি প্ৰমাণ দিওতালৈ ১ কোটি’- মুস্তাফা আজহাৰি

editor by editor
October 18, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাজ্যজুৰি বিতৰ্ক, ‘কোৰাণত নাই ৰোজা-নামাজ শব্দ, থকা বুলি প্ৰমাণ দিওতালৈ ১ কোটি’- মুস্তাফা আজহাৰি
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যজুৰি বিতৰ্ক, ‘কোৰাণত নাই ৰোজা-নামাজ শব্দ, থকা বুলি প্ৰমাণ দিওতালৈ ১ কোটি’- মুস্তাফা আজহাৰি

পুনৰ মুছলমান বিৰুধী বিতৰ্কিত মন্তব্য মুস্তাফা আজহাৰিৰ। কোৰাণ, নামাজ আৰু ৰোজা সনন্ধে উত্থাপন কৰিলে প্ৰত্যাহ্বান। আজহাৰিৰ দাবী কোৰাণত নাই ৰোজা আৰু নামাজ শব্দ।

কেৱল দাবী কৰাই নহয়, যিয়ে এই শব্দ দুটা কোৰাণ শ্বৰীফত থকা বুলি দেখুৱাই দিয়া তথা প্ৰমাণ দিব পাৰিব তাকেই মুস্তাফা আজহাৰিয়ে প্ৰদান কৰিব ১ কোটি টকা।

যি মন্তব্য কৰি এতিয়া এক বিতৰ্কৰ সৃষ্টি হৈছ। ইছলাম বিৰোধী এনে মন্তব্যৰ বাবে এতিয়া জাঙোৰ খাই পৰিছে বহু ইছলাম ধৰ্মীৱলম্বী লোক।

থানাই থানাই মুস্তাফা আজহাৰিৰ বিৰুদ্ধে গোচৰো ৰুজু হৈছে। কিন্তু তথাপি মুখ বন্ধ হোৱা নাই মুস্তাফা আজহাৰিৰ। কোন সময়ত আটক হয় মুস্তাফা, তাৰ কোনো ঠিকনা নাই এতিয়া।

ৰাজ্যৰ ইখনৰ পাছত সিখন থানাত সংখ্যালঘু ছাত্ৰ সংগঠনৰ এজাহাৰ দাখিল মুস্তাফা আজহাৰিৰ বিৰুদ্ধে। হিন্দু -মুছলমানৰ ঐক্য শান্তি ভাতৃত্ববোধ বিনষ্ট কৰাৰো অভিযোগ নেমছুৰ।

কোৰাণৰ অপবাখ্যা কৰি মুছলমান ধৰ্মক আঘাট হানাৰ অভিযোগ। পাছে অসম লাইভে প্ৰমাণ কৰি দেখুৱালে কোৰাণ শ্বৰীফত উল্লেখ আছে ৰোজা আৰপ নামাজ। অৱশ্যে আৰৱী ভাষাত লিখা কোৰাণত ৰোজা আৰু নামাজ শব্দ দুটাও আৰৱী ভাষাত উল্লেখ আছে।

ৰোজ মানে – চিয়াম (siam) (صيام) আৰু নামাজ মানে – চালাত তথা আলচালা (alsala) (الصلاة)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamguwahatinamajQuarnroja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
অসম

‘অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড’, সিদ্ধান্ত কেবিনেটৰ

June 13, 2026
অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী
জীৱনশৈলী

অসমৰ এগৰাকী UNSUNG HERO. ৮৫ বছৰ বয়সতো এথলেটিকছত পদক জয় কৰাৰ কাহিনী

June 13, 2026
Next Post
ইণ্টাৰনেট অবিহনেই চলিব মোবাইলৰ ভিডিঅ’! TATA-ৰ সৈতে যুক্ত সংস্থাৰ বৃহৎ চুক্তি

ইণ্টাৰনেট অবিহনেই চলিব মোবাইলৰ ভিডিঅ’! TATA-ৰ সৈতে যুক্ত সংস্থাৰ বৃহৎ চুক্তি

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

ধনতেৰছৰ দিনাই প্ৰতি ১২ বছৰৰ অন্তত মৰ্ত্যলৈ নামি আহে মা লক্ষ্মী! জানক কিয় ১২ বছৰৰ অন্তত আহে মা লক্ষ্মী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.