• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

2 years ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

21 minutes ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

1 hour ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

2 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

3 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

4 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

5 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

5 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

6 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

14 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

15 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

16 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

editor by editor
September 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। দুৰ্গা পূজাক শাৰদীয় নৱৰাত্ৰী বুলিও কোৱা হয়। মহালয়াৰ পিছদিনাৰ পৰা অৰ্থাৎ দেৱীপক্ষৰ প্ৰথম দিনটোৰ পৰাই আৰম্ভ হয় শাৰদীয় নৱৰাত্ৰি। এই ৯ দিনত দেৱীৰ ৯টা ৰূপৰ আৰাধনা কৰা হয়। নৱৰাত্ৰিৰ ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম দিনটোক বিশেষভাৱে পালন কৰা হয়। দেৱীৰ মহিষাসুৰ মৰ্দিনী ৰূপৰ আৰাধনা কৰা হয় চাৰিদিন। অশুভ শক্তিৰ বিনাশকাৰী দেৱীৰ কেইটামান ৰাশিৰ জাতকৰ ওপৰত বিশেষ প্রভাৱ থাকে। এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰি থাকে দেৱীয়ে। দুৰ্গাপূজা আৰম্ভ হোৱাৰ পূৰ্বেই জানি লওক দুৰ্গাৰ সকলোতকৈ প্ৰিয় ৰাশিৰ জাতক কোন কোন?

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জন্মৰ পৰাই সৌভাগ্যশালী হয়। এওঁলোকে সাধাৰণতে যি কামেই হাতত নলওক কিয় সফলতা লাভ কৰেই। কাৰণ মা দুৰ্গাৰ আশীৰ্বাদ এওঁলোকৰ ওপৰত সকলো সময়তে থাকে। সেয়ে এই ৰাশিয়ে প্ৰায় সকলো সময়তে সৌভাগ্যৰ সহায়তা লাভ কৰে। এওঁলোকে বিলাসী জীৱনযাপন কৰে।

সিংহ ৰাশি

মা দুৰ্গাৰ আশীৰ্বাদ সকলো সময়তে থাকে সিংহ ৰাশিৰ জাতকৰ ওপৰত। বিশেষকৈ শাৰদীয় দুৰ্গাপূজাৰ সময়ত দেৱীৰ সু নজৰ এওঁলোকৰ ওপৰত পৰে। দুৰ্গাৰ কৃপাত প্ৰচুৰ অৰ্থ লাভ কৰে এই ৰাশিৰ জাতকে। পৰিয়ালতো সুখ আৰু শান্তি সকলোসময়তে বিৰাজ কৰে এই ৰাশিৰ জাতকৰ। প্ৰেমৰ সম্পৰ্কতো মাধুৰ্যতা থাকে। কৰ্মক্ষেত্ৰত দেৱীৰ আশীৰ্বাদত প্ৰচুৰ আশীৰ্বাদত উন্নতিৰ যোগ থাকে সিংহ ৰাশিৰ জাতকৰ ওপৰত।

তুলা ৰাশি

মা দূৰ্গাৰ আশীৰ্বাদত সুখ আৰু সৌভাগ্য লাভ কৰে তুলা ৰাশিৰ জাতকে। আৰ্থিক কষ্টই কাবু কৰিব নোৱাৰে তুলা ৰাশিৰ জাতকক। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰো যোগ আছে। দেৱীৰ কৃপাত তুলা ৰাশিৰ জাতকসকলে সুখী দাম্পত্য জীৱন কটাব। কৰ্মক্ষেত্ৰতো সুখবৰেই লাভ কৰিব।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত সকলোসময়তে কৃপাদৃষ্টি থাকে দুৰ্গাৰ। দহোখন হাতেৰে এওঁলোকক সাবটি থাকে মা দুৰ্গাই। দেৱীৰ কৃপাত এওঁলোকে জীৱনত প্ৰচুৰ উন্নতি কৰাৰ সুযোগ লাভ কৰিব। সমাজত মান সন্মান আৰু প্ৰতিপত্তি থাকিব বৃশ্চিক ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?
বিশ্ব

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

September 11, 2026
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?
ভাৰত

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

September 11, 2026
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক
জীৱনশৈলী

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

September 11, 2026
Next Post
ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’

PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.