• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

2 years ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

1 hour ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

2 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

17 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

18 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

18 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

19 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

19 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

20 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

21 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

21 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?

editor by editor
September 28, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা
0
PNBত ৩৯৯ দিনৰ বাবে ৫লাখৰ ফিক্সড ডিপজিট কৰিলে কিমান টকা আপুনি লাভ কৰিব?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান সময়ত ফিক্সড ডিপোজিট এক খুবেই জনপ্ৰিয় স্কিম হিচাপে পৰিচিত৷ সাধাৰণ জনতাৰ মাজত বিনিয়োগৰ ক্ষেত্ৰত ফিক্সড ডিপোজিটক বাছি লয়৷ বিভিন্ন বেংকত ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত বিভিন্ন হাৰত সুদ অফাৰ কৰে৷

এক নজৰতেই জানি থওক পঞ্জাৱ নেশ্ব্যনেল বেংকৰ ফিক্সড ডিপোজিটৰ সুদৰ হাৰ৷ পঞ্জাৱ নেশ্ব্যনেল বেংকত ৩৯৯ দিনৰ বাবে ৫লাখ টকাৰ ফিক্সড ডিপোজিট কৰিলে মেছিউৰিটিৰ সময়ত কিমান টকা লাভ কৰিব? পঞ্জাৱ নেশ্ব্যনেল বেংকে তেওঁলোকৰ গ্ৰাহকসকলক ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত ৩.৫০শতাংশৰ পৰা ৭.২৫শতাংশ হাৰত সুদ অফাৰ কৰে৷ কিন্তু মনত ৰখা দৰকাৰ যে ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত সুদৰ হাৰ সকলো সময়তেই সাধাৰণ নাগৰিক আৰু ছিনিয়ৰ ছিটিজেনৰ হিচাপ বেলেগ বেলেগ হয়৷

পঞ্জাৱ নেশ্ব্যনেল বেংকত ৪০০ দিনৰ ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকক সকলোতকৈ বেছি ৭.২৫ শতাংশ হাৰত সুদ অফাৰ কৰা হয়৷ পঞ্জাৱ নেশ্ব্যনেল বেংকে ৩৯৯ দিনৰ ফিক্সড ডিপোজিটত সাধাৰণ নাগৰিকক সকলোতকৈ বেছি ৬.৮০ শতাংশ হাৰত সুদ অফাৰ কৰি থাকে৷

পঞ্জাৱ নেশ্ব্যনেল বেংক ৩৯৯ দিনৰ ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত ছিনিয়ৰ চিটিজেনসকলৰ ৭.৩০ শতাংশ হাৰত সুদ অফাৰ কৰে৷ পঞ্জাৱ নেশ্ব্যনেল বেংকত ৩৯৯ দিনৰ বাবে ৫লাখ টকাৰ ফিক্সড ডিপোজিটত সাধাৰণ নাগৰিকে মেচিউৰিটিৰ সময়ত পাব ৫লাখ ৩৪ হাজাৰ টকা৷ আনহাতে ছিনিয়ৰ চিটিজেনৰ ক্ষেত্ৰত এই এমাউণ্ট হ’ব ৫লাখ ৩৬ হাজাৰ ৫০০ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!
নিয়োগ

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

September 9, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
Next Post
মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য

মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য

কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য

কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.