• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

2 months ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

15 minutes ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

2 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

15 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

16 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

17 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

17 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

18 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

18 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

19 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

22 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

editor by editor
April 26, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে
0
SHARES
581
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ অনুসৰি বিভিন্ন ৰাশিৰ জাতকৰ চৰিত্ৰত কিছু বিশেষত্ব থাকে৷ এই চাৰিত্ৰিক বৈশিষ্ট্যই এক ৰাশিৰ জাতকক অন্য ৰাশিতকৈ পৃথক কৰি তোলে৷ আমি আমাৰ চাৰিওপাশে যিসমূহ মানুহ দেখা পাওঁ তেওঁলোকৰ মাজত কোনো কোনো অত্যন্ত উদাৰ প্ৰকৃতিৰ হয়৷ তেওঁলোকে অন্যৰ সুখৰ বাবে নিজৰ সকলোবোৰ এৰি দিব পাৰে৷ জানি থওক সকলোতকৈ উদায় আৰু দয়ালু হৃদয়ৰ অধিকাৰী কোন কোন ৰাশিৰ জাতক?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ৷ চন্দ্ৰৰ প্ৰভাৱত এই ৰাশিৰ জাতক অত্যন্ত সভ্য আৰু ভদ্ৰ হয়৷ তেওঁলোকে সকলো সময়তে দয়া আৰু সহমৰ্মিতাপূৰ্ণ আচৰণ কৰে৷ অন্যক সহায় কৰাৰ বাবে সকলো সময়ত প্ৰস্তুত থাকে৷ আৰ্থিক সাহায্যৰ প্ৰয়োজন হব কৰ্কট ৰাশিৰ জাতকৰ সাধ্যমতে চেষ্টা কৰক৷ কাষৰ মানুহক এওঁলোকে মন প্ৰাণ দিবলৈ ভালপায়৷

তুলা ৰাশি

তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ৷ এই গ্ৰহৰ প্ৰভাৱত তুলা ৰাশিৰ জাতকৰ সামাজিক মিলামিছাৰ দক্ষ হয়৷ এওঁলোকৰ চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য হৈছে যে তেওঁলোকে বন্ধুকো পৰিয়ালৰ অংশ বুলি ধাৰণা কৰে৷ কৰ্কট ৰাশিৰ জাতকৰ উদাৰ হৃদয় আৰু অন্যসকলক সহায্য কৰাৰ সময়ত কেতিয়াও পিছুৱাই নাযায়৷

ধনু ৰাশি

ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি৷ গুৰুগ্ৰহৰ প্ৰভাৱত এই ৰাশিৰ জাতক উদাৰ আৰু দয়ালু হয়৷ দান কৰাত বিশ্বাসী ধনুৰ জাতক৷ ইয়াৰোপৰি মুখ ফুটাই নকলেও অন্যৰ দুঃখ দুৰ্দশাৰ কথা তেওঁলোকে বুজিব পাৰে৷ অন্যৰ সুখৰ কথা ভাৱি হাঁহিমুখে নিজৰ সকলোবোৰ বিলাই দিব পাৰে ধনুৰ জাতক৷ অন্যক সহায় কৰাই এওঁলোকৰ মতে শ্ৰেষ্ঠ কাম৷

মীন ৰাশি

মীন ৰাশিৰ অধিপতি গ্ৰহো বৃহস্পতি৷ পানীৰ চিহ্নৰ এই ৰাশিৰ জাতকৰ চৰিত্ৰও পানীৰ দৰে ঠাণ্ডা৷ নিজৰ কাষৰ মানুহক কষ্ট পালে তেওঁলোকে চাই থাকিব নোৱাৰে৷ যিকোনোধৰণে কষ্ট লাঘৱৰ চেষ্টা কৰে৷ সেয়ে আত্মীয় বন্ধুক সকলো সময়তে সহায় কৰাৰ বাবে প্ৰস্তুত থাকে তেওঁলোক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

June 28, 2026
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা
বাণিজ্য

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

June 28, 2026
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?
জীৱনশৈলী

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

June 27, 2026
Next Post
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.