• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 hour ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

8 minutes ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

29 minutes ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

37 minutes ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 hour ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

2 hours ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

12 hours ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

12 hours ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

13 hours ago
চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

চুম্বনৰ চেষ্টা পৰিচালকৰ, কিন্তু অভিনেত্ৰীয়ে কৰিলে এই কাম!

13 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

14 hours ago
অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

অপ্ৰতিৰোধ্য ১৫ বছৰীয়া বৈভৱ! IPL ত অৰ্জন কৰিলে আন এক সফলতা

14 hours ago
এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

editor by editor
April 26, 2026
in জীৱনশৈলী, লেখা
0
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুক্ৰ আৰু বৃহস্পতিয়ে যেতিয়া কোনো এটা ৰাশিত মিলিত হয় তেতিয়াই গজকেশৰী যোগ গঠিত হয়৷ জ্যোতিষ অনুসৰি গজকেশৰী এক অত্যন্ত শুভ আৰু শক্তিশালী যোগ৷ এই যোগৰ শুভ প্ৰভাৱ থাকিলে জাতকে মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰে৷ আগন্তুক ১৪ মে কৰ্কট ৰাশিত কাষলৈ আহিব গুৰুগ্ৰহ বৃহস্পতি আৰু দৈত্যাচাৰ্য শুক্ৰ৷ এই দুই শক্তিশালী গ্ৰহই কৰ্কট ৰাশিত ১২ বছৰ পাছত গজকেশৰী যোগ গঠ কৰিব৷ ১৪ মেৰ পৰা ১ জুন পৰ্যন্ত গজকেশৰী যোগ বৰ্তি থাকিব৷ জানি থওক গজকেশৰী যোগত ভাগ্যৰ উন্নতিৰ জোৱাৰ আহিব কোন কোন ৰাশিৰ জাতক?

মিথুন ৰাশি

মিথুন ৰাশিৰ দ্বিতীয় ঘৰত গজকেশৰী যোগ গঠিত হ’ব৷ ইয়াৰ ফলত সম্পদ বৃদ্ধি হব মিথুন ৰাশিৰ জাতকৰ৷ পৰিয়ালত সুখ শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ আৰ্থিক লাভ হব আৰু উপাৰ্জনৰ নতুন পথ আপোনাৰ সন্মুখত খুলি যাব৷ নিজৰ কথাৰে আপুনি বহু সমস্যাৰ সমাধান কৰিব পাৰিব৷ কেৰিয়াৰত উন্নতি কৰাৰ যোগ আছে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিতেই গজলক্ষ্মী ৰাজযোগ গঠিত হব৷ ইয়াৰ শুভ প্ৰভাৱত সকলো কামতে সৌভাগ্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ হঠাৎ মোটা অংকৰ আৰ্থিক লাভ হব পাৰে৷ দীৰ্ঘদিনৰ ৰৈ থকা কাম সম্পন্ন হব৷ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত হব৷ ফলত শৰীৰ-স্বাস্থ্যৰ উন্নতি হব আৰু আত্মবিশ্বাস বাঢ়িব৷

তুলা ৰাশি

তুলা ৰাশিৰ দশম ঘৰত গজলক্ষ্মী যোগ গঠিত হব৷ এই যোগৰ প্ৰভাৱত চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব পাৰে৷ ১৪ মেৰ পৰা ১ জুন পৰ্যন্ত এই সময় আপোনাৰ কেৰিয়াৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ চাকৰিত উচ্চপদ লাভ কৰিব পাৰে৷ সামাজিক প্ৰতিপত্তি বাঢ়িব আৰু কোনো গুৰুত্বপূৰ্ণ কামত নেতৃত্ব দিয়াৰ সুযোগ পাব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ নৱম ঘৰত গঠিত হব গজলক্ষ্মী যোগ৷ ইয়াৰ ফলত সাফল্য আৰু সৌভাগ্যই চুম্বকৰ দৰে আকৰ্ষণ কৰিব আপোনাক৷ হঠাৎ অতিৰিক্ত অৰ্থলাভ কৰিব পাৰে৷ ধৰ্মকৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ পিতৃৰ পৰা জৰুৰী বিষয়ত পূৰ্ণ সহযোগিতা লাভ কৰিব৷ দূৰ যাত্ৰা কৰিব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিৰ সপ্তম ঘৰত গঠিত হব গজলক্ষ্মী যোগ৷ এই শুভ যোগ লাভজনক হব এই ৰাশিৰ জাতকৰ বাবে জীৱনসংগীক প্ৰয়োজনত কাষত পাব৷ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক আৰু মজবুত আৰু মধুৰ হব৷ অংশীদাৰিত্বৰ কাম কৰিলে তাতো সাফল্য পাব৷ আদালতত বিচাৰাধীন গোচৰৰ ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
খাদ্য

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

April 26, 2026
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?
জীৱনশৈলী

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

April 26, 2026
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

April 26, 2026
Next Post
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.