• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলবাৰে এই ৫ কাম ভুলতো নকৰিব, প্ৰচণ্ড ক্ৰুদ্ধ হয় বজৰংবলী

মঙলবাৰে এই ৫ কাম ভুলতো নকৰিব, প্ৰচণ্ড ক্ৰুদ্ধ হয় বজৰংবলী

8 months ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

53 minutes ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

1 hour ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

2 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

4 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

5 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

5 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

6 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

6 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

7 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

8 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

8 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মঙলবাৰে এই ৫ কাম ভুলতো নকৰিব, প্ৰচণ্ড ক্ৰুদ্ধ হয় বজৰংবলী

মঙলবাৰে এই ৫ কাম ভুলতো নকৰিব, প্ৰচণ্ড ক্ৰুদ্ধ হয় বজৰংবলী

editor by editor
November 18, 2025
in জীৱনশৈলী
0
মঙলবাৰে এই ৫ কাম ভুলতো নকৰিব, প্ৰচণ্ড ক্ৰুদ্ধ হয় বজৰংবলী
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সনাতন ধৰ্ম অনুসৰি সপ্তাহৰ প্ৰতিটো দিনৰ নিজস্ব মাহাত্ম্য আছে আৰু এটা এটা দিন এজন এজন দেৱতাৰ উদ্দেশ্যে নিবেদিত৷ সেই হিচাপত মঙলবাৰ হৈছে বজৰংবলীৰ দিন৷ বজৰংবলী হৈছে শক্তি আৰু ক্ষমতাৰ প্ৰতীক৷ তেওঁ ভক্তসকলক সকলো বিপদৰ পৰা উদ্ধাৰ কৰে৷ সেয়ে তেওঁৰ আন এক নাম সংকটমোচন৷ মঙলবাৰে সকলো ৰীতি মানি বজৰংবলীৰ আৰাধনা কৰিলে তেওঁৰ কৃপা লাভ কৰা হয় বুলি প্ৰচলিত বিশ্বাস৷ আকৌ এনে কেইবাটাও কাম আছে যি মঙলবাৰে কৰিলে হনুমানৰ ৰোষত পৰিব লাগে৷ জানি থওক মঙলবাৰে কি কি কাম কৰা উচিত নহয়৷

অৰ্থৰ লেনদেন নকৰিব

জ্যোতিষশাস্ত্ৰ অনুসৰি মঙলবাৰে অৰ্থৰ লেনদেন কৰা উচিত নহয়৷ এই দিনটোত অৰ্থৰ লেনদেন কৰা অশুভ বুলি ধাৰণা কৰা হয়৷ এই দিনটোত কাৰোবাৰ পৰা ধন ধাৰে নল’ব বা কাকো ধন ধাৰলৈ নিদিব৷ আৰ্থিক লেনদেনৰ বাবে বুধবাৰ শুভ দিন৷ মঙলবাৰে ঋণমোচক মঙল স্তোত্ৰ পাঠ কৰিলে ঋণৰ পৰা মুক্তি পোৱা যায়৷

এই সকলো সামগ্ৰী ক্ৰয় নকৰিব

মঙলবাৰে কেইবাটাও সামগ্ৰী কিনা উচিত নহয়৷ এইসমূহ হৈছে কলা পোছাক, লোহাৰ সামগ্ৰী, মাটি, সম্পত্তি আৰু প্ৰসাধনী সামগ্ৰী৷ এই সকলো সামগ্ৰী মঙলবাৰে কিনিলে জীৱনত নিগেটিভিটি বাঢ়িব আৰু পদে পদে বাধাৰ মুখত পৰিব৷ মঙলবাৰে ৰঙা আৰু কমলা ৰঙৰ পোছাক কিনা শুভ৷

চুলি-নখ নাকাটিব

মঙলবাৰে ভুলতো দাঢ়ি, চুলি, নখ নাকাটিব৷ ইয়াৰ ফলত বজৰংবলী ৰুষ্ট হয়৷ ইয়াৰ ফলত আৰ্থিক কষ্টৰ মুখত পৰিব লগা হয়৷

বিনিয়োগ নকৰিব

মঙলবাৰে কৰোবাত ধন বিনিয়োগ নকৰিব৷ কোনো নতুন প্ৰকল্প আৰম্ভ নকৰাই ভাল৷ এই দিনটোত কোনো নতুন কাম আৰম্ভ কৰিলে ব্যৰ্থ হ’ব পাৰে৷ মঙলবাৰে বিনিয়োগ কৰিলে আৰ্থিক ক্ষতি হয় বুলি ধাৰণা৷

কাঁচৰ সামগ্ৰী উপহাৰ নিদিব

মঙলবাৰে ভুলতো কাকো কাঁচৰ সামগ্ৰী উপহাৰ নিদিব৷ ইয়াৰ ফলত অহেতুক খৰচ বাঢ়িব আৰু দুৰ্ভাগ্যৰ চিকাৰ হ’ব পাৰে৷ এই দিনটোত ৰঙা ৰঙৰ সামগ্ৰী উপহাৰ দিয়া শুভ৷

মঙলবাৰে কি কৰিব?

ৰঙা বা কমলা ৰঙৰ পোছাক পিন্ধক৷ ইয়াৰ ফলত পজিটিভ এনাৰ্জি বাঢ়িব৷
প্ৰতি মঙলবাৰে হনুমান চালিছা পাঠ কৰক৷ ইয়াৰ ফলত আত্মবিশ্বাস বাঢ়িব৷
হনুমান মন্দিৰলৈ গৈ বুন্দিয়াৰ লাড্ডু নিবেদন কৰক৷
ৰঙা পোছাক, দাইল আৰু ৰঙা ফুল দান কৰা শুভ৷
বজৰংবলীৰ সন্মুখত তেলৰ প্ৰদীপ জ্বলাওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
Next Post
মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

মৃত্যুমুখত লাখ লাখ নক্ষত্ৰ, ৰাক্ষসৰ দৰে গিলি খাইছে গ্ৰহ, পৃথিৱীও এনেকৈ সূৰ্যগ্ৰাসত নিশ্চিহ্ন হ’ব নেকি?

২০২৬ চনৰ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া? ভাৰতত সূতককাল কেতিয়া? জানি থওক আগতীয়াকৈয়ে

২০২৬ চনৰ সূৰ্য আৰু চন্দ্ৰগ্ৰহণ কেতিয়া? ভাৰতত সূতককাল কেতিয়া? জানি থওক আগতীয়াকৈয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.