• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

1 month ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

1 hour ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

2 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

2 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

3 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

4 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

4 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

5 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

6 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

7 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

7 hours ago
ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

ব্যক্তিগত খণ্ডত চাকৰি কৰাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

8 hours ago
PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

PCOD আৰু Ovarian Cysts ৰ সমস্যা কিয় বৃদ্ধি পাইছে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

জানক এই সমস্যা সমাধানৰ উপায় কি?

editor by editor
July 13, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ জুলাই ২০২৬ তাৰিখে গ্ৰহৰাজ সূৰ্যদেৱে মিথুন ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। জ্যোতিষ শাস্ত্ৰত সূৰ্যদেৱক মান-সন্মান, পদ-মৰ্যাদা, আত্মবিশ্বাস আৰু নেতৃত্বৰ কাৰক বুলি গণ্য কৰা হয়। আনহাতে, কৰ্কট ৰাশি চন্দ্ৰদেৱৰ অধীন, যিয়ে মন, অনুভূতি আৰু আবেগক প্ৰতিনিধিত্ব কৰে। সূৰ্যদেৱে কৰ্কট ৰাশিত গমন কৰাৰ সময়ত লৰালৰিকৈ সিদ্ধান্ত লোৱাৰ সলনি শান্ত মন আৰু ধৈৰ্যৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো অধিক উপযুক্ত বুলি ধৰা হয়। জ্যোতিষ মতে, সূৰ্যদেৱে কিছুমান বিশেষ ভাবত গমন কৰিলে ধৈৰ্য, বিচক্ষণতা আৰু মানসিক স্থিৰতাৰ পৰীক্ষা ল’ব পাৰে। আহক, জানো এই সময়ছোৱাত কোন কোন ৰাশিৰ লোকে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত।

মেষ ৰাশি

সূৰ্যদেৱে আপোনাৰ চতুৰ্থ ভাব (ঘৰ-সংসাৰ, সুখ-শান্তি আৰু মাতৃৰ ক্ষেত্ৰ)ত গমন কৰিছে। ফলস্বৰূপে পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ঘৰখনত শান্তি বজাই ৰাখিবলৈ কথাবতৰাত সংযমী হওক। সম্পত্তি বা বাহনৰ সৈতে জড়িত ডাঙৰ সিদ্ধান্ত কিছুদিন পিছলৈ ঠেলি দিয়াই ভাল।
সাৱধানতা:
পাৰিবাৰিক বিবাদৰ পৰা আঁতৰি থাকক।
সম্পত্তি সম্পৰ্কীয় সিদ্ধান্ত তাড়াহুড়াকৈ নল’ব।
মানসিক চাপক নিজৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব।

উপায়:
পিতৃ-মাতৃক সন্মান কৰক।
অযথা তৰ্ক-বিতৰ্ক এৰাই চলক।

কৰ্কট ৰাশি

সূৰ্যদেৱে আপোনাৰ প্ৰথম ভাব (নিজস্ব ব্যক্তিত্ব আৰু আত্মপ্ৰকাশ)ত গমন কৰিছে। ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব যদিও আপুনি আগতকৈ অধিক সংবেদনশীল হৈ পৰিব পাৰে। মাজে মাজে মনত অস্থিৰতা অনুভৱ হ’ব পাৰে। জেদৰ বাবে কোনো সম্পৰ্কত তিক্ততা আহিবলৈ নিদিব।
সাৱধানতা:
অহংকাৰৰ পৰা আঁতৰি থাকক।
স্বাস্থ্য আৰু শক্তিৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক।
কেৱল আবেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল’ব।
উপায়:
প্ৰতিদিনে পুৱা উদয়মান সূৰ্যদেৱক জল অৰ্পণ কৰক।

সিংহ ৰাশি

সূৰ্যদেৱে আপোনাৰ দ্বাদশ ভাব (ব্যয়, ক্ষতি আৰু বিদেশ সম্পৰ্কীয় বিষয়)ত গমন কৰিছে। এই সময়ত অপ্রত্যাশিত খৰচ বৃদ্ধি পাব পাৰে, বিশেষকৈ স্বাস্থ্য বা ভ্ৰমণৰ ক্ষেত্ৰত। মানসিক ক্লান্তিও অনুভৱ কৰিব পাৰে।

সাৱধানতা:
অপ্রয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক।
বিদেশ সম্পৰ্কীয় কামত বিলম্ব হ’ব পাৰে, সেয়ে ধৈৰ্য ধৰি আগবাঢ়ক।

উপায়:
অপচয়ৰ পৰা বিৰত থাকক।
প্ৰতিদিনে ধ্যান-যোগৰ অভ্যাস কৰক।

ধনু ৰাশি

সূৰ্যদেৱে আপোনাৰ অষ্টম ভাব (পৰিৱর্তন, গোপন বিষয় আৰু আকস্মিক ঘটনা)ত গমন কৰিব। এই সময়ত হঠাতে নতুন দায়িত্ব আহিব পাৰে। কৰ, ঋণ বা সম্পত্তি সম্পৰ্কীয় নথি-পত্ৰ সাৱধানে সংৰক্ষণ কৰক। এই সময়ত ডাঙৰ বিনিয়োগ নকৰাই ভাল।

সাৱধানতা:
আকস্মিক খৰচৰ বাবে সাজু থাকক।
বিপদসংকুল বিনিয়োগ এৰাই চলক।
নথি-পত্ৰ ভালদৰে পৰীক্ষা কৰক।
স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব।
উপায়:
কোনো গুৰুত্বপূৰ্ণ নথিত স্বাক্ষৰ কৰাৰ আগতে কেইবাবাৰো ভালদৰে পঢ়ি লওক।

মকৰ ৰাশি

সূৰ্যদেৱে আপোনাৰ সপ্তম ভাব (বিবাহ, দাম্পত্য আৰু অংশীদাৰিত্ব)ত গমন কৰিছে। ইয়াৰ প্ৰভাৱ জীৱনসংগী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্কত পৰিব পাৰে। কথা-বতৰাত সংযম ৰাখক আৰু অহংকাৰক মাজত আহিবলৈ নিদিব।
সাৱধানতা:
দাম্পত্য বা অংশীদাৰিত্বত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক।
ব্যৱসায়িক মতভেদ এৰাই চলক।
যোগাযোগৰ অভাৱ হ’ব নিদিব।
উপায়:
ধৈৰ্য ধৰি আনৰ কথা সম্পূৰ্ণকৈ শুনাৰ পিছতহে নিজৰ মতামত প্ৰকাশ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24horoscope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ
ভাৰত

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
Next Post
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? 'দেৱদাস'ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.