• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

2 months ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

2 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

3 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

3 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

4 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

4 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

4 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

5 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

6 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

7 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

8 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

9 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

শ্বাহৰুখ খান-জেকী শ্ৰফৰ পাৰিশ্ৰমিক কিমান আছিল?

editor by editor
July 13, 2026
in চিনেমা, বিনোদন, ভাৰত, সংগীত
0
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সঞ্জয় লীলা ভানচালীৰ পৰিচালনাত নিৰ্মিত কালজয়ী ছবি ‘দেৱদাস’ মুক্তি পোৱাৰ ২৪ বছৰ সম্পূৰ্ণ হৈছে। এই ছুপাৰহিট ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে। আনহাতে ছবিখনৰ ‘পাৰো’ৰ চৰিত্ৰটোত অভিনয় কৰিছিল ঐশ্বৰ্য ৰায় আৰু ‘চন্দ্ৰমুখী’ চৰিত্ৰটোত অভিনয় কৰিছিল মাধুৰী দীক্ষিতে। ছবিখনৰ প্ৰতিটো গান এতিয়াও দৰ্শকৰ হৃদয়ত আছে। ২০০২ চনত মুক্তি পোৱা ‘দেৱদাস’ আজিও ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় আৰু স্মৰণীয় ছবিৰ ভিতৰত গণ্য কৰা হয়। বিশাল আয়োজন, দৃষ্টিনন্দন ছেট, শক্তিশালী অভিনয় আৰু সুমধুৰ সংগীতে এই ছবিখনক এক বিশেষ স্থান দান কৰিছে।

ঐশ্বৰ্য নে মাধুৰী, কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ছবিখনৰ দুটা মুখ্য চৰিত্ৰত অভিনয় কৰা ঐশ্বৰ্য ৰায় আৰু মাধুৰী দীক্ষিতৰ মাজত কোনে অধিক পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে? এক প্ৰতিবেদন অনুসৰি, ছবিখনত ‘পাৰো’ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে ঐশ্বৰ্য ৰায়ে প্ৰায় ১.৫ কোটি টকা পাৰিশ্ৰমিক লাভ কৰিছিল। সেই সময়ত এগৰাকী অভিনেত্ৰীৰ বাবে এই পৰিমাণৰ পাৰিশ্ৰমিক যথেষ্ট বেছি বুলি ধৰা হৈছিল। ছবিখনত তেওঁৰ ৰূপ-সৌন্দৰ্য অধিক উজ্জ্বল কৰি তুলিবলৈ কলকাতাৰ পৰা প্ৰায় ৬০০খন শাৰী অনা হৈছিল। আনহাতে, ‘চন্দ্ৰমুখী’ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে মাধুৰী দীক্ষিতে প্ৰায় ২.৭ৰ পৰা ৩ কোটি টকা পাৰিশ্ৰমিক লাভ কৰিছিল। অৰ্থাৎ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত তেওঁ ঐশ্বৰ্য ৰায়তকৈ বহু আগত আছিল মাধুৰী। ইয়াৰ উপৰিও, ছবিখনত তেওঁ সন্দীপ খোছলাই ডিজাইন কৰা প্ৰায় ১৫ লাখ টকা মূল্যৰ পোছাক পৰিধান কৰিছিল।

শ্বাহৰুখ খানৰ পাৰিশ্ৰমিক কিমান আছিল?

ছবিখনত দেৱদাসৰ মুখ্য চৰিত্ৰত অভিনয় কৰা শ্বাহৰুখ খানে প্ৰায় ৩.৫ কোটি টকা পাৰিশ্ৰমিক লাভ কৰিছিল। আনহাতে, চুন্নীলালৰ চৰিত্ৰত অভিনয় কৰা জেকি শ্ৰফে প্ৰায় ১ কোটি টকা পাৰিশ্ৰমিক হিচাপে লৈছিল। প্ৰতিবেদন অনুসৰি, বাজেটৰ কিছু সমস্যাৰ বাবে কিছুমান শিল্পীয়ে ছবিখনৰ কিছুমান অংশৰ শ্বুটিঙত কোনো পাৰিশ্ৰমিক নোলোৱাকৈও সহযোগিতা আগবঢ়াইছিল, যাতে ছবিখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা যায়।

প্ৰায় ৫০ কোটি টকা বাজেটত নিৰ্মিত ‘দেৱদাস’-এ ভাৰতত প্ৰায় ৪১.৬৭ কোটি টকা আৰু বিশ্বজুৰি প্ৰায় ৯০.৬৩ কোটি টকা আয় কৰিছিল। ছবিখনৰ ভব্য ছেটসমূহেও সেই সময়ত ব্যাপক চৰ্চা লাভ কৰিছিল। কেৱল চন্দ্ৰমুখীৰ কোঠাৰ ছেট নিৰ্মাণতেই প্ৰায় ১২ কোটি টকা ব্যয় কৰা হৈছিল, যাৰ ফলত ‘দেৱদাস’ সেই সময়ৰ অন্যতম ব্যয়বহুল ভাৰতীয় চলচ্চিত্ৰ হিচাপে পৰিচিত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24shahrukh khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী
ভাৰত

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

August 27, 2026
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…
বিনোদন

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

August 27, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

August 27, 2026
Next Post
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.