• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

2 months ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

17 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

26 minutes ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

44 minutes ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

2 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

3 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

8 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

9 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

18 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

18 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

আজি খেলপথাৰত একেলগে ৰোহিত-কোহলি 

editor by editor
July 14, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?
0
SHARES
208
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত আৰু ইংলেণ্ডৰ মাজত আজিৰে পৰা আৰম্ভ হ’ব ODI শৃংখলা। ইয়াৰ আগতে হৈ যোৱা T20 শৃংখলাত টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়ৰ পিছত টীম ইণ্ডিয়াৰ অনুৰাগীসকলে এতিয়া অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰি আছে এই শৃংখলাটোলৈ। কিয়নো বিগত ১৮ জানুৱাৰীৰ পিছত পুনৰবাৰ একেলগে খেলপথাৰত নামিব ৰোহিত শৰ্মা আৰু বিৰাট কোহলি।

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী

এই ঘটনা ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ৰ। উক্ত বিশ্বকাপত ৰোহিত শৰ্মাই বেটেৰে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল। নিজৰ অনবদ্য প্ৰদৰ্শনৰ বাবে ভূয়সী প্ৰশংসা লাভ কৰিছিল ৰোহিত শৰ্মাই। কিন্তু হিটমেনে ব্যক্তিগতভাৱে সফল হ’লেও তেওঁ ভাৰতক বিশ্বকাপ জয়ী কৰাব নোৱাৰাত মৰ্মাহত হৈ পৰিছিল। উক্ত বিশ্বকাপৰ প্ৰথম ছেমি ফাইনেলত ভাৰতৰ সন্মুখীন হৈছিল নিউজিলেণ্ড। মেনচেষ্টাৰত অনুষ্ঠিত সেই ৰোমাঞ্চকৰ খেলখনত নিউজিলেণ্ডে ভাৰতক ১৮ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। এই পৰাজয়ে ভাৰতৰ অজস্ৰ ক্ৰিকেট অনুৰাগীৰ হৃদয় ভাঙিছিল সমান্তৰালভাৱে ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈকো মৰ্মাহত কৰিছিল এই পৰাজয়ে। বিশেষকৈ ৰোহিত শৰ্মাৰ বাবে এই পৰাজয় আছিল অধিক কষ্টদায়ক আছিল। সমগ্ৰ টুৰ্ণামেণ্টখনত ৰোহিতে অসাধাৰণ বেটিং কৰিছিল, কিন্তু শেষত দলটোক বিজয়ৰ সোৱাদ দিব নোৱাৰাৰ বেদনাই তেওঁক আৱেগিক কৰি তুলিছিল আৰু সেইবাবেই ড্ৰেছিং ৰুমত অশ্ৰুৰে ভৰি পৰিছিল ৰোহিত শৰ্মাৰ চকু।

২০১৯ বিশ্বকাপৰ সবাটোকৈ সফল বেটাৰ আছিল ৰোহিত

যদিও ভাৰতৰ যাত্ৰা ছেমিফাইনেলতে সমাপ্ত হৈছিল, তথাপিও ৰোহিত শৰ্মা আছিল ২০১৯ চনৰ বিশ্বকাপৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰ। তেওঁ ৯খন মেচৰ ৯টা ইনিংছত ৮১ গড়েৰে মুঠ ৬৪৮ ৰান সংগ্ৰহ কৰিছিল। এই সময়ছোৱাত তেওঁ ৫টা শতক অৰ্জন কৰাৰ লগতে মুঠ ৬টা ইনিংছত ৫০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ এই ঐতিহাসিক প্ৰদৰ্শন আজিও বিশ্বকাপৰ অন্যতম শ্ৰেষ্ঠ বেটিং প্ৰদৰ্শন হিচাপে স্মৰণীয় হৈ আছে। সেই ঘটনাৰ পিছত বহু বছৰ পাৰ হৈ গৈছে। এতিয়া ৰোহিত শৰ্মাৰ লক্ষ্য ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ। আগন্তুক এদিনীয়া বিশ্বকাপত খিতাপ জয়ৰ দিশে আগবাঢ়িবলৈ ইংলেণ্ডৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হবলগীয়া এদিনীয়া ছিৰিজ ভাৰতীয় দলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। ইংলেণ্ডৰ মাটিত ৰোহিত শৰ্মাৰ বেটিং ৰেকৰ্ড যথেষ্ট উন্নত। সেয়েহে এই ছিৰিজতো তেওঁৰ পৰা এটা ডাঙৰ ইনিংছ আৰু দলক বিজয়ৰ পথ দেখুওৱাৰ আশা কৰিছে ভাৰতীয় অনুৰাগীসকলে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rohit sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড
বাণিজ্য

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

September 15, 2026
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
Next Post
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.