• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

5 months ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

43 minutes ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

1 hour ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

2 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

3 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

4 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

4 hours ago
খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

খালী পেটত পানী সেৱন কৰাটো সঁচাকৈ উপকাৰী নে? জানক বিশেষজ্ঞই কি কয়

5 hours ago
অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

অপূৰ্ণ হোৱা স্বপ্ন বুকুত বান্ধিয়েই বিদায় ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ

6 hours ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

7 hours ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

15 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

16 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

editor by editor
January 29, 2026
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ সকলোতকৈ বেছি মৃত্যুৰ কাৰণেই হৃদৰোগ৷ ইয়াৰ মাজত এক ডাঙৰ অংশৰ মানুহৰ মৃত্যু হয় সঠিক সময়ত চিকিৎসা নকৰাৰ বাবে৷ হৃদৰোগত আক্ৰান্ত হোৱাৰ লগে লগেই যদি চিকিৎসা আৰম্ভ কৰা যায় তেতিয়া বহু ক্ষেত্ৰতেই ৰোগীক সুস্থ কৰি তোলা সম্ভৱ৷ কিন্তু বহুতেই হাৰ্ট এটেকৰ প্ৰাথমিক লক্ষণসমূহক উপেক্ষা কৰে৷ বিশেষজ্ঞৰ মতে হৃদৰোগৰ কিছু লক্ষণ এমাহ পূৰ্বেও দেখা দিব পাৰে৷ যাৰ চিহ্নিত কৰি সতৰ্ক হলেই এই বিপদৰ পৰা হাত সাৰিব পাৰি৷

বুকুৰ বিষ বা অস্বস্তি

হাৰ্ট এটেকৰ এটা প্ৰধান লক্ষণ হৈছে বুকুৰ মাজত বা বাওঁফালে চাপ, চেপি ধৰা অনুভৱ, বিষ বা জ্বলাপোৰা অনুভূত হোৱা৷ এই বিষ কেইবামিনিট ধৰি স্থায়ী হব পাৰে৷

শ্বাসকষ্ট

বুকুৰ বিষৰ ওপৰিও বিষৰ সৈতে শ্বাসকষ্ট হ’ব পাৰে৷ মনত দমবন্ধ হৈ যোৱা ধৰণৰ অনুভৱ আহিব পাৰে৷ হৃদযন্ত্ৰ ঠিকমতে কাম নকৰিলে দেহত অক্সিজেন সৰবৰাহ হ্ৰাস পায়৷ ফলত শ্বাসকষ্ট হয়৷

অতিৰিক্ত ঘাম

হাৰ্ট এটেকৰ পূৰ্বে কাৰণ অবিহনেই হঠাৎ ঠাণ্ডা ঘাম ওলাব পাৰে৷ লগে লগে মূৰ ঘূৰোৱা বা পাতলকৈ মূৰৰ বিষ অনুভূত হব পাৰে৷

অস্বাভাৱিক ক্লান্তি

হৃদৰোগৰ ক্ষেত্ৰত বহু সময়ত ৰোগীয়ে অলপতেই ক্লান্ত হ’ব পাৰে৷ কিছুক্ষণ ধৰি কাম কৰিলে বুকু ধৰফৰাই থাকিব পাৰে৷ এই ধৰণৰ উপসৰ্গই জনাই যিয়ে যে আপোনাৰ হৃদযন্ত্ৰই ঠিকমতে কাম কৰিছেনে নাই৷ বিশেষকৈ মহিলাসকলৰ হাৰ্টৰ সমস্যাৰ এয়া প্ৰধান লক্ষণ৷

টোপনিত ব্যাঘাত বা অস্থিৰতা

বহুতৰেই হাৰ্ট এটেকত পূৰ্বৰ দিনসমূহত টোপনিত ব্যাঘাত ঘটে৷ ঘনে ঘনে টোপনি ভাঙি যায় অথৱা নিশা অস্বাভাৱিক অস্থিৰতা অনুভৱ কৰে৷

অনিয়মিত হৃদস্পন্দন

অনিয়মিত হৃদস্পন্দনৰ কাৰণে হৃদযন্ত্ৰই ৰক্ত পাম্প কৰাৰ ক্ষমতা হেৰুৱাই৷ ফলত হঠাৎ হৃদস্পন্দন বন্ধ হৈ যোৱাত ৰোগীৰ প্ৰাণ হেৰুওৱাৰ আশংকা থাকে৷

 বমি বমি ভাৱ, পেটত অস্বস্তি

হাৰ্ট এটেকৰ লক্ষণসমূহ সকলো সময়তে বুকুৰ মাজত সীমাবদ্ধ নাথাকে৷ বিশেষকৈ মহিলা আৰু বয়স্কসকলে হাৰ্ট এটেকৰ পূৰ্বৰ দিনসমূহত বমি বমি ভাৱ, বদহজম, পেট ফোলা পেটত বিষ অনুভৱ কৰিব পাৰে৷

যদি কোনোৱে এই লক্ষণসমূহৰ মাজত কোনো এটাও অনুভৱ কৰে তেন্তে দেৰী নকৰি দ্ৰুত নিকটতম হাস্পতাললৈ যোৱা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?
বিনোদন

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

July 7, 2026
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ
জীৱনশৈলী

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

July 7, 2026
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি
জীৱনশৈলী

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

July 7, 2026
Next Post
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.