• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

5 months ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

4 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

5 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

5 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

6 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

7 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

7 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

8 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

9 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

9 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

10 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

10 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

editor by editor
October 11, 2025
in জীৱনশৈলী
0
কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই
0
SHARES
489
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পোহৰ আৰু সমৃদ্ধিৰ উৎসৱ দীপাৱলি৷ হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে এই দিনটোতেই দেৱী লক্ষ্মীয়ে পৃথিৱীলৈ আহে আৰু ভক্তৰ ঘৰত আশীৰ্বাদ বৰ্ষণ কৰে৷ সেয়ে দীপাৱলিৰ নিশা ধনসম্পদ আহৰণৰ বিশেষ শুভক্ষণ বুলিও কোৱা হয়৷ বিশেষজ্ঞৰ মতে এই নিশা ঘৰত কিছু নিৰ্দিষ্ট আধ্যাত্মিক উপায় বা উপচাৰ পালন কৰিলে জীৱনৰ আৰ্থিক বাধা, ঋণৰ বোজা আৰু ব্যৱসায়ৰ মন্দাভাৱ দূৰ হ’ব পাৰে৷ জ্যোতিষীৰ মতে এই উপাচাৰসমূহ কেৱল নিয়মেই নহয়, ই বিশ্বাস আৰু মানসিক ইতিবাচকতাৰো প্ৰতীক৷ যিয়ে সঁচা মনেৰে দেৱী লক্ষ্মীৰ আৰাধনা কৰে তেওঁৰ জীৱনলৈ সমৃদ্ধি আহেই৷ এই উপাচাৰসমূহ দীপাৱলীৰ নিশা পালন কৰিলে অৰ্থনৈতিক উন্নতি আৰু শান্তি আহে বুলি বিশ্বাস কৰা হয়৷

১. শুভ সময়ত আৰম্ভ কৰক উপচাৰঃ দীপাৱলিৰ নিশা ১১ বাজি ৩০ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটৰ ভিতৰত এই উপায় গ্ৰহণ কৰা সকলোতকৈ শুভ৷ এই সময়ক মহালক্ষ্মীৰ প্ৰিয় মুহূৰ্ত বুলি কোৱা হয়৷

২. ঘিঁৰ তিনিটা প্ৰদীপ জ্বলাওকঃ ঘিঁৰে তৈয়াৰ কৰা তিনিটা প্ৰদীপ প্ৰস্তুত কৰক৷ প্ৰতিটো প্ৰদীপতেই পদ্মবীজ দিয়ক৷ বিশ্বাস কৰা হয় যে পদুম ফুল লক্ষ্মী দেৱীৰ প্ৰিয় ফুল, সেয়ে ইয়াৰ গুটি দিলেও দ্ৰুত আশীৰ্বাদ পোৱা যায়৷

৩. চাকি পবিত্ৰ কোনো গছৰ গুৰিত ৰাখকঃ পৃথক পৃথক তিনিজোপা গছৰ তলত প্ৰদীপ জ্বলাওক৷ আঁহত গছ, আমলখি গছ, বেল গছৰ গুৰিত আপুনি চাকি জ্বলাব পাৰে৷ এই তিনিবিধ গছক হিন্দু শাস্ত্ৰত পবিত্ৰ বুলি ধৰা হয়৷ এইসমূহৰ তলত প্ৰদীপ জ্বলালে নেতিবাচক শক্তি দূৰ হয়৷ ইতিবাচক শক্তিৰ প্ৰবাহ আৰম্ভ হয়৷

৪. একোটাকৈ চাকি একোজন দেৱতাৰ নামত উৎসৰ্গা কৰকঃ প্ৰথম চাকি ভগৱান গণেশৰ নামত অৰ্পণ কৰক৷ দ্বিতীয় চাকি লক্ষ্মী দেৱীৰ উদ্দেশ্যে দিয়ক যিয়ে অৰ্থ আৰু সৌভাগ্যৰ অধিষ্ঠাত্ৰী৷ তৃতীয় প্ৰদীপ দিয় সৰস্বতী দেৱীৰ নামেৰে যিয়ে জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী৷ এটা প্ৰদীপত গোল শলিতা দিয়ক আৰু বাকী দুটাত দীঘল শলিতা দিয়ক৷ ইয়াত শুভশক্তিৰ ভাৰসাম্য বৰ্তি থাকিব৷

৫. পূজাৰ সময়ত বিশেষ আহ্বানঃ চাকি জ্বলোৱাৰ সময়ত মনোযোগ দিয়ক৷ দেৱী লক্ষ্মী, ভগৱান কুবেৰ আৰু পূৰ্বপুৰুষক স্মৰণ৷ প্ৰাৰ্থনা কৰক যেন ঘৰলৈ সমৃদ্ধি আৰু ধনৰ প্ৰবাহ অব্যাহত থাকে৷ বিশ্বাস কৰা হয় যে এই আহ্বানে জীৱনত স্থায়ী আৰ্থিক শান্তি আনে৷

৬. ঘৰত লক্ষ্মী পূজা কৰকঃ গছৰ তলত প্ৰদীপ ৰখাৰ পাছত ঘৰত লক্ষ্মীপূজা কৰক৷ পূজাৰ সময়ত এটা ৰূপৰ মুদ্ৰা দেৱীৰ সন্মুখত ৰাখক আৰু সেয়া ঘৰৰ লকাৰত ৰাখি থ’ব৷ ই অৰ্থৰ সঞ্চয় বঢ়োৱাত সহায় কৰে৷

বিশেষজ্ঞৰ মতে, এই উপচাৰৰ ফলত পুৰণি ঋণৰ পৰা মুক্তি পোৱা যায়৷ ব্যৱসায়ত লাভ বৃদ্ধি হয়৷ আৰ্থিক স্থিতিশীলতা বাঢ়ে, ঘৰত অৰ্থৰ প্ৰবাৱ বাঢ়ে৷ জীৱনলৈ ইতিবাচক শক্তিৰ আগমন হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
Next Post
কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

আপুনি কৰি থকা ৫ ভুলেই কিডনিৰ ভয়াৱহ ক্ষতি কৰে, এইসমূহ ক্ৰনিক ৰোগ আপোনাৰ ভুলতেই হয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.