• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

3 weeks ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

7 minutes ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

33 minutes ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

1 hour ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

4 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

4 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

5 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

6 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

6 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

ধ*ৰ্ষণৰ অভিযুক্ত কোন এই ৰবিন দাস

editor by editor
September 24, 2026
in অপৰাধ, ক্ৰীড়া, বিনোদন
0
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধ*ৰ্ষণ কাণ্ডক লৈ ইংলেণ্ডৰ ঘৰুৱা ক্ৰিকেটত সৃষ্টি হৈছে চাঞ্চল্য। এচেক্স কাউণ্টি ক্ৰিকেট ক্লাবৰ ২৪ বছৰীয়া বেটছমেন ৰবিন দাসৰ বিৰুদ্ধে দুটা গুৰুতৰ ধ*ৰ্ষণৰ অভিযোগ উত্থাপন হৈছে। অভিযোগৰ পিছতে এচেক্স কাউণ্টি ক্ৰিকেট ক্লাবে তেওঁক তাৎক্ষণিকভাৱে দলৰ পৰা নিলম্বন কৰিছে। এই গোচৰৰ সন্দৰ্ভত ৰবিন দাসে ২০২৬ চনৰ ৯ অক্টোবৰত ইনাৰ লণ্ডনৰ ক্ৰাউন ক’ৰ্টত হাজিৰ হ’ব লাগিব। আৰক্ষীৰ তথ্য অনুসৰি, ঘটনাটো ২০২৪ চনৰ মাৰ্চ মাহত লণ্ডনৰ ব্ৰিক্সটন অঞ্চলত সংঘটিত হৈছিল।

লণ্ডন মহানগৰ আৰক্ষীৰ তথ্য অনুসৰি, ২০২৪ চনৰ মাৰ্চ মাহত ব্ৰিক্সটনত এগৰাকী মহিলাৰ ওপৰত ধ*ৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল। ঘটনাটোৰ তদন্ত চলোৱাৰ পিছত ২০২৫ চনৰ ২৭ আগষ্টত আৰক্ষীয়ে ৰবিন দাসক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তী সময়ত ২০২৬ চনৰ ২৩ জুলাইত তেওঁৰ বিৰুদ্ধে দুটা ধ*ৰ্ষণৰ অভিযোগ আনুষ্ঠানিকভাৱে উত্থাপন কৰা হয়। এতিয়া বিষয়টো আদালতৰ বিচাৰাধীন। অভিযোগসমূহ আদালতত প্ৰমাণিত হ’লে তেওঁ আইনীভাৱে গুৰুতৰ শাস্তিৰ সন্মুখীন হ’ব পাৰে।

অভিযোগৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এচেক্স কাউণ্টি ক্ৰিকেট ক্লাবে ৰবিন দাসক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক্লাবটোৱে এক আনুষ্ঠানিক বিবৃতিত কয় যে তেওঁলোকৰ এগৰাকী চুক্তিবদ্ধ খেলুৱৈয়ে ক্লাবৰ বাহিৰৰ এক গুৰুতৰ বিষয়ৰ সন্দৰ্ভত আদালতত হাজিৰ হ’বলগীয়া হৈছে। ক্লাবটোৱে লগতে জনাইছে যে এই বিষয়ত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ড (ECB), পেছাদাৰী ক্ৰিকেটাৰ্ছ এছ’চিয়েচন (PCA) আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি থকা হৈছে। ক্লাবৰ মতে, ৰবিন দাসৰ নিলম্বন চলি থকা আইনী প্ৰক্ৰিয়াৰ অংশ। আদালতৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই বিষয়ত অধিক মন্তব্য নকৰাৰ সিদ্ধান্ত লৈছে ক্লাবটোৱে।

ৰবিন দাসৰ জন্ম ২০০২ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশত কিন্তু তেওঁ এগৰাকী সোঁহতীয়া বেটছমেন হিচাপে ইংলেণ্ডৰ ঘৰুৱা ক্ৰিকেটত খেলি আহিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ এতিয়ালৈকে ৯খন মেচ খেলিছে। এই মেচসমূহত ২৫.১৫ গড়ে মুঠ ৩২৭ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে এটা শতক। আনহাতে, লিষ্ট এ ক্ৰিকেটত ৰবিন দাসে ২৯খন মেচ খেলি ৩১.০০ গড়ে ৮০৫ ৰান সংগ্ৰহ কৰিছে। এই ফৰ্মেটত তেওঁ এটা শতক আৰু পাঁচটা অৰ্ধশতক অৰ্জন কৰিছে। ২০২৬ চনৰ ২১ জুলাইত মিডলছেক্সৰ বিৰুদ্ধে ৱান ডে কাপত ৰবিন দাসে শেষবাৰৰ বাবে খেলপথাৰত নামিছিল। ইয়াৰ পিছতেই উত্থাপিত অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁক এচেক্স কাউন্টি দলৰ পৰা নিলম্বন কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে
বিনোদন

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

October 16, 2026
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত
বিনোদন

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

October 15, 2026
ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
Next Post
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.