• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা ভটুৱা কুকুৰ আৰু এজন ৰে’ল চালকৰ কাহিনী, ভিডিঅ’ দেখি আপুনিও ক’ব এয়াহে বন্ধুত্ব

এটা ভটুৱা কুকুৰ আৰু এজন ৰে’ল চালকৰ কাহিনী, ভিডিঅ’ দেখি আপুনিও ক’ব এয়াহে বন্ধুত্ব

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

6 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

7 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

7 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

8 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

9 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

9 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

10 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

10 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

11 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

11 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

12 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এটা ভটুৱা কুকুৰ আৰু এজন ৰে’ল চালকৰ কাহিনী, ভিডিঅ’ দেখি আপুনিও ক’ব এয়াহে বন্ধুত্ব

editor by editor
May 5, 2024
in ভাৰত
0
এটা ভটুৱা কুকুৰ আৰু এজন ৰে’ল চালকৰ কাহিনী, ভিডিঅ’ দেখি আপুনিও ক’ব এয়াহে বন্ধুত্ব
0
SHARES
430
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা ভটুৱা কুকুৰ আৰু এজন ৰে’ল চালকৰ কাহিনী, ভিডিঅ’ দেখি আপুনিও ক’ব এয়াহে বন্ধুত্ব

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এটা ভিডিঅ’, এটা পদপথৰ কুকুৰ আৰু এগৰাকী ৰে’ল চালকৰ বন্ধুত্ব। যি ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে যে এটা ভটুৱা কুকুৰে এখন নিৰ্দিষ্ট ৰে’লৰ বাবে অপেক্ষা কৰি আছে, আৰু ৰেল খন অহাৰ লগে লগে ফুৰ্তিত কব নোৱাৰা হৈ পৰিছে। কিয়নো সেই নিৰ্দিষ্ট ৰেলখনৰ চালকজনৰ বাবে অপেক্ষা কৰি আছিল কুকুৰটো।

ভিডিঅ’টোৰ আৰম্ভণিতে এজন লোকে চলন্ত ৰে’লৰ ভিতৰত খাদ্যৰে ভৰা প্লেট এখন হাতত লৈ থকা দেখা গৈছে। ভিডিঅ’টো চলি  যোৱাৰ লগে লগে প্লেটফৰ্মত ৰে’লৰ বাবে অপেক্ষা কৰি থকা এটা কুকুৰ দেখা গৈছে।

ৰেলখন ষ্টেচনত সোমোৱাৰ লগে লগে প্লেটফৰ্মত  ৰেলখনৰ কাষে কাষে কুকুৰ এটা দৌৰিবলৈ আৰম্ভ কৰে। ৰেলখন ৰৈ যোৱাৰ লগে লগে কুকুৰটোও ধৈৰ্য্যৰে ৰৈ থাকে ৰেল চালকজন নামি আহি খাদ্য দিয়ালৈ।

১ মে’ত শ্বেয়াৰ কৰাৰ পিছৰে পৰা এই ভিডিঅ’টোৱে ২৭ লাখৰো অধিক ভিউ লাভ কৰিছে। বহুতে বিভিন্ন ধৰণৰ কমেণ্টো দিছে ভিডিঅটোত। এক নিমাত জীৱৰ প্ৰতি যি প্ৰেম সেয়াই প্ৰটক হৈছে ভিডিঅটোত।

এজন দৰ্শকে ভিডিঅটো চাই লিখিছে, “কি হৃদয়স্পৰ্শী কাহিনী! সৰু সৰু কামেও কেনেকৈ অপৰিসীম সুখ কঢ়িয়াই আনিব পাৰে, এই ভিডিঅ তাৰেই উদাহৰণ।”

ভিডিঅটো চাবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক

https://x.com/1hakankapucu/status/1785453242081591356

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Friendshipsocial mediaSocial media Viral Photoviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
Next Post
মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত

মৃতকৰ সংখ্যা ৫৭ লৈ বৃদ্ধি, ৬৭ গৰাকী বৰ্তমানেও সন্ধানহীন, ৩২ হাজাৰ লোকক স্থানান্তৰিত

হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু

হাঁহি থকাৰ মাজতে হঠাতে কান্দি দিলে ববী দেউলে, ছানী দেউলৰো সেমেকি উঠিল চকু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.