• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

30 minutes ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

4 minutes ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

1 hour ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

2 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

2 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

3 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

3 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

4 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

5 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

6 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

7 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

19 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

আৰু কোন কোন তাৰকা থাকিব ৰিয়েলিটী শ্ব'টোত?

editor by editor
August 20, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা, সংগীত
0
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!
0
SHARES
12
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ সবাটোকৈ বেছি TRP থকা ৰিয়েলিটি শ্ব’সমূহৰ অন্যতম ‘বিগ বছ’ৰ ২০তম সংস্কৰণটো অতি সোনকালে সৰু পৰ্দাত মুক্তি পাবলৈ সাজু হৈছে। ছলমান খানৰ এই ব্লকবাষ্টাৰ শ্ব’টোৰ প্ৰিমিয়াৰৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে প্ৰতিযোগীৰ নামক লৈ গুজৱ আৰম্ভ হৈছে। সূত্ৰ অনুসৰি এইবাৰ মেকাৰে তেওঁলোকৰ শ্ব’ত বলীউডৰ অভিনেত্ৰী তথা টিভিৰ আটাইতকৈ ষ্টাইলিছ ‘নাগিন’খ্যাত মৌনী ৰয়ক অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। ইয়াৰ উপৰিও একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে বলীউডৰ হিৰো নম্বৰ ৱান তথা সম্প্ৰতি বিতৰ্কৰ শীৰ্ষত থকা গোবিন্দ আৰু তেওঁৰ পত্নী সুনীতাইও এই অনুষ্ঠানত যোগদান কৰিব পাৰে। অৱশ্যে গোবিন্দ আৰু সুনীতাৰ অংশগ্ৰহণৰ সম্ভাৱনাক একাংশই পোনছাটেই নাকচ কৰিছে

মৌনী ৰায় সদায় দৰ্শকৰ প্ৰিয়। শেহতীয়াকৈ পাপাৰাজী আৰু ব্যক্তিগত জীৱনৰ সমস্যাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছত সংবাদ মাধ্যম আৰু ৰাজহুৱা উপস্থিতিৰ পৰা নিজকে দূৰত ৰাখিছে অভিনেত্ৰীগৰাকীয়ে। সেয়েহে প্ৰযোজকসকলে মৌনীক শ্ব’টোৰ অংশ হোৱাটো বিচাৰিছিল, কিয়নো দৰ্শকে তেওঁৰ অকৃত্ৰিম আৰু স্পষ্টবাদী শৈলীৰ বাবে সদায় আগ্ৰহী। ইফালে গোবিন্দৰ শেহতীয়া সম্পৰ্কৰ বাবে সদায়ে চৰ্চাত থকা অভিতেগৰাকীৰ পত্নী সুনীতাৰ সৈতেও বিগ বছ কৰ্তৃপক্ষই যোগাযোগ কৰিছে বুলি চৰ্চা চলিছে। “বিগ বছ”ৰ স্বভাৱৰ প্ৰতি লক্ষ্য ৰাখি গোবিন্দও এনে এজন প্ৰতিযোগী বুলি প্ৰমাণিত হ’ব পাৰে যাৰ উপস্থিতিয়ে TRPৰ সকলো অভিলেখ ভংগ কৰিব পাৰে।

একাংশ সংবাদ মাধ্যমত দাবী কৰা হৈছে যে গোবিন্দৰ পত্নী সুনীতা আহুজাও এই অনুষ্ঠানত উপস্থিত থাকিব পাৰে। কিন্তু সঁচা কথাটো হ’ল “বিগ বছ ২০”ত সুনীতাৰ অভিনয়ৰ কোনো সম্ভাৱনা যেন নাই। ইতিমধ্যে সুনীতাই একতা কাপুৰৰ ৰিয়েলিটি শ্ব’ “লকআপ”ত অংশগ্ৰহণ কৰিছে। সেই শ্ব’টোৰ কঠোৰ চুক্তিৰ দফা অনুসৰি ইয়াৰ প্ৰতিযোগীসকলে নিৰ্দিষ্ট সময়ৰ বাবে আন কোনো প্ৰতিদ্বন্দ্বী ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰিব নোৱাৰে। এই চুক্তিবদ্ধ বাধ্যবাধকতাৰ বাবেই সুনীতাৰ নাম সম্পূৰ্ণৰূপে বাহিৰ বুলি গণ্য কৰা হয়।

গোবিন্দ আৰু মৌনি ৰয়ৰ উপৰিও ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয় তাৰকা অঞ্জলি অৰোৰা, আন্তঃৰাষ্ট্ৰীয় মডেল এলনাজ নৰুজী আৰু কুশল তনৱাৰ আটাইকেইজনেই এই ছিজনৰ বাবে নিশ্চিত প্ৰতিযোগী। মাহী ৱিজ, প্ৰাণালী ৰাথোৰ, গিয়া মানেক, কৰণ পেটেল, শুভংগী আত্ৰে, ৰিদ্ধি ডোগ্ৰা, সুনীল পাল, সনায়া ইৰানী আৰু মোহিত ছেহগালৰ সৈতেও আলোচনাত মিলিত হৈছে বিগ বছৰ কৰ্তৃপক্ষ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24big bossGovinda
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE
ভাৰত

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

August 20, 2026
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’
ৰাজনীতি

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

August 20, 2026
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
Next Post
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ'ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.