• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঋণত জৰ্জৰিত? হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

ঋণত জৰ্জৰিত? হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

1 year ago
Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

23 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

1 hour ago
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

2 hours ago
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

3 hours ago
Image Source-PTI

Kedarnath Dham : খোল খালে কেদাৰনাথ ধামৰ প্ৰৱেশদ্বাৰ, ছমাহ বন্ধৰ অন্তত আজি ভক্তৰ বাবে মুকলি

3 hours ago
সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

সঞ্চয় কৰিব পৰা নাই নেকি? এইকেইটা অভ্যাসে বিপদত বচাব আপোনাক!

4 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

5 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

5 hours ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

15 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

16 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

16 hours ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঋণত জৰ্জৰিত? হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

ঋণত জৰ্জৰিত? হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট

editor by editor
October 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ঋণত জৰ্জৰিত? হাতত ধন নাথাকেই? এই সহজ নিয়ম মানিলেই নিশাৰ ভিতৰতে দূৰ হ’ব সমস্যা, কাটিব অৰ্থসংকট
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথাতেই কোৱা হয় এবাৰ ঋণৰ জালত যি সোমাই সি ওলাই আহিবলৈ কঠিন হয়৷ আনকি পুৰণি ঋণ শোধ কৰাৰ বাবে আকৌ নতুন ঋণ লয়৷ আকৌ নতুন ঋণৰ পৰা মুক্তি পাবলৈ আকৌ ধন ধাৰে লৈ অৱশেষত ঋণত জৰ্জৰিত হৈ পৰে৷ স্বাভাৱিকভাৱেই সহজে ঋণৰ পৰা মুক্তি পাব বিচাৰে বহুতেই৷ কেৱল ঋণেই নহয়, আৰ্থিক সংকটতো ভোগে বহুতেই৷ আয় ব্যয়ৰ ভাৰসাম্য নাথাকিলে সঞ্চয় মুঠেও নহয়৷ প্ৰতি মাহতেই পকেটত চাপ কৰে৷ সেই সমাধানৰ বাবে আছে বাস্তুৰ বিশেষ নিয়ম৷ জ্যোতিষশাস্ত্ৰত বাস্তুৰ বিশেষ গুৰুত্ব আছে৷ বিশেষজ্ঞই কয়, বাস্তুৰ নিয়ম মানিলেই দূৰ হয় নেতিবাচক শক্তি৷ দূৰ হ’ব সংসাৰৰ অৰ্থকষ্টও৷ বাস্তুৰ কোন নিয়ম মানিলে আপোনাৰ আৰ্থিক সংকট দূৰ হ’ব?

এটা কাঁচৰ পাত্ৰত ৭টা খুচুৰা পইছা, দুচামুছ চেনী আৰু ৭টা লং দিয়ক৷ এইবাৰ এই পাত্ৰ আপোনাৰ ঘৰৰ কোনো ভগৱানৰ মূৰ্তিৰ কাষত ৰাখক৷ বাস্তুৰ নিয়ম মানি পাত্ৰটো অন্তত ২১ দিন ঘৰৰ দক্ষিণ পূৰ্ব দিশত ৰাখিলেই আপুনি ভাল ফল পাব৷ জীৱনৰ বহু ধৰণৰ সমস্যাই আমাক ঘেৰি থাকে৷ এইবোৰৰ পৰা অপ্ৰাণ চেষ্টা কৰিও মোকাবিলা কৰিব পৰা নাযায়৷ আৰু তেতিয়াই বাস্তুতন্ত্ৰ সহায় লয় বহুজনে৷ বাস্তুশাস্ত্ৰৰ ওচৰত বিভিন্ন সমস্যা সমাধানৰ নানান চাবিকাঠি আছে৷ এই শাস্ত্ৰ অনুসৰি এনে কিছু ব্যৱস্থা আছে যি অৱলম্বন কৰি জীৱনত ইতিবাচক শক্তি অনা সম্ভৱ৷ কেৱল অৰ্থকষ্ট নহয়, সংসাৰৰ সকলো সুখ সমৃদ্ধি আৰু শান্তি বজাৰ ৰখাৰ পৰামৰ্শ দিয়ে বাস্তু বিশেষজ্ঞই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…
বিনোদন

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

April 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

April 22, 2026
আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম
জীৱনশৈলী

আমে শৰীৰত চেনিৰ মাত্ৰা বৃদ্ধি কৰে নেকি? জানক খোৱাৰ সঠিক নিয়ম

April 22, 2026
বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

বৃক্কৰ ৰোগত তৰমুজ খোৱাটো উচিত নে অনুচিত? জানক বিশেষজ্ঞৰ পৰা

April 22, 2026
Next Post
একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?

একাদশীত অৰ্থলাভ ৪ৰাশিৰ, বাকীসকলৰ ভাগ্যত কি আছে?

প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.