• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

3 months ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

24 minutes ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

1 hour ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

2 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

3 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

4 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

6 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

6 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

19 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

20 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

21 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

21 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

দিল্লী বিমানবন্দৰত ৰখাই থোৱা তিনিখন বিমান ধুমুহাত ক্ষতিগ্ৰস্ত হয়।

editor by editor
June 8, 2026
in বিবিধ, ভাৰত, লেখা
0
বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান
0
SHARES
372
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে অহা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত দিল্লীৰ আই জি আই বিমানবন্দৰৰ টাৰ্মিনেল ২ত ৰখাই থোৱা তিনিখন এয়াৰ ইণ্ডিয়াৰ বিমান ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ পিছতে কেইবাখনো বিমানৰ সেৱাও ব্যাহত হয়। এই ঘটনাৰ ফলত যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।

দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ বিষয়াসকলে জনোৱা মতে, প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত বিমানবন্দৰটোৰ স্থল সহায়ক সঁজুলি নিৰ্দিষ্ট স্থানৰ পৰা আঁতৰি যায় আৰু এয়াৰ ইণ্ডিয়াৰ বিমানৰ সৈতে সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত তিনিওখন বিমানৰ ক্ষতিসাধন হয়। দেওবাৰে সন্ধিয়া প্ৰায় ৪:৪০ বজাত সংঘটিত হয় এই ঘটনা।

বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, বেয়া বতৰৰ ফলত বিমান পৰিচালনা আৰু বিমানবন্দৰৰ পৰিচালনাত প্ৰভাৱ পৰিছে। প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত কেইবাখনো বিমান চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হয়। প্ৰতিকূল বতৰৰ বাবে বিমানৰ সময়সূচীও ব্যাহত হোৱাৰ লগতে কিছু বিমানৰ পলম হয়।

কোনো সতৰ্কবাণী দিয়া নাছিল

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এজন বিষয়াই দাবী কৰিছে যে হঠাৎ বতৰ পৰিৱৰ্তনৰ পূৰ্বে বিমান পৰিবহণ নিয়ন্ত্ৰণে বিমানবন্দৰ পৰিচালক বা বিমান সংস্থাসমূহক বতৰৰ কোনো নিৰ্দিষ্ট সতৰ্কবাণী জাৰি কৰা নাছিল। ফলস্বৰূপে বতৰৰ ভয়াৱহতাৰ আগজাননী দিব পৰা নগ’ল, যাৰ ফলত এই ঘটনা সংঘটিত হয়।

(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত
অপৰাধ

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

September 5, 2026
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!
বিনোদন

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

September 5, 2026
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ
ৰাজনীতি

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

September 5, 2026
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?
জীৱনশৈলী

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

September 5, 2026
Next Post
গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.