• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

2 months ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

2 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

2 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

2 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

2 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

3 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

4 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

6 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

8 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

9 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

editor by editor
August 22, 2026
in বিবিধ, ভাৰত, লেখা
0
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাৰাষ্ট্ৰৰ ছাত্ৰপতি সম্ভাজীনগৰত শুকুৰবাৰে এক দুখজনক ঘটনাত পিতৃ-মাতৃ আৰু পুত্ৰ তিনিওগৰাকীৰে মৃ*ত্যু হয়। ছত্ৰপতি সম্ভাজীনগৰৰ তিছগাঁও অঞ্চলৰ খাৱড়া পাহাৰত এই ঘটনা সংঘটিত হৈছে। ঘটনাৰ কেন্দ্ৰত আছিল তেওঁলোকৰ পুত্ৰ ১৯ বছৰীয়া কুণাল চন্দগুড়ে। জানিব পৰা মতে, এটা আইফোনকক লৈ পিতৃ-মাতৃৰ সৈতে হোৱা কাজিয়াৰ পিছত কুণালে আত্মহ*ত্যা কৰাৰ উদ্দেশ্যে খাৱড়া পাহাৰলৈ গৈছিল। অৱশ্যে আত্মহ*ত্যা কৰিবলৈ পাহাৰলৈ যোৱাৰ প্ৰকৃত কাৰণ এতিয়াও আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই।

কুণাল ছাত্ৰপতি সম্ভাজীনগৰৰ জাল্টা ফাটা অঞ্চলত থকা ঘৰৰ পৰা পুৱা প্ৰায় ১০ বজাতে খাৱড়া পাহাৰলৈ গৈছিল। কুনালে পাহাৰৰ ওপৰত উঠি তললৈ নামিবলৈ অস্বীকাৰ কৰে। খবৰ পাই তেওঁৰ পিতৃ মুৰলীধৰ চন্দগুড়ে (৪৮) আৰু মাতৃ সংগীতা চন্দগুড়েই তেওঁক বুজাবলৈ উক্ত পাহাৰলৈ যায়। গাঁৱৰ আন লোকসকলো তেওঁলোকৰ সৈতে উপস্থিত হয়। প্ৰায় তিনিঘণ্টা ধৰি লোকসকলে কুণালক তললৈ নামি আহিবলৈ বুজাই থাকে। পিতৃ-মাতৃয়ে কুণালক আইফোন দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে। কিন্তু কুণাল অত্যন্ত মানসিকভাৱে বিচলিত হৈ পৰে আৰু তেওঁৰ ওচৰত বিকল্প কোনো পথ নাই বুলি কৈ পাহাৰৰ পৰা জাপ দিয়ে। পাহাৰত উপস্থিত প্ৰত্যক্ষদৰ্শীয়ে এই কথা সদৰী কৰে।

পুত্ৰক বচাবলৈ গৈ পিতৃৰ মৃত্যু
শেষৰ প্ৰায় ১৫-২০ মিনিটত কুণালৰ পিতৃ মুৰলীধৰ তেওঁৰ ওচৰলৈ গৈ তেওঁক বুজাবলৈ চেষ্টা কৰে। সেই সময়তে কুণালে হঠাতে গভীৰ খাৱৈলৈ জাঁপ দিয়ে। পুত্ৰক ধৰিবলৈ চেষ্টা কৰোঁতে মুৰলীধৰৰ ভাৰসাম্য নোহোৱা হয় আৰু তেৱোঁ কুণালৰ সৈতে গভীৰ খাৱৈত পৰি যায়। ফলত পিতা-পুত্ৰ দুয়োজনৰে থিতাতে মৃ*ত্যু হয়। ইপিনে স্বামী আৰু পুত্ৰক নিজৰ চকুৰ সন্মুখতে খাৱৈত পৰি যোৱা দেখি মাতৃ সংগীতা গভীৰভাৱে ভাঙি পৰে। তাৰ পিছতে তেৱোঁ পাহাৰৰ পৰা জাঁপ দিয়ে আৰু তেওঁৰো মৃ*ত্যু হয়।

উদ্ধাৰৰ বাবে সাজু আছিল অগ্নিনিৰ্বাপক বাহিনী
ঘটনাৰ গুৰুত্ব বুজি অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে কুণালক উদ্ধাৰ কৰিবলৈ পাহাৰৰ তলত ডাঙৰ সুৰক্ষা জাল পাতিছিল। কিন্তু পাহাৰৰ ওপৰত থিয় হৈ থকা কুণালে বাৰে বাৰে নিজৰ স্থান আৰু দিশ সলনি কৰি আছিল। ফলত তেওঁক সুৰক্ষা জালৰ ভিতৰলৈ অনাটো সম্ভৱ নহ’ল। স্থানীয় এজন প্ৰাক্তন গাঁওবুঢ়াই দাবী কৰা মতে, কুণালে আইফোন বিচৰাৰ বিষয়ক লৈ পিতৃ-মাতৃৰ সৈতে কাজিয়া কৰাৰ পিছত এই চৰম সিদ্ধান্ত ল’বলৈ চেষ্টা কৰিছিল। অৱশ্যে আৰক্ষীয়ে এই দাবী নিশ্চিত কৰা নাই। ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Iphone
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.