• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

1 month ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

11 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

12 hours ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

13 hours ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

14 hours ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

15 hours ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

16 hours ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

16 hours ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

1 day ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

1 day ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

2 days ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

2 days ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ

editor by editor
October 9, 2025
in জীৱনশৈলী
0
গুৰুবাৰে ধন যোগ, লক্ষ্মীৰ কৃপাত জীৱনত উন্নতি নিশ্চিত ৫ৰাশিৰ জাতকৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯ অক্টোবৰ বৃহস্পতিবাৰে আহিন মাহৰ কৃষ্ণপক্ষৰ তৃতীয় দিন৷ চন্দ্ৰই মেষ ৰাশিলৈ গমন কৰিব৷ চন্দ্ৰৰ ওপৰত মঙলৰ সপ্তম দৃষ্টি শুভ হব৷ ইয়াৰোপৰি শুক্ৰই কন্যা ৰাশিলৈ গমন কৰিব, যাৰ ফলত শুক্ৰাদিত্য যোগ তৈয়াৰ হব৷ ইয়াৰোপৰি ভৰণী নক্ষত্ৰৰ সংযোগত ধন যোগো তৈয়াৰ কৰিব৷ ই বৃষসহ ৫ ৰাশিৰ বাবে শুভ হব৷

বৃহস্পতিবাৰৰ ভাগ্যবান ৫ ৰাশি

বৃষ ৰাশি

বৃষ ৰাশিৰ বাবে খুবেই শুভ আৰু লাভজনক দিন হব৷ আপোনাৰ ভাগ্যই আপোনাক বিলাসিতা দিব৷ যদি আপোনাৰ কোনো বাহন বা বিলাসবহুল সামগ্ৰী ক্ৰয়ৰ ইচ্ছা থাকিলে আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷ আপুনি আপোনাৰ চাকৰিত বিপৰীত লিংগৰ কোনো সহকৰ্মীৰ পৰা সহায়তা পাবলৈ সক্ষম হব৷ দিনৰ দ্বিতীয়াৰ্ধত সম্পত্তি সম্পৰ্কিত কামত ভাগ্যৰ সংগ পাব৷ ধৰ্মীয় কামত আপোনাৰ আগ্ৰহ বৃদ্ধি পাব৷ যিসকলে ফেশ্বন আৰু প্ৰসাধনী সামগ্ৰীৰ ব্যৱসায় কৰে, ভাগ্যই তেওঁলোকক বিশেষ লাভ প্ৰদান কৰিব৷ আপুনি উপহাৰো পাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে সম্পদ আৰু প্ৰত্তিপত্তি বৃদ্ধি পাব৷ আপোনাৰ বাবে আৰামৰ দিন হব৷ পোছাক আৰু প্ৰসাধনী সংক্ৰান্তিয় কামৰ সৈতে জড়িতসকলে দিনৰ দ্বিতীয়াৰ্ধত হঠাৎ তেওঁলোকৰ আয় বৃদ্ধি দেখিবলৈ পাব৷ আপোনাৰ বুদ্ধিমত্তা আৰু কৰ্মক্ষেত্ৰত দক্ষতাৰ কাৰণে আপুনি উপকৃত হব৷ চৰকাৰী ক্ষেত্ৰত সাফল্যৰ সম্ভাৱনা আছে৷ আপোনাৰ ঊৰ্ধতনসকলে আপোনাক কৰ্মক্ষেত্ৰত উৎসাহিত কৰিব পাৰে৷ আপোনাৰ পদ আৰু প্ৰতিপত্তি বৃদ্ধিৰ ফলত আপুনি উপকৃত হব৷ আপোনাৰ পাৰিবাৰিক জীৱনো প্ৰেমময় আৰু আনন্দময় হব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আয় বৃদ্ধিৰ দিন হব৷ আপুনি এনে এক উৎসৰ পৰা উপকৃত হব পাৰে যি আপুনি আশাও কৰা নাছিল৷ আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু চতুৰতাৰে আপোনাৰ প্ৰতিপক্ষসকলক পৰাজিত কৰিবলৈ সক্ষম হব৷ আপোনাৰ নক্ষত্ৰসমূহে ইংগিত দিয়ে৷ আপুনি সম্পত্তি বা দীৰ্ঘম্যাদি বিনিয়োগৰ পৰা উপকৃত হব পাৰে৷ যানবাহনৰ সুবিধাৰো সম্ভাৱনা আছে৷ কোনো অমীমাংসিত কাম সম্পন্ন হব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে ভাল সুযোগ পাব পাৰে৷ আপোনাৰ বিবাহিত জীৱনত সুখ থাকিব৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে এক শুভ আৰু ভাগ্যবান দিন হব৷ কৰ্মক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ কাষৰ পৰা আপুনি নিৰ্দেশ পাব৷ আপোনাক এক নতুন প্ৰকল্প বা কামৰ দায়িত্ব দিয়া হব পাৰে৷ ব্যৱসায়ত আপোনাৰ বাবে এই দিনটো লাভজনক হব৷ আপুনি পৰিয়াল আৰু নিকটাত্মীয়সকলৰ পৰা সহায় পাব৷ উপহাৰ আৰু বিলাসিতা লাভৰো সম্ভাৱনা আছে৷ পূৰ্ববৰ্তী কোনো কাম বা বিনিয়োগৰ পৰা আপুনি লাভৱান হব৷ আপোনাৰ নক্ষত্ৰই ইংগিত দিয়ে যে আপুনি যদি কোনো নতুন প্ৰকল্প আৰম্ভ কৰিব খোজে বা কোনো বেংকৰ পৰা ঋণ লোৱাৰ চেষ্টা কৰে তেন্তে আপুনি সাফল্য পাবই৷ কোনো কামৰ সৈতে সম্পৰ্কিত ভ্ৰমণো সফল হব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই দিনটো শুভ আৰু লাভজনক দিন হব৷ ভাগ্যই আপোনাৰ প্ৰত্যাশাতকৈ বেছি সুবিধা দিব৷ আপোনাৰ আয় বৃদ্ধি পাব আৰু আপোনাৰ ইচ্ছা পূৰণৰ সুযোগ থাকিব৷ বন্ধুৰ সহায় আপোনাৰ বাবে উপকাৰী হব পাৰে৷ যিসকলে মাৰ্কেটিং আৰু চেলছৰ সৈতে জড়িত তেওঁলোকে লাভৱান হব৷ আপুনি কাৰোবাক সহায় কৰাৰ সুযোগো পাব পাৰে৷ যি কাম কৰি নিজেও আনন্দিত হব৷ আপুনি পৈতৃক সম্পত্তিৰ পৰাও উপকৃত হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

November 8, 2025
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

November 8, 2025
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?
জীৱনশৈলী

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

November 8, 2025
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?
জীৱনশৈলী

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

November 8, 2025
Next Post
দীপাৱলিৰ পূৰ্বে সূৰ্যই তাৰ ৰাশি পৰিবৰ্তন কৰিব, এই ৩ ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব

দীপাৱলিৰ পূৰ্বে সূৰ্যই তাৰ ৰাশি পৰিবৰ্তন কৰিব, এই ৩ ৰাশিৰ ভাগ্য উজ্জ্বল হ’ব

মূৰৰ বিষ হ’লেই পেৰাছিটামল খায়? মূৰৰ কোন দিশত বিষ হ’লে কি সমস্যাৰ ইংগিত?

মূৰৰ বিষ হ’লেই পেৰাছিটামল খায়? মূৰৰ কোন দিশত বিষ হ’লে কি সমস্যাৰ ইংগিত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.