• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মূৰৰ বিষ হ’লেই পেৰাছিটামল খায়? মূৰৰ কোন দিশত বিষ হ’লে কি সমস্যাৰ ইংগিত?

8 months ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

14 minutes ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

35 minutes ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

1 hour ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

2 hours ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

3 hours ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

4 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

5 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মূৰৰ বিষ হ’লেই পেৰাছিটামল খায়? মূৰৰ কোন দিশত বিষ হ’লে কি সমস্যাৰ ইংগিত?

মূৰৰ বিষ হ’লেই পেৰাছিটামল খায়? মূৰৰ কোন দিশত বিষ হ’লে কি সমস্যাৰ ইংগিত?

editor by editor
October 9, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
মূৰৰ বিষ হ’লেই পেৰাছিটামল খায়? মূৰৰ কোন দিশত বিষ হ’লে কি সমস্যাৰ ইংগিত?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামান্যতম শাৰীৰিক অসুস্থতাৰ ক্ষেত্ৰত কোনো বিচাৰ নকৰাকৈ বহুতেই বেদনানাশক ঔষধ খাই৷ বিশেষকৈ মূৰৰ বিষ হ’লে বহুতেই পেৰাছিটামল খোৱাৰ অভ্যাসত অভ্যস্ত৷ কিন্তু সকলো ধৰণৰ মূৰৰ বিষত পেৰাছিটামলে কাম নকৰে৷ মানসিক চাপৰ কাৰণে মূৰৰ বিষ হোৱা বা মাইগ্ৰেনৰ যন্ত্ৰণা প্ৰতিটোৰ কাৰণেই কিন্তু পৃথক৷ সেয়ে মূৰৰ বিষৰ ঔষধ খোৱাৰ পূৰ্বে কাৰণটো বুজিব লাগিব৷ সম্প্ৰতি এগৰাকী চিকিৎসকে মূৰৰ বিষৰ কোন দিশত থকা বিষে কি বুজায় তাৰ বাখ্যা দিছে৷

চিকিৎসে স্পষ্টকৈ কয় যে মূৰৰ বিষ হলে পেৰাছিটামল জাতীয় ঔষধ খাই কোনো সমাধান হব নোৱাৰে৷ বেলেগ বেলেগ মূৰৰ বিষৰ কাৰণো বেলেগ বেলেগ৷ সেয়ে সমস্যা বুজি লৈ চিকিৎসকৰ পৰামৰ্শ লৈ ঔষধ গ্ৰহণ কৰা উচিত৷

মূৰৰ সন্মুখৰ দিশত বিষ হলে

সাধাৰণতে টোপনি কম হলে এই ধৰণৰ মূৰৰ বিষ হয়৷ ইয়াৰোপৰি অত্যধিক স্ক্ৰিণ টাইমৰ কাৰণে যদি চকুৰ বিষ হয়৷ মূৰৰ সন্মুখৰ দিশত হোৱা বিষ সাধাৰণতে এইসমূহ কাৰণতে হয়৷

মূৰৰ ওপৰত বিষ হ’লে

এই ধৰণৰ বিষ হ’লে বুজিব যে শৰীৰক পানীৰ প্ৰয়োজন আছে৷

মূৰৰ পিছৰ ফালে বিষ হ’লে

অত্যধিক মানসিক চাপ হ’লে মূৰৰ পিছৰ ফালে বিষ হয়৷ ইয়াৰোপৰি ডিঙি আৰু মেৰুদণ্ডৰ কোনো সমস্যা থাকিলে মূৰৰ পিছৰ অংশত বিষ হব পাৰে৷
মূৰৰ দুইকাষে বিষ হলে
উচ্চ ৰক্তচাপৰ সমস্যা যিসকলৰ আছে তেওঁলোকে বহুসময়ত মূৰৰ দুই কাষে বিষ অনুভৱ কৰে৷

মুখৰ সন্মুখৰ অংশত বিষ হলে

ছাইনাছৰ সমস্যাৰ কাৰণে বহু সময়ত কপাল, নাক আৰু গালৰৰ হাড়ৰ চাৰিওপাশে বিষ হয়৷

মূৰৰ এটা চাইডত বিষ হলে

এই সমস্যা বহুতৰেই হয়৷ মাইগ্ৰেনৰ সমস্যা হলে মূৰৰ এটা চাইডত তীব্ৰ যন্ত্ৰণা হয়৷

সেয়ে মূৰৰ বিষ হলে ঔষধ খোৱাৰ পূৰ্বে মূৰৰ বিষৰ কাৰণ জনাটো খুবেই জৰুৰী৷ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে ঔষধ সেৱন কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত
জীৱনশৈলী

June 1, 2026
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

June 1, 2026
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট
জীৱনশৈলী

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

June 1, 2026
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?
জীৱনশৈলী

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

June 1, 2026
Next Post
দলীয় অন্তঃকন্দল! জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোঁহাইৰ বিজেপি ত্যাগ, বাজপেয়ী ভৱনলৈ আহি দিলে পদত্যাগ পত্ৰ

তুলা ৰাশিত সূৰ্যৰ আগমন! খুলি যাব ভাগ্যৰ দ্বাৰ! কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন