ৰাজেন গোঁহাইৰ বিজেপি ত্যাগ৷
ন পুৰণি সংঘাতৰ বাবেই বিজেপি ত্যাগ কৰাৰ সন্দেহ বহুতৰে৷
বাজপেয়ী ভৱনলৈ আহি দলত্যাগ কৰিছে ৰাজেন গোঁহাইয়ে৷
ৰাজেন গোঁহাই বিজেপি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতিও আছিল৷
মোদী কাৰ্যকালৰ প্ৰথমটো কাৰ্যকালত ৰে’ল প্ৰতিমন্ত্ৰী হৈছিল ৰাজেন গোঁহাই৷
চাৰিবাৰলৈ নগাওঁৰ পৰা সাংসদ হৈছিল ৰাজেন গোঁহাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















