• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তুলা ৰাশিত সূৰ্যৰ আগমন! খুলি যাব ভাগ্যৰ দ্বাৰ! কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব?

তুলা ৰাশিত সূৰ্যৰ আগমন! খুলি যাব ভাগ্যৰ দ্বাৰ! কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব?

8 months ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

26 minutes ago
চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

চলচ্চিত্ৰ জগতত দুঃখবৰ, ৩৫ বছৰ বয়সত অকাল বিয়োগ জনপ্ৰিয় অভিনেত্ৰীৰ!

1 hour ago
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

2 hours ago
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

3 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

3 hours ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

5 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

6 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

7 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

8 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

9 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

9 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তুলা ৰাশিত সূৰ্যৰ আগমন! খুলি যাব ভাগ্যৰ দ্বাৰ! কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব?

তুলা ৰাশিত সূৰ্যৰ আগমন! খুলি যাব ভাগ্যৰ দ্বাৰ! কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব?

editor by editor
October 9, 2025
in জীৱনশৈলী
0
তুলা ৰাশিত সূৰ্যৰ আগমন! খুলি যাব ভাগ্যৰ দ্বাৰ! কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যৰ ৰাশি পৰিবৰ্তন ৮ দিনৰ ভিতৰত ঘটিব৷ গ্ৰহৰাজ সূৰ্যই ১৭ অক্টোবৰৰ দুপৰীয়া ১ বাজি ৫৩ মিনিটত তুলা ৰাশিত গোচৰ কৰিব৷ সূৰ্যই তুলা ৰাশিত ১৬ নৱেম্বৰৰ দুপৰীয়া ১ বাজি ৪৪ মিনিট পৰ্যন্ত অৱস্থান কৰিব৷ সূৰ্যৰ এই তুলা ৰাশিত গোচৰে তিনিটা ৰাশিৰ জাতকৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আনিব৷ এওঁলোকৰ ভাগ্য সোণৰ দৰে জিলিকি উঠিব৷ শত্ৰুৰ ওপৰত জয়লাভ কৰিব, যি কামতেই হাত দিয়ে তাতেই সাফল্য আহিব৷ খ্যাতি আৰু সন্মান বৃদ্ধি পাব, ইয়াৰোপৰি মনৰ ইচ্ছাও পূৰ্ণ হব৷ জানি থওক তুলা ৰাশিত সূৰ্যৰ গোচৰৰ ইতিবাচক প্ৰভাৱ৷

সূৰ্য গোচৰ অক্টোবৰ ২০২৫ঃ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ

বৃষ ৰাশি

সূৰ্যই বৃষ ৰাশিৰ ষষ্ঠ ঘৰত গোচৰ কৰিছে৷ এই গোচৰে আপোনাক প্ৰতিযোগিতাত সাফল্য আনি দিব পাৰে৷ শত্ৰুৰ ওপৰত জয়লাভ কৰিব আৰু ৰোগমুক্তিৰো সম্ভাৱনা আছে৷ আদালত সংক্ৰান্তিয় বিষয়ত ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ এই গোচৰে আপোনাৰ শক্তিক সঠিক পথলৈ পৰিচালিত কৰিব৷

সিংহ ৰাশি

সূৰ্য সিংহ ৰাশিৰ স্বামী গ্ৰহ৷ সূৰ্য সিংহ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব৷ এই সময়ত আত্মসমালোচনা আৰু সাহস পুনৰ্গঠনৰ সুযোগ দিব৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক গভীৰ হব পাৰে৷ কথাবাৰ্তাত অহংকাৰৰ পৰা বিৰত থাকক৷ লেখালেখি, গণমাধ্যম বা যোগাযোগ সম্পৰ্কিত কামত নিযুক্তসকলৰ বিশেষ সাফল্য আহিব পাৰে৷ সৰু ভ্ৰমণ লাভজনক হব৷

ধনু ৰাশি

সূৰ্যই ধনু ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিছে যি লাভ, ইচ্ছাপূৰণ, বন্ধু আৰু সামাজিক সম্পৰ্কৰ সৈতে যুক্ত৷ সূৰ্যৰ এই গোচৰ আপোনাৰ ইচ্ছাপূৰণত সহায়ক হব৷ পুৰণি বন্ধু আৰু পৰিচিতসকলৰ সহায়তা পাব৷ আয়ৰ বৃদ্ধি ঘটিব৷ চাকৰিয়ালৰ পদোন্নতি বা সন্মান লাভৰ সম্ভাৱনা আছে৷

তুলা ৰাশিত সূৰ্যৰ এই গোচৰ এক শক্তিশালী পৰিবৰ্তন হিচাপে ধৰা হব পাৰে৷ এই সময়ত সৌভাগ্য, আত্মবিশ্বাস আৰু সন্মান বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ যাৰ ওপৰত সূৰ্যৰ অনুগ্ৰহ বৰ্তি আছে তেওঁলোকৰ জীৱনত নতুন দিগন্ত উন্মোচিত হব৷ মনত ৰাখিব, প্ৰতিটো পৰিবৰ্তনৰ সৈতে নতুন দায়িত্বও আহিব৷ সেয়ে সুযোগৰ সঠিক ব্যৱহাৰ কৰক৷ আত্মবিশ্বাস বৰ্তাই ৰাখক আৰু ইতিবাচক মনোভাৱেৰে আগুৱাই যাওক৷ এই সূৰ্য গোচৰে বহুতৰে জীৱনলৈ সাফল্য আৰু সমৃদ্ধিৰ নতুন সুৰ্যোদয় আনিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

June 19, 2026
অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!
অসম

অম্বুবাচীত আপুনি কি কি নিয়ম পালন কৰিব? ব্ৰত পালনৰ ক্ষেত্ৰত নকৰিব ভুল!

June 19, 2026
আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!
জীৱনশৈলী

আম খাই বাকলি পেলাই দিয়ে নেকি? আজিৰে পৰা নকৰিব তেনে ভুল!

June 19, 2026
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?
জীৱনশৈলী

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

June 19, 2026
Next Post
EMI দি আইফোন ১৭ প্ৰ মেক্স ক্ৰয় কৰিছে? সেই টকাৰে SIP কৰিলে কিমান লাভ পাব আপুনি?

EMI দি আইফোন ১৭ প্ৰ মেক্স ক্ৰয় কৰিছে? সেই টকাৰে SIP কৰিলে কিমান লাভ পাব আপুনি?

অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ

অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.