• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ

অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ

10 months ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

21 minutes ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

1 hour ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

3 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

10 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

11 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

12 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

12 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

13 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

13 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

14 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ

অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ

editor by editor
October 9, 2025
in জীৱনশৈলী
0
অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ
0
SHARES
7.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ গণনা অনুসৰি পাঁচটা ডাঙৰ ৰাজযোগৰ অন্যতম হৈছে হংস ৰাজযোগ৷ অক্টোবৰ মাহ চলি আছে৷ এই মাহতেই গঠিত হ’ব হংস ৰাজযোগ৷ অক্টোবৰত কৰ্কট ৰাশিত গোচৰ কৰিব বৃহস্পতিয়ে৷ ফলত গঠিত হ’ব হংস ৰাজযোগ৷ অত্যন্ত শক্তিশালী এই ৰাজযোগৰ প্ৰভাৱত চলিত মাহত কোনো কোনো ৰাশিৰ জাতকৰ ভাগ্য উল্লেখযোগ্যভাৱে উন্নতি লক্ষ্য কৰা যাব৷ টেৰো কাৰ্ড গণনা অনুসৰি অক্টোবৰত কোন কোন ৰাশিৰ ভাগ্য খুলিব?

মেষ ৰাশি

টেৰো কাৰ্ডৰ গণনা বিচাৰ কৰি দেখা গৈছে যে অক্টোবৰ মাহ মেষ ৰাশিৰ জাতকৰ বাবে লাভজনক হব৷ বিদেশৰ পৰা এই সময়ত অৰ্থলাভ হব পাৰে আপোনাৰ৷ এই মাহত মেষৰ জাতকৰ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ ৰাজনীতিৰ ক্ষেত্ৰত বিৰোধীসকলক দমাই ৰাখিব পাৰিব৷ দুৰাৰোগ্য অসুখৰ পৰা মুক্তি পাব পাৰে৷

কৰ্কট ৰাশি

টেৰো কাৰ্ডৰ বিচাৰত কৈছে যে অক্টোবৰ ২০২৫ত কৰ্কট ৰাশিৰ জাতকৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি পাব৷ নতুন প্ৰকল্পত কাম আৰম্ভ কৰিব পাৰে৷ সম্পত্তি কিনাবেচাৰ ক্ষেত্ৰতো লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতকৰ৷ প্ৰেমৰ ক্ষেত্ৰতো ভাল সময় কটাব৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ কঠিন পৰিশ্ৰম কৰিলে তাৰ ফল লাভ কৰিব৷

সিংহ ৰাশি

অক্টোবৰ মাহত সম্পৰ্কৰ দিশৰ পৰা পজিটিভ ফল আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনত৷ আগন্তুক মাহত আপুনি কোনো পুৰণি বন্ধুক দেখা পাব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলে পঢ়াশুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ বিবাহযোগ্যসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ অক্টোবৰ মাহত উপাৰ্জন বাঢ়িব পাৰে সিংহ ৰাশিৰ জাতকৰ৷

তুলা ৰাশি

টেৰো কাৰ্ড গণনা অনুসৰি অক্টোবৰ মাহত সম্পত্তি সংক্ৰান্তিয় বিষয়ত লাভৱান হ’ব তুলা ৰাশিৰ জাতক৷ নতুন ঘৰ বা নতুন বাহন ক্ৰয়ৰ সপোন পূৰণ হব পাৰে৷ এই সময়ত আপোনাৰ জীৱনলৈ সুখ আৰু শান্তি বিৰাজ কৰিব৷ আৰ্থিক বিষয়ত সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷

বৃশ্চিক ৰাশি

টেৰো কাৰ্ড গণনাই কৈছে যে অক্টোবৰত ৰৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷ সংসাৰত শান্তি থাকিব৷ নতুন চাকৰি পাব পাৰে৷ এই মাহত পেছাগত জীৱনত উন্নতিৰ পথত আগুৱাই যাব বৃশ্চিক ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত প্ৰভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি
জীৱনশৈলী

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

July 27, 2026
Next Post
ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়

ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়

৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন

৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.