• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন

৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন

1 year ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

12 minutes ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

58 minutes ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

2 hours ago
আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

2 hours ago
‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

‘লোকসভাৰ টিকটৰ নামত লৈছিল ৭ কোটি টকা লৈছিল প্ৰিয়ংকা গান্ধীয়ে’

3 hours ago
বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

বেংকত সুৰক্ষিত নে আপোনাৰ ধন? PNBৰ এটা শাখাৰ পৰা কোটি কোটি টকাৰ হৰলুকি!

4 hours ago
অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

অবৈধ প্ৰেমৰ বাবে দুই সন্তানৰ সৈতে কৰিলে এই কাম

5 hours ago
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

5 hours ago
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

6 hours ago
চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

চূড়ান্ত পৰ্যায়ৰ ধুৰন্ধৰ ঘাতক ঘনকান্ত, কন্যাৰ শিক্ষাতো ঘনকান্তই কৰিছিল প্ৰৱঞ্চনা

6 hours ago
বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

বিদায় নিশ্চিত! সংখ্যাগৰিষ্ঠতাৰ পৰা বহু দূৰত নেতান্যাহু

6 hours ago
আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

আন এক মৰ্মান্তিক ঘটনা! নিমিষতে শেষ হৈ গ’ল এটা পৰিয়াল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন

৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন

editor by editor
October 9, 2025
in জীৱনশৈলী
0
৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আগন্তুক ২০ অক্টোবৰ সোমবাৰে দেশজুৰি পালিত হ’ব দীপাৱলি উৎসৱ৷ পৌৰাণিক মান্যতা অনুসৰি সেইদিনাই প্ৰভু শ্ৰীৰামে ১৪ বছৰৰ বনবাস শেষ কৰি অযোধ্যালৈ উভতি আহিছিল৷ জ্য়োতিষবীদে কয় যে এইবাৰৰ দীপাৱলিত কেইবাটাও শুভ যোগ থাকিব৷ প্ৰকৃততে ৫০০ বছৰৰ পাছত এইবাৰ দীপাৱলিত শনি বক্ৰী হব৷ যি দুৰ্লভ সংযোগ বুলি কোৱা হয়৷
জ্যোতিষবীদে জনোৱা অনুসৰি শনি কৰ্মৰ দেৱতা৷ যিয়ে প্ৰত্যেক ব্যক্তিকেই কৰ্মৰ হিচাপে ফল প্ৰদান কৰে৷ শনিৰ বক্ৰী চলনে অৰ্থাৎ ওলোটা গতি অত্যন্ত প্ৰভাৱশালী৷ যেতিয়াই শনি বক্ৰী হয়, তেতিয়াই তাৰ গতি ধীৰ হৈ যায় আৰু ইয়াৰ প্রভাৱ মানুহৰ জীৱনত গভীৰভাৱে পৰে৷ কোৱা হয় যেতিয়াই শনি বক্ৰী চলনত চলে, তেতিয়াই প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰত কমবেছি পৰিমাণে পৰে৷ প্ৰভাৱ দুই ধৰণৰ হয়, ইতিবাচক আৰু নেতিবাচক৷ শনিৰ এই বক্ৰী চলনৰ ফলত কোন কোন ৰাশি লাভৱান হ’ব?

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ বাবে শনিৰ এই বক্ৰী চলন কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতিৰ শিখৰত উপনীত হোৱাৰ সম্ভাৱনা তৈয়াৰ কৰিব৷ দীৰ্ঘ সময় ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব এই সময়ত৷ চাকৰিয়ালে প্ৰমোছনৰ আশা কৰিব পাৰে৷ ব্যৱসায়ীসকলৰ পাৰ্টনাৰশ্বিপত লাভ হব৷ নতুন বিনিয়োগত আৰ্থিক অৱস্থা মজবুত হব৷ পৰিয়ালত মান সন্মান বৰ্তি থাকিব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকে শনিৰ বক্ৰীৰ ফলত শিক্ষা আৰু কেৰিয়াৰত অত্যন্ত লাভ কৰিব৷ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰস্তুতি লৈ থাকিলে তেওঁলোকৰ বাবে এই সময় অত্যন্ত শুভ৷ নতুন চাকৰিৰ সুযোগ সন্মুখলৈ আহিব পাৰে৷ বিদেশ যাত্ৰাৰ বাবেও এই সময় শুভ৷ আৰ্থিক অৱস্থাও হঠাৎ উন্নীত হব৷ পৰিয়াললৈ একাধিক সুখবৰ আহিব৷
কুম্ভ ৰাশি
কুম্ভ শনিৰ নিজস্ব ৰাশি৷ এই কাৰণে শনি বক্ৰী চলনত থাকি এই ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হব৷ এই ৰাশিৰ জাতকৰ জীৱনত দায়িত্ব বাঢ়িব৷ ইয়াৰ লগত সাফল্যও আহিব৷ কেৰিয়াৰত হঠাৎ অগ্ৰগতি হ’ব৷  এই সময় বিনিয়োগৰ বাবেও খুবেই ভাল৷ সমাজত মান সন্মান বৃদ্ধি পাব৷ পৰিয়ালত সুখ সমৃদ্ধি বৰ্তি থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?
জীৱনশৈলী

আপোনাৰো আছে নেকি টোপনিত নাক বজোৱাৰ সমস্যা?

October 29, 2026
নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান
অসম

নামৰ দৰেই কাম, মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, চলন্ত বাছত মহিলাই জন্ম দিলে সন্তান

October 29, 2026
পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ
অপৰাধ

পুৰীৰ সৈতে EXTRA চবজি বিচৰাই হ’ল কাল, দোকানীৰ আক্ৰমণত প্ৰাণ গ’ল গ্ৰাহকৰ

October 29, 2026
এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি
জীৱনশৈলী

এই ৬ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি

October 29, 2026
Next Post
কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ

ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত

ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.