• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ

7 months ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

9 minutes ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

38 minutes ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

1 hour ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

1 hour ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

12 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

13 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

14 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

14 hours ago
নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

নোধোৱাকৈয়ে এটা অন্তৰ্বাস বহুদিন পৰিধান কৰে? কি কি মাৰাত্মক ক্ষতি হয় পুৰুষৰ শৰীৰৰ?

15 hours ago
মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

মেট গালাৰ ৰেড কাৰ্পেটত আম কিয় লৈ গৈছিল ঈশা আম্বানীয়ে? এই আমটো প্ৰকৃত আম নে? কি কৈছে ঈশা আম্বানীয়ে?

15 hours ago
ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

ষ্টেলিনৰ হাত এৰি বিজয়ৰ দলক সমৰ্থন কৰাৰ ঘোষণা কংগ্ৰেছৰ! ভৱিষ্যতৰ নিৰ্বাচনতো TVKৰ সৈতে জোঁট বন্ধাৰ প্ৰতিশ্ৰুতি

16 hours ago
দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

দিশ সলনি কৰিব বুধে, কুবেৰৰ ধন এইবাৰ হাতলৈ আহিব ৪ৰাশিৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ

editor by editor
October 9, 2025
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১০ অক্টোবৰ ২০২৫ শুকুৰবাৰে চন্দ্ৰই বৃষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিনৰ কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব গৌৰী যোগ আৰু শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব কৃত্তিকা নক্ষত্ৰ আৰু ৰোহিনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যৱান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ ১০ অক্টোবৰত শুভ দিন কটাব মেষ ৰাশিৰ জাতকে৷ কাইলৈ আপুনি মা লক্ষ্মীৰ আশীৰ্বাদত নিজৰ লক্ষ্যৰ দিশত আগুৱাই যাব পাৰিব৷ কাইলৈ নতুন বন্ধু লাভ হব পাৰে আপোনাৰ৷ এই বন্ধুৱে বেয়া সময়ত আপোনাৰ কাষত থাকিব৷ কাইলৈ আৰ্থিকভাৱে লাভৱান হব মেষ ৰাশিৰ জাতক৷

কৰ্কট ৰাশি

কাইলৈ দিনটোত গৌৰী যোগৰ প্ৰভাৱত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক৷ কাইলৈ আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হব৷ বিনিয়োগৰ পৰা ভাল লাভ কৰিব পাৰে আপুনি৷ কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পাব৷ সামাজিক আৰু ধৰ্মীয় কামত কাইলৈ আগ্ৰহ বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ৷ পাৰিবাৰিক সন্মান বাঢ়িব৷

বৃশ্চিক ৰাশি

কাইলৈ পজিটিভ দিন হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপোনাৰ সন্মুখত উপাৰ্জনৰ নতুন পথ খুলিব৷ বাকী থকা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ কাইলৈ আপোনাৰ সৈতে সমাজৰ কোনো প্ৰভাৱশালী ব্যক্তিৰ আলাপ হব পাৰে৷ কাইলৈ স্বাস্থ্যও ভালে থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷

ধনু ৰাশি

কাইলৈ দিনটো হাঁহি ধেমালিৰে কটাব ধনু ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মনৰ সকলো সংশয় দূৰ হব৷ ভৱিষ্যতৰ কথা ভাৱি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ ভৱিষ্যতৰ কথা ভাৱি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ কাইলৈ আপোনাৰ জীৱনত বিশেষ কাৰোবাৰ আগমন হ’ব পাৰে৷ নিজৰ মনৰ কথা প্ৰিয় মানুহৰ কাষত প্ৰকাশ কৰিব পাৰে৷ কাইলৈ আপুনি সকলো কাম দক্ষতাৰ সৈতে সম্পূৰ্ণ কৰিব পাৰে৷

কুম্ভ ৰাশি

কাইলৈ ১০ অক্টোবৰ শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত ভাগ্য খুলিব কুম্ভ ৰাশিৰ জাতকৰ৷ মা লক্ষ্মীৰ কৃপাত কাইলৈ আপুনি শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা নিজকে মুক্ত কৰিব পাৰে৷ সম্পত্তিৰ লেনদেন কৰিব খুজিলে কাইলৈ দিনটো আপোনাৰ বাবে শুভ৷ দাম্পত্য জীৱনত কাইলৈ সুখ আৰু প্ৰেম বৰ্তি থাকিব৷ প্ৰয়োজনৰ সময়ত জীৱনসংগীক নিজৰ কাষত পাব আপুনি৷ কুম্ভ ৰাশিৰ জাতক যিসকল অবিবাহিত তেওঁলোকৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে
জীৱনশৈলী

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

May 7, 2026
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত
জীৱনশৈলী

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

May 7, 2026
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম
জীৱনশৈলী

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

May 7, 2026
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?
জীৱনশৈলী

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

May 7, 2026
Next Post
ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত

ধনতেৰছত বিপুল ধন লাভৰ সুযোগ, লক্ষ্মী আহিব এই ৪ ৰাশিৰ ঘৰত

মাজ আকাশত যান্ত্ৰিক বিজুতি! ভিয়েনাৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ ডুবাইত জৰুৰী অৱতৰণ

মাজ আকাশত যান্ত্ৰিক বিজুতি! ভিয়েনাৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ ডুবাইত জৰুৰী অৱতৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.