• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়

ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়

10 months ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

32 minutes ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

1 hour ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

2 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

10 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

10 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

11 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

11 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

12 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

13 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

14 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

14 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়

ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়

editor by editor
October 9, 2025
in জীৱনশৈলী
0
ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দুধৰ্মত ধনতেৰাছৰ বিশেষ তাৎপৰ্য আছে৷ এই দিনটো অত্যন্ত শুভ৷ অৰ্থ, ধন সম্পদৰ দেৱতা কুবেৰক আৰাধনা কৰা হয় এই দিনটোত৷ কেলেণ্ডাৰ অনুসৰি প্ৰতিবছৰে কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশ তিথিত পালিত হয় ধনতেৰাছ৷ এই বছৰ ধনতেৰাছৰ তাৰিখক লৈ বহুতে বিভ্ৰান্তিত ভূগিছে৷ কাৰণ ত্ৰয়োদশ তিথি দুটা দিনত পৰিছে৷ এই দিনটোত কুবেৰৰ সৈতে লক্ষ্মীৰ পূজা কৰা হয়৷ ইয়াৰোপৰি সোণ, ৰূপ, গণেশ আৰু লক্ষ্মীৰ মূৰ্তি, বাচন বৰ্তন, ঝাড়ু, যানবাহন আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰা শুভ বুলি ধাৰণা কৰা হয়৷

ধনতেৰাছৰ পৰাই দীপাৱলিৰ আৰম্ভণি হয়৷ ধনতেৰাছৰ পাছত নৰক চতুৰ্দশী, দীপাৱলি, গোবৰ্ধন পূজা আৰু ভাইফোটা পালিত হয়৷ ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত দেৱতাসকলে চিকিৎসকৰূপী ভগৱান ধন্বন্তৰীয়ে জন্মগ্ৰহণ কৰিছিল৷ সেয়ে ইয়াক ধন্বন্তৰী জয়ন্তীও বোলা হয়৷

ধনতেৰাছ কেতিয়া?

এই বছৰ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি ১৮ অক্টোবৰ, শনিবাৰে দুপৰীয়া ১২ বাজি ১৮ মিনিটত আৰম্ভ হ’ব৷ ১৯ অক্টোবৰ দেওবাৰে দুপৰীয়া ১ বাজি ৫১ মিনিট পৰ্যন্ত চলিব৷ প্ৰদোষ কালৰ কাৰণে ১৮ অক্টোবৰ শনিবাৰে ধনতেৰাছ পালিত হ’ব৷

ধনতেৰাছৰ শুভ যোগ কেতিয়া?

এই বছৰ ধনতেৰাছত কেইবাটাও শুভ যোগ তৈয়াৰ হ’ব৷ এই দিনটোত ব্ৰহ্ম যোগ, উত্তৰা ফাল্গুনী, পূৰ্বা ফাল্গুনী নক্ষত্ৰ, বুধাদিত্য আৰু কালকেশ যোগ তৈয়াৰ হ’ব৷ ব্ৰহ্ম যোগ ১৮ অক্টোবৰৰ পুৱাৰ পৰা ১ বাজি ৪৮ মিনিট পৰ্যন্ত স্থায়ী হব৷ ইয়াৰোপৰি পূৰ্বফাল্গুনী নক্ষত্ৰ পুৱাৰে পৰা আৰম্ভ হৈ বিয়লি ৩ বাজি ৪১ মিনিট পৰ্যন্ত চলিব আৰু তাৰপাছতেই উত্তৰফাল্গুনী নক্ষত্ৰ আৰম্ভ হব৷

ধনতেৰাছ পূজাৰ শুভ সময়

পূজাৰ শুভ সময়

১৮ অক্টোবৰৰ সন্ধিয়া ৭ বাজি ১৬ মিনিটৰ পৰা নিশা ৮ বাজি ২০ মিনিট পৰ্যন্ত৷

ব্ৰহ্ম মুহূৰ্ত

পুৱা ৪ বাজি ৪৩ মিনিটৰ পৰা ৫ বাজি ৩৩ মিনিট পৰ্যন্ত থাকিব৷

অভিজিৎ মুহূৰ্ত

পুৱা ১১ বাজি ৪৩ মিনিটৰ পৰা দুপৰীয়া ১২ বাজি ২৯ মিনিট পৰ্যন্ত৷

প্ৰদোষ কাল

বিয়লি ৫ বাজি ৪৮ মিনিটৰ পৰা নিশা ৮ বাজি ২০ মিনিট পৰ্যন্ত৷

বৃষভ কাল

সন্ধিয়া ৭ বাজি ১৬ মিনিটৰ পৰা নিশা ৯ বাজি ১১ মিনিট পৰ্যন্ত৷

ধনতেৰাছত সোণ আৰু ৰূপ ক্ৰয়ৰ শুভ সময়

ধনত্ৰয়োদশীত সোণ কিনাৰ শুভ সময়

১৮ অক্টোবৰ দুপৰীয়া ১২ বাজি ১৮ মিনিটৰ পৰা ১৯ অক্টোবৰলৈ ৷

১৯ অক্টোবৰৰ ৬.২৪ মিনিটৰ পৰা দুপৰীয়া ১ বাজি ৫১ মিনিট পৰ্যন্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

July 28, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি
জীৱনশৈলী

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

July 27, 2026
Next Post
৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন

৫০০ বছৰ পাছত দুৰ্লভ সংযোগ! দীপাৱলিত বক্ৰী চলনত যাত্ৰা কৰিব শনিয়ে, ৩ৰাশিৰ হাতলৈ আহিব ধন

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ

কাইলৈৰ ৰাশিফলঃ কৃষ্ণা চতুৰ্থীত গৌৰী যোগৰ সৈতে শুক্ৰাদিত্য যোগ, ভাগ্য খুলিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.