• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
EMI দি আইফোন ১৭ প্ৰ মেক্স ক্ৰয় কৰিছে? সেই টকাৰে SIP কৰিলে কিমান লাভ পাব আপুনি?

EMI দি আইফোন ১৭ প্ৰ মেক্স ক্ৰয় কৰিছে? সেই টকাৰে SIP কৰিলে কিমান লাভ পাব আপুনি?

7 months ago
কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, ১ মে’ত একাউণ্টত জমা নহয় দৰমহা

2 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

2 hours ago
ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

ভয় শেষ, এতিয়া মাথোঁ মানুহে পৰিৱৰ্তন বিচাৰে… নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগবাসীলৈ PM মোদীৰ মুকলি চিঠি

2 hours ago
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

4 hours ago
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

4 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

5 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

6 hours ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

7 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

8 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

9 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

9 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

EMI দি আইফোন ১৭ প্ৰ মেক্স ক্ৰয় কৰিছে? সেই টকাৰে SIP কৰিলে কিমান লাভ পাব আপুনি?

EMI দি আইফোন ১৭ প্ৰ মেক্স ক্ৰয় কৰিছে? সেই টকাৰ SIP কৰিলে কিমান লাভ পাব আপুনি?

editor by editor
October 9, 2025
in জীৱনশৈলী
0
EMI দি আইফোন ১৭ প্ৰ মেক্স ক্ৰয় কৰিছে? সেই টকাৰে SIP কৰিলে কিমান লাভ পাব আপুনি?
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছেপ্টেম্বৰত লঞ্চ কৰাৰ পাছৰে পৰাই আইফোন ১৭ প্ৰ মেক্সক লৈ উন্মাদনা আছে প্ৰায়সংখ্যক আইফোন প্ৰেমীৰেই৷ এপলৰ এই আইফোনৰ ২৫৬ জিবি ভাৰ্ছনৰ দাম প্ৰায় ডেৰ লাখ টকা৷ বিপুল দামী এই ফোন ক্ৰয় কৰাৰ বাবে বহুতেই ই এম আইৰ সহায় লয়৷ অৰ্থাৎ ইএমআইত ধন দি এই ফোন ক্ৰয় কৰে প্ৰায়সংখ্যকেই৷ যদি আপুনি আইফোনৰ বাবে ই এম আইত দিয়া ধন এছ আই পিত ইনভেষ্ট কৰে তেন্তে কিমান লাভ হব আপোনাৰ? কি কৈছে বাণিজ্য বিশেষজ্ঞই?

কোনো ব্যক্তিয়ে যদি ডেৰ লাখ টকাৰ আইফোন কিনিবলৈ ৩৬ মাহৰ EMIৰ প্লেনিং কৰিছে তেন্তে তেওঁ প্ৰতিমাহে প্ৰায় ৪ হাজাৰ ২০০ টকাকৈ EMI দিব লাগিব৷ এই টকা EMIৰ পিছত খৰচ নকৰি SIP কৰিলে সময়ৰ হিচাপত বহু বেছি লাভ কৰিব পাৰিব বুলি বিশেষজ্ঞই দাবী কৰিছে৷

ধৰা হল আপুনি তিনি বছৰৰ ই এম আইত ডেৰ লাখ টকাৰ এটা ফোন ক্ৰয় কৰিছে৷ ইয়াত প্ৰতিমাহে আপুনি ৪১০০ টকা EMI দিব লাগিব৷ এছ আই পিৰ মাধ্যমেৰে যদি এই ধন ইনভেষ্ট কৰে তেন্তে আপুনি গড়ে ১২শতাংশ হাৰত ৰিটাৰ্ণ পায়৷ তিনি বছৰৰ পাছত আপোনাৰ হাতত থাকিব ১ লাখ ৭৬ হাজাৰ টকা৷ অৰ্থাৎ আপুনি যি জমা দিছে তাৰ পৰা ২৯ হাজাৰ টকাতকৈ বেছি ৰিটাৰ্ণ পাব৷ অৰ্থাৎ আপুনি যি জমা দিছে তাৰ পৰা ২৯ হাজাৰ টকা বেছি ৰিটাৰ্ণ পাব৷ যিমান দামী ফোন হব EMIৰ অংকও বাঢ়িব আৰু সেই ধন ইনভেষ্ট কৰিলে ৰিটাৰ্ণো বেছি পাব৷ যেনেকৈ ২ লাখ ৩০ হাজাৰ টকাৰ আইফোন ক্ৰয়ৰ সলনি SIP কৰিলে আপুনি ৪৫ হাজাৰৰ বেছি টকা সুদ ৰিটাৰ্ণ পাব৷

ইয়াৰোপৰি বিনিয়োগৰ প্ৰেক্ষিতত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে সেই বিশেষজ্ঞই৷ তেওঁলোকৰ মতে আইফোনৰ দৰে বিভিন্ন লাক্সাৰি পণ্যৰ যি অংকৰ টকা আপুনি খৰচ কৰে সময়ৰ সৈতে তাৰ ভেল্যু কমি যায়৷ অৰ্থাৎ নতুনকৈ কিনাৰ সময়ত আপোনাৰ আইফোন যি অৱস্থাত থাকে তিনি বছৰৰ পাছত তাৰ ভ্যেলু কমি যায়৷ কিন্তু ইনভেষ্ট কৰিলে সেই টকাৰ বৃদ্ধিহে হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

April 27, 2026
বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!
জীৱনশৈলী

বিবাহৰ পূৰ্বে জানক সংগীৰ এইকেইটা কথা, ভুল কৰিলে নাপাব বৈবাহিক জীৱনৰ মজা!

April 27, 2026
তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!
জীৱনশৈলী

তেজৰ গ্ৰুপৰ পৰা জানক আপোনাৰ স্বভাৱ, জানি হ’ব আচৰিত!

April 27, 2026
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ
জীৱনশৈলী

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

April 27, 2026
Next Post
অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ

অক্টোবৰত হংস ৰাজযোগ, টেৰো গণনা মতে ভাগ্য সোণৰ দৰে চমকিব এইকেইটা ৰাশিৰ

ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়

ধনতেৰাছ কেতিয়া, ১৮ নে ১৯ অক্টোবৰ? জানি থওক সোণ-ৰূপ ক্ৰয়ৰ শুভ সময়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.