• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে অতি সহজে ঘৰুৱা পদ্ধতিৰে ইয়াক নিয়ন্ত্ৰণ কৰক

শৰীৰত থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে অতি সহজে ঘৰুৱা পদ্ধতিৰে ইয়াক নিয়ন্ত্ৰণ কৰক

2 years ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

21 minutes ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

49 minutes ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

3 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

3 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

4 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

5 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

5 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

6 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

7 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে অতি সহজে ঘৰুৱা পদ্ধতিৰে ইয়াক নিয়ন্ত্ৰণ কৰক

editor by editor
May 29, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
শৰীৰত থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে অতি সহজে ঘৰুৱা পদ্ধতিৰে ইয়াক নিয়ন্ত্ৰণ কৰক
0
SHARES
22.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰত থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পাইছে, তেন্তে অতি সহজে ঘৰুৱা পদ্ধতিৰে ইয়াক নিয়ন্ত্ৰণ কৰক

আজিকালিৰ দিনত থায়ৰইড একেবাৰে সাধাৰণ বেমাৰৰ দৰে হৈ পৰিছে। প্ৰায় অধিকাংশ লোকৰ শৰীৰতে ধৰা পৰিবলৈ ধৰিছে এই ৰোগে। বিশেষকৈ মহিলা তথা যুৱতীসকলৰ মাজত দেখা দিবলৈ ধৰিছে এই হৰমন ৰোগ বিধ। খাদ্যভাষৰ বাবেই আজিকালি থাইৰয়ড হোৱা দেখা যায়।

থাইৰয়ড গ্ৰন্থিয়ে আমাৰ পাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে পৰিস্থিতিত যেতিয়া ইয়াৰ কাম-কাজত ব্যাঘাত জন্মে, তেতিয়া থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পায়। থাইৰয়ডৰ বাবে কিছুমান লোক শকত হৈ পৰে আৰু আন কিছুমান লোক একেবাৰে ক্ষীণ হৈ পৰে।

পাছে বাহিৰা ঔষধ নখোৱাকৈয়ে এই ৰোগ বিধৰ পৰা পৰিত্ৰাণ পাব পাৰি। এনে পৰিস্থিতিত দৈনন্দিন কাম-কাজ উন্নত কৰি ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। গতিকে থাইৰয়ড নিয়ন্ত্ৰণৰ ঘৰুৱা উপায় জানো আহক-

নাৰিকল তেল – যদি আপুনি থাইৰয়ড নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে নাৰিকল তেলেৰে খাদ্য ৰান্ধক। ইয়াত চেচুৰেটেড ফেট থাকে যি আপোনাৰ থাইৰয়ড গ্ৰন্থিৰ বাবে ভাল।

আপেল ভিনেগাৰ – এই ভিনেগাৰে আপোনাৰ বৃদ্ধি হোৱা থাইৰয়ডো নিয়ন্ত্ৰণত ৰাখে। ই বিপাকীয় ক্ৰিয়া উন্নত কৰে, চৰ্বি নিয়ন্ত্ৰণত সহায় কৰে, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা আৰু পুষ্টিকৰ পদাৰ্থ শোষণ কৰাত সহায় কৰে। গৰম পানীত মিহলাই খাব পাৰে। ইয়াৰ পৰা আপুনি বহুত উপকৃত হব।

আদা – আদাত পটাছিয়াম আৰু মেগনেছিয়ামৰ দৰে অত্যাৱশ্যকীয় খনিজ পদাৰ্থ থাকে আৰু ই প্ৰদাহৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। এনে পৰিস্থিতিত থাইৰয়ড বৃদ্ধি হ’লে ইয়াৰ চাহ খাব পাৰে, ই আপোনাক বহু পৰিমাণে সহায় কৰিব।

ভিটামিন বি – ভিটামিনে থাইৰয়ডৰ সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। হাইপোথাইৰয়ডিজম ৰোগীক সহায় কৰাত ভিটামিন বি ১২ বিশেষভাৱে সহায়ক। দৈনিক খাদ্যত কণী, মাংস, মাছ, মাহজাতীয় শস্য, গাখীৰ আৰু আখৰোট অন্তৰ্ভুক্ত কৰিলে ভিটামিন বি যোগান ধৰাত সহায়ক হয় আৰু থাইৰয়ড নিয়ন্ত্ৰণত থাকে।

ধনিয়া গুটি – নিতৌ নিশা ধনিয়া গুটি তিয়াই থৈ পুৱা খালী পেটত সেই পানী সেৱন কৰিলেও থাইৰয়ড নিয়ন্ত্ৰণত আহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: healthHealth benefitHealth ThyroidThyroid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’
বিবিধ

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

July 22, 2026
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ
বিনোদন

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

July 22, 2026
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
Next Post
কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত …

কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত ...

সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে…

সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.