• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত …

কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত …

2 years ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

44 minutes ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

1 hour ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

2 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

3 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

3 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

4 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

5 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

6 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

7 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

7 hours ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত …

editor by editor
May 29, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত …
0
SHARES
441
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেতিয়াৰ পৰা অম্বুবাচী মেলা, সবিশেষ ইয়াত …

মা কামাখ্যা মন্দিৰৰ বিখ্যাত মেলা অম্বুবাচীৰ সময় সদৰি। কেতিয়াৰ পৰা আৰম্ভ হৈ কেতিয়া অন্ত পৰিব এই অম্বুবাচীৰ মেলাৰ সকলো সদৰি। জুন মাহৰ ২২ তাৰিখ শনিবাৰৰ পৰা আৰম্ভ চলিব বৰ্ষৰ অম্বুবাচী মেলা।

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা আৰম্ভ হৈ ২৬ জুন বুধবাৰে ইয়াৰ অন্ত পৰিব। ইয়াৰ প্ৰবৃ্ত্তি আৰ নিবৃ্ত্তিৰ সময় হৈছে-

২২ জুনৰ পুৱা ৮বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি। প্ৰবৃতিৰ পাছৰে পৰা বন্ধ থাকিব মন্দিৰৰ দ্বাৰ। অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত। সেই দিনাহে ভক্তৰ বাবে খোল খাব মন্দিৰৰ মুখ্য দুৱাৰ।

এই মেলা উদ্দেশ্যে ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা ভক্তৰ আগমণ হবলৈ ধৰিছে। অম্বুবাচী মেলাত অংশগ্ৰহণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা ভক্তসকলে কামাখ্যা মন্দিৰলৈ ভিৰ কৰে। বিভিন্ন ৰীতি-নীতি পালন কৰি দেৱীক প্ৰাৰ্থনা কৰে।

এই অম্বুবাচীত বিভিন্ন ৰীতি-নীতি পালন কৰি দেৱীক প্ৰাৰ্থনা কৰে। অম্বুবাচী মেলা কিয় পালন কৰা হয় ইয়াৰ আঁৰত আছে মা কামাখ্যা দেৱীৰ এক জনশ্ৰুতি পৌৰাণিক কাহিনী।

কাহিনী অনুসৰি- দেৱী সতীৰ মৃত্যুৰ পিছত শোকেৰে পৰিপূৰ্ণ ভগৱান শিৱই দেৱী সতীৰ মৃতদেহ কান্ধত লৈ কোনো উদ্দেশ্য বা গন্তব্যস্থান নোহোৱাকৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত ঘূৰি ফুৰিছিল। যাৰ ফলত ধ্বংসৰ মুখলৈ অগ্ৰসৰ হয় বিশ্বব্ৰহ্মাণ্ড। যাৰ বাবে বিশ্বব্ৰহ্মাণ্ডলৈ স্বাভাৱিকতা ঘূৰাই আনিবলৈ ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰ সহায়ত সতীৰ মৃতদেহ টুটুৰা টুকুৰ কৰি বিভিন্ন ঠাইত পেলাই। সতীৰ শৰীৰৰ অংগ সৰি পৰা ঠাইবোৰ সকলো পবিত্ৰ, ধৰ্মীয়, তাইৰ পূজাৰ স্থানলৈ ৰূপান্তৰিত কৰা হৈছিল। বিশ্বাস কৰা হয় যে শৰীৰৰ অংগৰ ভিতৰত এটা অৰ্থাৎ নাৰী যৌন অংগ কামৰূপৰ নীলাচল পাহাৰৰ ওপৰত পৰি পিছলৈ কামাখ্যা মন্দিৰলৈ বিকশিত হয়।

বিশ্বাস কৰা হয় যে এই সময়ত কামাখ্যা দেৱীৰ বাৰ্ষিক ঋতুচক্ৰ সম্পন্ন হয়। ই যোনি পূজাৰ প্ৰতীকীয়তাৰ প্ৰকাশ বা ভক্তসকলে বিশ্বাস কৰে। আন যিকোনো মহিলাৰ দৰেই মা কামাখ্যাৰো ঋতুচক্ৰ আছে। অৱশ্যে মাৰ ক্ষেত্ৰত এয়া বছৰেকীয়া ঋতুস্ৰাৱ।

যিদৰে দেৱীৰ ঋতুস্ৰাৱ তিনিদিন ধৰি চলি থাকে। তিনিদিন ধৰি বন্ধ হৈ আছে মন্দিৰটো। এই তিনিদিন দেৱীৰ বাবে বিশ্ৰাম আৰু শুদ্ধিৰ সময় বুলি গণ্য কৰা হয়। তিনিদিনৰ অন্তত মন্দিৰৰ দুৱাৰখন জনসাধাৰণৰ বাবে মুকলি কৰা হয় আৰু আনুষ্ঠানিকভাৱে আৰম্ভ হয় অম্বুবাচী মেলা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ambubachikamakhyakamakhya templeMaa KamakhyaMaa Kamakhya TempleMabubachi Mela
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

long distance relationshipত ৰিয়ান পৰাগ!
বিনোদন

long distance relationshipত ৰিয়ান পৰাগ!

August 13, 2026
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?
অসম

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

August 11, 2026
Next Post
সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে…

সাৱধান! আপুনিও তুলসী মালাৰ লগত ৰুদ্ৰাক্ষ একেলগে পিন্ধে নেকি? তেন্তে...

ভয়ংকৰ দুৰ্ঘটনা, বাছ বাগৰি মৃত্যুক সাৱটিলে ২৮গৰাকী লোকে, ২২ গৰাকী আহত

ভয়ংকৰ দুৰ্ঘটনা, বাছ বাগৰি মৃত্যুক সাৱটিলে ২৮গৰাকী লোকে, ২২ গৰাকী আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.