• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্স অফিচত ছলমানৰ ৰেকৰ্ড! টাইগাৰ-৩ ৰ অগ্ৰিম আয় শুনিলে চমকি উঠিব আপুনি

বক্স অফিচত ছলমানৰ ৰেকৰ্ড! টাইগাৰ-৩ ৰ অগ্ৰিম আয় শুনিলে চমকি উঠিব আপুনি

3 years ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

59 minutes ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

2 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

2 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

3 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

3 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

5 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

6 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

7 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

7 hours ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

8 hours ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

8 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

বক্স অফিচত ছলমানৰ ৰেকৰ্ড! টাইগাৰ-৩ ৰ অগ্ৰিম আয় শুনিলে চমকি উঠিব আপুনি

editor by editor
November 9, 2023
in চিনেমা, বাণিজ্য, বিনোদন, ভাৰত
0
বক্স অফিচত ছলমানৰ ৰেকৰ্ড! টাইগাৰ-৩ ৰ অগ্ৰিম আয় শুনিলে চমকি উঠিব আপুনি
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মুক্তিৰ পূৰ্বেই এটাৰ পাছত আনটো ৰেকৰ্ড ভাঙিছে ছলমান খানে। ছলমান খান আৰু কেটৰীণা কাঈফ অভিনীত ছবি টাইগাৰ-৩ৰ এডভান্স বুকিং চলি আছে। বৃহস্পতিবাৰেই ছবিখনৰ ৩.৬৩ লাখ টিকট বিক্ৰী হৈছে টাইগাৰ-৩ৰ। মুক্তিৰ পূৰ্বেই ছবিখনে আয় কৰিছে ৯.৮৯ লাখ। ১২ তাৰিখে মুক্তি লাভ কৰিব ছলমান অভিনীত ছবিখনে। Sacnilk-ৰ তথ্য অনুসৰি NCR-ত অগ্ৰিম বুকিঙৰ নিৰিখত টাইগাৰ-৩য়ে আয় কৰিছে ১.৮১ কোটি, মুম্বাইত ছবিখনে আয় কৰিছে ১.৫৭ কোটি, পুনেত সংগ্ৰহ কৰিছে ৪১ লাখ আৰু বাংগালুৰুত সংগ্ৰহ কৰিছে ৮৩ লাখ।

২০২৩ চনত দেশৰ প্রধান তিনিটা মাল্টিপ্লেক্সত টিকট বুকিঙৰ নিৰিখত আগুৱাই আছিল জাৱান। জাৱান ছবিখনৰ ৫.৫৭ লাখ টিকট বিক্ৰী হৈছে। ইয়াৰ পাছতেই আছে পাঠান। ৫.৫৬ লাখ টিকেট বিক্ৰী হৈছিল পাঠানৰ। তাৰপিছতেই আছে আদিপুৰুষ আৰু গদৰ-২। এই দুই ছবিত যথাক্ৰমে ২.৮৫ লাখ আৰু ২.৭৮লাখ টিকেট বিক্ৰী হৈছিল। টাইগাৰ-৩ৰ ১.২২ লাখ অগ্ৰিম টিকেট বিক্ৰী হোৱাত স্বাভাৱিকভাৱেই সুখী ছলমান অনুৰাগী। ছবিখন মুক্তিৰ বাবে মাজত এতিয়াও তিনিটা দিন আছে। এই তিনিদিনত টিকেট বিক্ৰী আৰু বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। এই তিনিদিনত অন্যান্য ছবিৰ ৰেকৰ্ড ভাঙিব পাৰে টাইগাৰ-৩য়ে।

খবৰ অনুসৰি ছবিখনে মুক্তিৰ পূৰ্বেই প্ৰায় ১০ কোটি টকাৰ ব্যৱসায় কৰিছে। টাইগাৰ-৩ক লৈ পৰিচালক মণীশ শৰ্মাই কয়, ‘এই ছবিত একাধিক এনে দৃশ্য আছে যি ছবিয়ে সকলোকো শিঁহৰিত কৰি তুলিব বুলি মই আশাবাদী। এই চিনেমাখনৰ বাবেই বহুদিন ধৰি ছলমানৰ অনুৰাগীয়ে অপেক্ষা কৰি আছে। এই ছবিত ছলমানৰ এণ্ট্ৰীও অসাধাৰণ হ’ব।’

টাইগাৰ-৩ ক লৈ কি কৈছে ছলমান খানে?

টাইগাৰ-৩ৰ প্রথম শ্ব’ পুৱা ৬বজাৰ পৰাই আছে। এই সন্দৰ্ভত ছলমানে কয়,’পুৱাৰ শ্ব’টো মই মিছ কৰিম। পুৱা ৬টাত মই শ্ব’ চাব পাৰো নে বিমান ধৰিব পাৰো।’ এই সকলোবোৰৰ মাজত ছলমান খানো আশাবাদী। টাইগাৰ-৩ দৰ্শকে আদৰি ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!
জীৱনশৈলী

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

October 8, 2026
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?
বিনোদন

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

October 8, 2026
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ
অপৰাধ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

October 8, 2026
Next Post
বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

বিগত ৩৫ দিনতেই চাৰখাৰ গাজা! হামাছক শেষ কৰিবলৈ ইজৰাইলে টাৰ্গেট কৰি লৈছে নেকি স্বাস্থ্য ব্যৱস্থাক? WHOয়ে প্ৰকাশ কৰিছে ভয়ংকৰ খবৰ

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

১০ নে ১১? ধনতেৰছত সোন ক্ৰয়ৰ বাবে শুভ সময় কেতিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.