• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
য’তে ত’তে ফোন চাৰ্জত লগায়? সতৰ্ক নহ’লেই ঘটিব ডাঙৰ বিপদ, কেনেকৈ সাৱধান হ’ব?

য’তে ত’তে ফোন চাৰ্জত লগায়? সতৰ্ক নহ’লেই ঘটিব ডাঙৰ বিপদ, কেনেকৈ সাৱধান হ’ব?

2 years ago
হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

6 minutes ago
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

31 minutes ago
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

53 minutes ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

1 hour ago
ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

ভাগ্যই সহায় কৰিছে থালাপতি বিজয়ক! ৪ নম্বৰ কিয় ইমান বিশেষ?

2 hours ago
iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

3 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

3 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

5 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

5 hours ago
আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

আজি ৪ ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ! পঢ়ক দৈনিক ৰাশিফল

6 hours ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

17 hours ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

য’তে ত’তে ফোন চাৰ্জত লগায়? সতৰ্ক নহ’লেই ঘটিব ডাঙৰ বিপদ, কেনেকৈ সাৱধান হ’ব?

য’তে ত’তে ফোন চাৰ্জত লগায়? সতৰ্ক নহ’লেই ঘটিব ডাঙৰ বিপদ, কেনেকৈ সাৱধান হ’ব?

editor by editor
July 21, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত
0
য’তে ত’তে ফোন চাৰ্জত লগায়? সতৰ্ক নহ’লেই ঘটিব ডাঙৰ বিপদ, কেনেকৈ সাৱধান হ’ব?
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মোবাইলটো আমাৰ সৰ্বক্ষণৰ সংগী৷ পুৱাৰ এলাৰ্মৰ পৰা নিশা শুৱালৈকে সকলো সময়তে মোবাইলটো আমাৰ লগতে থাকে৷ মোবাইল এৰি জীৱন এতিয়া অকল্পনীয়৷ মোবাইল চাৰ্জ অলপমান কমি গ’লেই আমাৰ চিন্তা বাঢ়ি যায়৷ মেজাজো বেয়া হৈ পৰে৷ সেয়ে বেছিভাগ সময়ে মোবাইল ফোনত বহুতে চাৰ্জাৰ গুজি থয়৷

সকলো সময়তে মোবাইল চাৰ্জ দিয়া বেটেৰীৰ স্বাস্থ্যৰ বাবে মুঠেও ভাল নহয়৷ এনেকৈ অনবৰত মোবাইল চাৰ্জ দি থাকিলে বেটেৰী নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে৷ কেনেকৈ মোবাইলৰ বেটেৰী ভালে ৰাখিব জানক সবিশেষ৷

১. মোবাইলত ২০ শতাংশলৈকে চাৰ্জ কৰিলে মোবাইলটো চাৰ্জত লগাওক৷

২. ৮০শতাংশ চাৰ্জ হৈ গ’লে চাৰ্জাৰ খুলি দিব পাৰে৷

৩. নিশা মোবাইলটো চাৰ্জত লগাই শুই নাযাব৷ ওৰে নিশা অৰ্থাৎ ৭-৮ ঘণ্টা চাৰ্জ দিয়াৰ প্ৰয়োজন নাই৷

৪. মোবাইলৰ বেটেৰী গৰম হৈ গ’লে লগে লগে চাৰ্জাৰৰ প্লাগটো বন্ধ কৰি দিয়ক৷

৫. নতুন ফোন বাৰে বাৰে চাৰ্জ দি থকাটো অনুচিত, এনেকৈ চাৰ্জ দি থাকিলে বেটেৰীৰ ক্ষতি হয়৷

আধুনিক মোবাইলসমূহ চাৰ্জ দিয়াৰ বাবে মোবাইলৰ সৈতে যি ইউ এছ বি যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেয়া চাৰ্জ দিয়াৰ ওপৰিও তথ্য আদান প্ৰদানতো সহায়ক হয়৷ সেয়ে সেই কেবলেৰে তথ্য আদান প্ৰদান হৈ থাকোতেও চাৰ্জ হৈ থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!
জীৱনশৈলী

হঠাৎ খৰচ বাঢ়িছে নেকি? এই ৫টা টিপচে সহায় কৰিব অৰ্থ লাভত!

May 5, 2026
8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?
বাণিজ্য

8th Pay Commission: দৰমহা বৃদ্ধিৰ পৰা পেঞ্চনলৈকে, কি কি আছে কৰ্মচাৰীসকলৰ দাবী?

May 5, 2026
গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

গ্ৰীষ্মকালত কি কি ভুলে ছালৰ ক্ষতি কৰে? বিশেষজ্ঞৰ পৰা জানক

May 5, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

May 5, 2026
Next Post
বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব

বিয়াৰ খৰচ ৫০০০ কোটি, তিনি মাহত JIOৰ পৰা আম্বানীয়ে আয় কৰিলে ৫ হাজাৰ কোটিতকৈয়ো অধিক ধন, হিচাপ শুনিলে আপুনিও চমকি যাব

২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.