• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

2 years ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

4 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

4 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

5 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

6 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

6 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

7 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

8 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

8 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

9 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

9 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

10 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি

editor by editor
July 21, 2024
in জীৱনশৈলী, ভাৰত
0
২০২৫ পৰ্যন্ত দেৱগুৰুৰ আশীৰ্বাদ থাকিব তিনি ৰাশিৰ ওপৰত, বিদেশ যাত্ৰাৰ যোগ, কেৰিয়াৰতো উন্নতি
0
SHARES
19.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত দেৱগুৰু বৃহস্পতিক শুভ গ্ৰহৰ তালিকাত ৰখা হৈছে৷ বছৰত এবাৰ ৰাশি পৰিবৰ্তন কৰি থাকে এই গ্ৰহ৷ বৰ্তমান বৃষ ৰাশিত বিচৰণ কৰিছে এই গ্ৰহ৷ ২০২৫ পৰ্যন্ত এই ৰাশিত থাকিব বৃহস্পতি৷ বৃষত উপস্থিত থাকি তিনি ৰাশিৰ জাতকৰ অৰ্থ, সমৃদ্ধি আৰু প্ৰতিপত্তিৰে ভৰি উঠিব এই গ্ৰহ৷ বৃষ ৰাশিত বুধৰ বিচৰণ কোন কোন ৰাশিৰ বাবে ভাল, কাৰ কাৰ অৰ্থ লাভৰ যোগ আছে বিস্তাৰিতভাৱে জানি থওক৷

বৃষ ৰাশি

বৃষ ৰাশিত বৃহস্পতিয়ে ভ্ৰমণ কৰিছে৷ ২০২৫ চনৰ মাজ পৰ্যন্ত এই ৰাশিত অৱস্থান কৰিব দেৱগুৰুৱে৷ এই পৰিস্থিতিত এই ৰাশিৰ জাতকৰ জীৱনত সমৃদ্ধি আৰু ঐশ্বৰ্য লাভ হ’ব৷ ইয়াৰোপৰি চাকৰিয়াল জাতকৰ কেৰিয়াৰত ভাল উন্নতি হ’ব৷ দৰমহা বৃদ্ধিৰ যোগ আছে৷ ব্যৱসায়ীসকলৰ বাবে এই সময় ভাল৷ ভিন্ন কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ ইয়াৰোপৰি নতুন নতুন ব্যক্তিৰ সৈতে যোগাযোগ তৈয়াৰ কৰিব পাৰে৷ তেওঁলোকৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক৷ বিবাহিত জাতকৰ দাম্পত্য জীৱন অসাধাৰণ হ’ব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে বৃহস্পতিৰ গোচৰ লাভজনক প্ৰমাণিত হ’ব৷ বৃহস্পতিয়ে আপোনাৰ ৰাশিৰ নৱম স্থানত বিচৰণ কৰিব৷ সেই সময়ত ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে৷ দেশ বিদেশৰ যাত্ৰা কৰিব পাৰে৷ দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব এই সময়ত৷ প্ৰতিযোগীতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পৰীক্ষাত শুভ ফল লাভ কৰিব৷ বিদেশত গৈ পঢ়াশুনা কৰাৰ সুযোগ পাব৷

সিংহ ৰাশি

বৃহস্পতিৰ বৃষ ৰাশিত গোচৰ সিংহ জাতকৰ বাবে অনুকূল৷ আপোনাৰ গোচৰ কোষ্ঠীৰ দশম স্থানত বৃহস্পতিয়ে গোচৰ কৰিব৷ এই সময়ত কাম আৰু ব্যৱসায়ত বিশেষ উন্নতি কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ বৃহস্পতিৰ শুভ প্রভাৱত প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিব পাৰিব৷ আনকি অৰ্থ সঞ্চয়ত সফল হ’ব৷ চাকৰিয়াল জাতকৰ পদোন্নতি হ’ব৷ ব্যৱসায় আৰু চাকৰিত লাভৰ সুযোগ পাব৷ আয়ৰ নতুন উৎসৰ পৰা লাভ কৰিব সিংহ ৰাশিৰ জাতকে৷ কোনো সম্পত্তি বা গাড়ীৰ লেনদেন কৰিব পাৰে৷ পিতৃৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

October 5, 2026
Next Post
ছানিয়া মিৰ্জাক বিয়া কৰাবনে, কি ক’লে মহম্মদ ছামীয়ে?

ছানিয়া মিৰ্জাক বিয়া কৰাবনে, কি ক’লে মহম্মদ ছামীয়ে?

আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.