• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনে যাব আপোনাৰ আজিৰ দিনটো? চাওক ৰাশিফল…

কেনে যাব আপোনাৰ আজিৰ দিনটো? চাওক ৰাশিফল…

4 years ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

বলীউডকো প্ৰত্যাহ্বান জনাইছে অসমীয়া ছবি ‘চুপা চুপি’য়ে! গঢ়িছে নতুন ৰেকৰ্ড

19 minutes ago
শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

55 minutes ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

2 hours ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

4 hours ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

5 hours ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

6 hours ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

8 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

9 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

10 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেনে যাব আপোনাৰ আজিৰ দিনটো? চাওক ৰাশিফল…

editor by editor
November 26, 2022
in অসম, উত্তৰ-পূব, জীৱনশৈলী, বিশ্ব, ভাৰত
0
কেনে যাব আপোনাৰ আজিৰ দিনটো? চাওক ৰাশিফল…
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষঃ যিকোনো কামেই ভাৱি-চিন্তি কৰক। বাঞ্ছিত ফল লাভত বাধা পাব পাৰে। ঘৰুৱা সিদ্ধান্ত লোৱাত জ্যেষ্ঠজনৰ লগত আলোচনা কৰক। বিদ্যাত সিমান নিৰাশ নহ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ২।

বৃষঃ অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ। দিনৰ ১২ বজাৰ পিছত মনটো ফৰকাল হ’ব। অত্যাধিক কর্মৰ বোজা থাকিলেও ক্ষোভ নিয়ন্ত্ৰণ কৰক। প্রেম-প্রীতিত খুব বেয়া নহ’ব। অর্থলাভ কৰিব পাৰে। ব্যৱসায়ত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

মিথুনঃ আর্থিকত বেয়া নহ’ব। খৰচ বৃদ্ধি। বিদ্যাত শুভ। যোগ্যতাৰ পুৰস্কাৰ পাব। প্রেম-প্রীতিত শুভ। শুভ ৰঙ ৰঙা। শুভ সংখ্যা ৮।

কর্কটঃ কর্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক। খৰচ বৃদ্ধি পাব। সাধাৰণতে শৰীৰৰ দুশ্চিন্তা থাকিব। দাম্পত্যত মোটামুটি সুখৰ কাৰক। উদ্বিগ্নতা কমিব। শুভ ৰঙ হালধীয়া। শুভ সংখ্যা ১।

সিংহঃ নতুন আশাৰে আনৰ লগত কথা পাতি সুখ পাব। দিনটোত ব্যৱসায়ীসকলে লেন-দেন কৰোতে সাৱধান হ’ব। আর্থিক দিশত ধন হানি হোৱাৰ যোগ। শুভ সংখ্যা ৯ । শুভ ৰঙ বগা।

কন্যাঃ মজলীয়া ভাৱে দিনটো পাৰ হ’ব। হঠাৎ কাৰোবাৰ লগত মতান্তৰৰ সৃষ্টি হ’ব পাৰে। বিদ্যাত মধ্যম। ভ্রমণাদিত আৰ্থিক হানিৰ যোগ। আলহীৰ আগমন। শুভ ৰঙ নীলা। শুভ সংখ্যা ৭।

তুলাঃ পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যবহাৰ নকৰিলে দিনটোত উন্নত ফল পাব। ব্যবসায়ী সকলৰ বাবে দিনটো মধ্যমীয়া। যাত্ৰাদিত বাধাপ্রাপ্ত হ’ব। শুভ ৰঙ গুলপীয়া। শুভ সংখ্যা ৪।

বৃশ্চিকঃ ওলোটাভাৱে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব। আনৰ কথাত বেছি প্ৰাধান্য নিদিব। বিদ্যাত শুভ। দাম্পত্যত বিৰোধ। শুভ ৰঙ বেঙুনীয়া। শুভ সংখ্যা ৪।

ধনুঃ অকাৰণ বা কাৰণতেই হওক কাৰোবাৰ লগত মত বিৰোধ হোৱাৰ আশঙ্কা। লেন-দেনত সাৱধান হওক। শৰীৰ ভালেই বুলিব পাৰি। ঘৰুৱা দিশত দুশ্চিন্তা নাই। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।

মকৰঃ দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোন যোগাযোগত উৎসাহিত। শৰীৰত পুৰণি বেমাৰে আমনি কৰিব। বন্ধুবৰ্গৰ প্ৰতি সাৱধান। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কুম্ভঃ শৰীৰ মজলীয়া হলেও উন্নত। দূৰ যোগাযোগত বাধাপ্রাপ্ত। পেটৰ অসুখৰ কাৰক। বিদ্যাত নিৰাশ নহ’ব। শুভ সংখ্যা ৫। শুভ ৰং বগা। ব্যৱসায়ত ঋণৰ কাৰকতা। প্ৰেমত সাধাৰণ মতান্তৰ।

মীনঃ আৰ্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। কর্মক্ষেতত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব। বিদ্যাত মধ্যম। প্ৰেমত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক
জীৱনশৈলী

শনিয়ে নিৰ্ধাৰণ কৰিব কৰ্ম আৰু কুবেৰে মুকলি কৰিব ভাগ্য! ধনী হোৱাৰ সহজ উপায় জানক

July 3, 2026
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

July 3, 2026
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!
জীৱনশৈলী

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

July 3, 2026
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

July 3, 2026
Next Post
১০০০ যৌনদাসী, ৬৯ হাজাৰ গর্ভনিৰোধক ঔষধ…! এয়াই ‘ধর্মগুৰু’ৰ জীৱন, ক’ত কিয় বিখ্যাত এই ধৰ্মগুৰু?

১০০০ যৌনদাসী, ৬৯ হাজাৰ গর্ভনিৰোধক ঔষধ...! এয়াই ‘ধর্মগুৰু’ৰ জীৱন, ক’ত কিয় বিখ্যাত এই ধৰ্মগুৰু?

এলন মাস্কৰ হাঁহিৰ প্ৰশংসা কৰিলে বিতৰ্কিত লেখিকা তছলিমাই! এই প্রশংসাই কিয় নেটদুনীয়াত লগাইছে তোলপাৰ? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

এলন মাস্কৰ হাঁহিৰ প্ৰশংসা কৰিলে বিতৰ্কিত লেখিকা তছলিমাই! এই প্রশংসাই কিয় নেটদুনীয়াত লগাইছে তোলপাৰ? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.