• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত ভিটামিনৰ পৰিমান বাঢ়ি গ’লেও আক্ৰান্ত হ’ব এইকেইটা ৰোগত, কি কি ভিটামিনৰ পৰিমান বাঢ়িলে বিপদ হ’ব পাৰে?

শৰীৰত ভিটামিনৰ পৰিমান বাঢ়ি গ’লেও আক্ৰান্ত হ’ব এইকেইটা ৰোগত, কি কি ভিটামিনৰ পৰিমান বাঢ়িলে বিপদ হ’ব পাৰে?

3 years ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

10 minutes ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

48 minutes ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

18 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

18 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

19 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

19 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

20 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

20 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

21 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

22 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

শৰীৰত ভিটামিনৰ পৰিমান বাঢ়ি গ’লেও আক্ৰান্ত হ’ব এইকেইটা ৰোগত, কি কি ভিটামিনৰ পৰিমান বাঢ়িলে বিপদ হ’ব পাৰে?

editor by editor
March 22, 2023
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
শৰীৰত ভিটামিনৰ পৰিমান বাঢ়ি গ’লেও আক্ৰান্ত হ’ব এইকেইটা ৰোগত, কি কি ভিটামিনৰ পৰিমান বাঢ়িলে বিপদ হ’ব পাৰে?
0
SHARES
14.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শৰীৰ গঠনত, ৰোগ প্ৰতিৰোধত ভিটামিনৰ ভূমিকা অনস্বীকাৰ্য৷ শৰীৰত ভিটামিনৰ পৰিমান কমি গ’লে যেনেদৰে সমস্যা হয় তেনেদৰে বাঢ়ি গ’লেও সমস্যাই দেখা দিয়ে৷ সেয়ে প্ৰত্যেকজন ব্যক্তিৰেই ভিটামিনৰ নূন্যতম জ্ঞান থকাটো প্ৰয়োজন৷
ভিটামিন A- চকু ভালে ৰখাত সহায় কৰে৷ দৃষ্টিশক্তি ভাল কৰে৷ ভিটামিন-A ৰ উৎস কণী, গাখীৰ, কোমোৰা, পালেং শাক, আম আদি৷

ভিটামিন B- ভিটামিন Bৰ মাজত আছে ভিটামিন B1, ভিটামিন B2, ভিটামিন B3, ভিটামিন B5, ভিটামিন B6, ভিটামিন B12, ভিটামিন B9৷
ভিটামিন B1ৰ অভাৱত বেৰিবেৰি ৰোগ, ভিটামিন B2ৰ অভাৱত ৰাইব্লোফ্লভিন হয়৷ ইয়াৰ অভাৱত শৰীৰত বিভিন্নস্থানত ঘা, ষ্টমাইচিছ, গ্লছাইটিছ আদি হয়৷ ভিটামিন B3ৰ অভাৱত নিয়াছিন অৰ্থাৎ একধৰণৰ পেটৰ ৰোগে দেখা দিয়ে৷ ভিটামিন B5ৰ অভাৱত পেণ্টোথেনিক এছিড কমি যায়, যাৰফলত ভৰিৰ তলুৱাত পোৰণি আৰম্ভ হয়৷ ভিটামিন B12ৰ অভাৱত এনিমিয়া, পেৰিফেৰাল নিউৰপেথি স্পাইনেল কৰ্ডৰ দৰে ৰোগে দেখা দিয়ে৷ আনহাতে ভিটামিন B9ৰ উৎস ফলিক এছিড৷ এই ভিটামিনৰ পৰিমান শৰীৰত কমি গ’লে এনিমিয়া, নিউৰমেথি, নাৰ্ভৰ সমস্যাই দেখা দিয়ে৷

ভিটামিনC- ভিটামিনC ৰ উৎস এচকৰবিক এছিড৷ শৰীৰৰ বাবে ই অত্যন্ত জৰুৰী৷ ইমিউনিটি তৈয়াৰ কৰাত ইয়াৰ ভূমিকা অপৰিহাৰ্য৷ কভিডকালত ইয়াৰ গুৰুত্ব ভালদৰে অনুভৱ কৰিছে বিশ্ববাসীয়ে৷ ভিটামিন Cৰ অভাৱত হাড়ৰ সমস্যাই দেখা দিয়ে৷ ভিটামিন C ৰ উৎস নেমু, বিলাহী, ষ্টবেৰী আদি৷

ভিটামিন D- ভিটামিন Dয়ে হাড় শক্তিশালী কৰাত সহায় কৰে৷ হাড় থুনুকা হৈ পৰাৰ সমস্যা ভিটামিন Dৰ অভাৱতেই হয়৷ সূৰ্যৰ ৰশ্মিৰ পৰা এই ভিটামিন D পোৱা যায়৷

ভিটামিনK- ইয়াৰ ফলত শৰীৰৰ বিভিন্ন স্থানত ব্লিডিং ডিজঅৰ্ডাৰে দেখা দিয়ে৷ ভিটামিনK ৰ উৎস বন্ধাকবি, কল আদি৷

ভিটামিনE- ভিটামিনE কমি গ’লে বন্ধাত্ব্যৰ সমস্যাই দেখা দিয়ে৷ ইয়াৰ উৎস সূৰ্যমুখী বীজ, বাদাম৷

শৰীৰত ভিটামিন বাঢ়ি গ’লে কি কি সমস্যা হয়?
ভিটামিন সাধাৰণতে দুইধৰণৰ হয়৷ পানীত দ্ৰৱণীয় আৰু স্নেহপদাৰ্থত দ্ৰৱণীয়৷ কিছুমান ভিটামিন অতিৰিক্ত পৰিমানে সেৱন কৰিলেও অসুবিধা নাই৷ কাৰণ অতিৰিক্তখিনি বৰ্জিত পদাৰ্থ হিচাপে প্ৰসাৱৰ জৰিয়কে শৰীৰে ওলিয়াই পঠিয়াই৷ শৰীৰত ভিটামিনA-ৰ পৰিমান বাঢ়ি গ’লে ছালত নানান অসুবিধাই দেখা দিয়ে৷ খোৱাত অনিহা, বমি বমি ভাৱ, হাত, ভৰিত বিষ আদি হ’ব পাৰে৷ শৰীৰত ভিটামিনDৰ পৰিমান বাঢ়ি গ’লে কিডনী ষ্ট’নৰ সমস্যাই দেখা দিয়ে৷ ডায়েৰিয়া, হাত-ভৰিত বিষ, দুৰ্বল ভাৱ আদিয়ে দেখা দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!
জীৱনশৈলী

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

August 30, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
কাৰাগাৰলৈ যাব ৰাহুল গান্ধী! নৰেন্দ্ৰ মোদীৰ পদবীক লৈ আপত্তিকৰ মন্তব্যৰ বাবেই দোষী সাব্যস্ত

কাৰাগাৰলৈ যাব ৰাহুল গান্ধী! নৰেন্দ্ৰ মোদীৰ পদবীক লৈ আপত্তিকৰ মন্তব্যৰ বাবেই দোষী সাব্যস্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিঠি পোৱা মাত্ৰকেই মহাৰাষ্ট্ৰৰ বিধায়কে ক’লে, ‘ছৰি মোক ক্ষমা কৰিব, কুকুৰ খাই বুলি ক’ব নালাগিছিল’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিঠি পোৱা মাত্ৰকেই মহাৰাষ্ট্ৰৰ বিধায়কে ক’লে, 'ছৰি মোক ক্ষমা কৰিব, কুকুৰ খাই বুলি ক’ব নালাগিছিল’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.