• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ পাচলি ডায়বেটিছৰ মহৌষধ, দৈনিক খালেই কমিব ছুগাৰ

এই ৫ পাচলি ডায়বেটিছৰ মহৌষধ, দৈনিক খালেই কমিব ছুগাৰ

2 years ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

8 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

42 minutes ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

1 hour ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

2 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

2 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

4 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

6 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

8 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

এই ৫ পাচলি ডায়বেটিছৰ মহৌষধ, দৈনিক খালেই কমিব ছুগাৰ

এই ৫ পাচলি ডায়বেটিছৰ মহৌষধ, দৈনিক খালেই কমিব ছুগাৰ

editor by editor
July 12, 2024
in খাদ্য, জীৱনশৈলী, স্বাস্থ্য
0
এই ৫ পাচলি ডায়বেটিছৰ মহৌষধ, দৈনিক খালেই কমিব ছুগাৰ
0
SHARES
12.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত ডায়াবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমশ বৃদ্ধি পাইছে৷ এবাৰ এই ৰোগত আক্ৰান্ত হ’লে ডায়েটত কিছু সালসলনি অনাটো জৰুৰী৷ যিমানেই ঔষধ নাখাওক কিয় এই ৰোগক নিয়ন্ত্ৰণত ৰখাটো কঠিন কাম৷ এই ৰোগত আক্ৰান্ত হ’লে মিঠা, ফাষ্টফুড, প্ৰচেছড ফুডৰ দৰে খাদ্যৰ পৰা দূৰত থকাটো খুবেই প্ৰয়োজন৷ এইসমূহৰ ওপৰিও কেইবিধমান পাচলি স্বাস্থ্যৰ বাবে উপকাৰী৷ এইকেইবিধ পাচলিয়ে ডায়বেটিছ নিয়ন্ত্ৰণতো সহায় কৰে৷

গাজৰ

আমাৰ অতি প্ৰিয় গাজক কিন্তু ডায়বেটিছ ৰোগীৰ বাবে ভীষণ উপকাৰ৷ কাৰণ ইয়াত আছে ফাইবাৰৰ ভাণ্ডাৰ৷ আৰু এই উপাদানে তেজত ছুগাৰ লেভেল বঢ়াই দিয়ে৷ কেৱল সেয়াই নহয় এই পাচলিত আছে ভাল পৰিমানৰ ভিটামিন-এ৷ এই ভিটামিনৰ গুণতেই ডায়বেটিছ ৰোগীৰ চকুৰ সমস্যা নহয়৷ সেয়ে সময় নষ্ট নকৰিব নিয়মিত গাজৰ খোৱাটো জৰুৰী৷

ব্ৰকলি

এই পাচলিত অত্যন্ত উপকাৰী এক ধৰণৰ ফাইবাৰ থাকে৷ এই উপাদানে ছুগাৰ কমোৱাত সহায় কৰে৷ যাৰ ফলত তেজত গ্লুকজ লেভেল বঢ়াৰ আশংকা নাথাকে৷ কেৱল সেয়াই নহয় এই ফাইবাৰৰ গুণত কলেষ্টৰেলো কমাই ৰখা সম্ভৱ৷ ইয়াৰোপৰি ব্ৰকলিত মজুত আছে ভিটামিন আৰু খনিজৰ গুণত শৰীৰ আৰু স্বাস্থ্য ভালে থাকে৷ সেয়ে বিশেষজ্ঞসকলে নিয়মিত এই পাচলি খালে পুষ্টিৰ অভাৱ দূৰ হয় বুলি দাবী কৰে৷

বন্ধাকবি

এসময়ত কেৱল শীতকালতেই বন্ধাকবি পোৱা গৈছিল৷ সেই দিন এতিয়া অতীত৷ এতিয়া বছৰৰ বিভিন্ন সময়তেই বন্ধাকবি পোৱা যায়৷ বন্ধাকবিক ফাইবাৰৰ খনি বুলি কোৱা হয়৷ বন্ধাকবি খালে তেজত ছুগাৰ লেভেল এক নিৰ্দিষ্ট পৰিমাপত থাকে৷ কেৱল সেয়াই নহয়, ইয়াত মজুত আছে এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন -চি৷ ডায়বেটিছ ৰোগীসকলে সেয়ে এই পাচলি খাব পাৰে৷

বিলাহী

পৃথিৱীৰ প্ৰথম শাৰীৰ সকলো পুষ্টিবিদেই কয় যে, বিলাহী উপকাৰী খাদ্য৷ বিলাহীত প্ৰচুৰ পৰিমানে ভিটামিন-চি, লাইকোপেনৰ দৰে উপকাৰী উপাদান থাকে৷ এইসমূহ উপাদানে ডায়বেটিছ ৰোগীসকলক একাধিক অসুখৰ পৰা দূৰত ৰাখে৷ কেৱল সেয়াই নহয়, ইয়াত মজুত ফাইবাৰৰ গুণে ছুগাৰ লেভেল নিয়ন্ত্ৰিত হৈ থকাত সহায় কৰে৷ ডায়বেটিছ ভুক্তভোগীসকলে আজিৰ পৰা পাচলি হিচাপে বিলাহী খাব পাৰে৷ তেতিয়া অনায়াসে ছুগাৰ বশ হয়৷

মাছৰুম

বেছিভাগ লোকৰেই মাছৰুম অতি প্ৰিয়৷ এই খাদ্যত পৰ্যাপ্ত পৰিমাণে ভিটামিন আছে৷ এই ভিটামিনে ডায়বেটিছ ৰোগীৰ শৰীৰৰ বাবে উপকাৰী৷ ইয়াৰোপৰি ইয়াত মজুত থকা ফাইবাৰে তেজত ৰক্ত শৰ্কৰাৰ মাত্ৰাক নিয়ন্ত্ৰণ কৰে৷ সেয়ে ডায়বেটিছ ৰোগীক মাছৰুম খাবলৈ উপদেশ দিয়া হয়৷

(Disclaimer: প্রতিবেদনটো সচেতনতাৰ উদ্দেশ্যে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামর্শ লওক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
বক্ৰী হ’ব শনি, শনিৰ বক্ৰী চলনে বেংক বেলেন্স বঢ়াব কুম্ভসহ এই ৫ৰাশিৰ

বক্ৰী হ’ব শনি, শনিৰ বক্ৰী চলনে বেংক বেলেন্স বঢ়াব কুম্ভসহ এই ৫ৰাশিৰ

৩৪ দিনত ৬বাৰ কা/মু/ৰি/লে সাপে, মোমায়েকৰ ঘৰলৈ গৈয়ো শান্তিত নাই, তাতো খেদিছে সাপে, ঘটনা কি?

৩৪ দিনত ৬বাৰ কা/মু/ৰি/লে সাপে, মোমায়েকৰ ঘৰলৈ গৈয়ো শান্তিত নাই, তাতো খেদিছে সাপে, ঘটনা কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.