• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৪ দিনত ৬বাৰ কা/মু/ৰি/লে সাপে, মোমায়েকৰ ঘৰলৈ গৈয়ো শান্তিত নাই, তাতো খেদিছে সাপে, ঘটনা কি?

৩৪ দিনত ৬বাৰ কা/মু/ৰি/লে সাপে, মোমায়েকৰ ঘৰলৈ গৈয়ো শান্তিত নাই, তাতো খেদিছে সাপে, ঘটনা কি?

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

12 minutes ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

41 minutes ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

59 minutes ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

2 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

2 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

3 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

3 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

5 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

7 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩৪ দিনত ৬বাৰ কা/মু/ৰি/লে সাপে, মোমায়েকৰ ঘৰলৈ গৈয়ো শান্তিত নাই, তাতো খেদিছে সাপে, ঘটনা কি?

৩৪ দিনত ৬বাৰ কামুৰিলে সাপে, মোমায়েকৰ ঘৰলৈ গৈয়ো শান্তিত নাই, তাতো খেদিছে সাপে, ঘটনা কি?

editor by editor
July 12, 2024
in জীৱনশৈলী, ভাৰত
0
৩৪ দিনত ৬বাৰ কা/মু/ৰি/লে সাপে, মোমায়েকৰ ঘৰলৈ গৈয়ো শান্তিত নাই, তাতো খেদিছে সাপে, ঘটনা কি?
0
SHARES
652
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপোনত সাপ দেখা পালে উত্তৰপ্ৰদেশৰ ফাতেপুৰৰ মালৱা থানাৰ অন্তৰ্গত চাউৰা গাওঁৰ বাসিন্দা বিকাশ ডুবেই৷ তাৰপিছতেই সেই ব্যক্তিক সাপে পিছ এৰা নাই৷ ৩৪ দিনত ৬বাৰ সাপে কামুৰিছে ব্যক্তিজনক৷ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া আতংকত ভূগিছে ব্যক্তিজনৰ লগতে পৰিয়ালো৷

বিগত ৩৪ দিনত ২৪ বছৰ বয়সীয়া যুৱক বিকাশ ডুবেক ছয়বাৰ সাপে কামুৰিছে৷ বিকাশক যেতিয়া তৃতীয়বাৰ সাপে কামূৰিছিল তেতিয়া চিকিৎসকে তেওঁক ঘৰৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল৷ চিকিৎসকৰ কথা মানিয়েই বিকাশে ঘৰ এৰি মোমায়েকৰ ঘৰলৈ যায়৷ তাতো কিন্তু সাপৰ পৰা ৰক্ষা নাপালে বিকাশে৷ বৰ্তমান পৰ্যন্ত ৬বাৰ সাপে কামুৰিছে বিকাশক৷ এই ঘটনাক লৈ পৰিয়ালৰ লগতে চিকিৎসকো আচৰিত৷

বিকাশে এই সন্দৰ্ভত কয় যে, নিশা তেওঁ সপোনত দেখিছে যে, সাপে তেওঁক মুঠ ৯বাৰ কামুৰিব৷ শেষবাৰ সাপে কামুৰিলেই তেওঁৰ মৃত্যু হ’ব৷ এই সপোনৰ কথা পৰিয়ালৰ লোকক কোৱাৰ পাছতেই শংকাত ভূগিছে পৰিয়ালৰ লোক৷ বৰ্ষাকালশ আৰম্ভ হ’লেই সাপৰ উপদ্ৰল বাঢ়ে৷ আনকি ঘৰতো সাপ সোমাই পৰে৷ সেইবাৰে বিকাশক সাৱধানে থাকিবলৈ আহ্বান জনাইছে চিকিৎসকৰ লগতে পৰিয়ালৰ লোকেও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫সামগ্ৰী, প্ৰসন্ন হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫সামগ্ৰী, প্ৰসন্ন হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ

‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.