• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫সামগ্ৰী, প্ৰসন্ন হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫সামগ্ৰী, প্ৰসন্ন হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

2 years ago
মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

12 minutes ago
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

58 minutes ago
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

1 hour ago
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

3 hours ago
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

3 hours ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

6 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

7 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

8 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

9 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

10 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

10 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫সামগ্ৰী, প্ৰসন্ন হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫সামগ্ৰী, প্ৰসন্ন হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা

editor by editor
July 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫সামগ্ৰী, প্ৰসন্ন হ’ব মহাদেৱ, দূৰ হ’ব সকলো সমস্যা
0
SHARES
392
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিলেই আৰম্ভ হয় শাওন মাহ৷ সেই হিচাপ অনুসৰি আগন্তুক ১৬ জুলাইত সূৰ্যই মিথুন ৰাশি এৰি কৰ্কট ৰাশিৰ গোচৰ কৰিব আৰু তাৰপাছতেই ১৭ জুলাইত আৰম্ভ হ’ব শাওন মাহ৷ বৈদিক পঞ্জিকা অনুসৰি শাওন মাহ আৰম্ভ হ’ব আগন্তুক ২২ জুলাইৰ পৰা৷ শাস্ত্ৰ অনুসৰি শাওন মাহ হৈছে মহাদেৱৰ প্ৰিয় মাহ৷ শিৱভক্তসকলৰ বাবে এই মাহ বিশেষ৷ বহু শিৱভক্তই এই মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰে৷ শাওন মাহৰ সোমবাৰসমূহত বহুতে উপবাসে থাকে৷ শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বে ঘৰলৈ আনক এইকেইপদ সামগ্ৰী৷ মহাদেৱৰ আশীৰ্বাদ আপুনি লাভ কৰিবই৷

ত্ৰিশূল

ত্ৰিশূল হৈছে শিৱৰ প্ৰতীক৷ মহাদেৱৰ হাতত ত্ৰিশূল থাকে৷ সেয়ে শিৱৰ প্ৰিয়মাহ শাওনত এটি ৰূপ বা তামৰে তৈয়াৰী ত্ৰিশূল ঘৰলৈ আনক৷ ভোলানাথৰ ত্ৰিশূলে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সমস্ত অশুভ শক্তি দূৰ কৰে৷

পাৰদ শিৱলিংগ

পাৰদ, ৰূপ একেলগে মিহলি কৰি যি শিৱলিংগ তৈয়াৰ কৰা হয় তাকেই পাৰদ শিৱলিংগ বুলি কোৱা হয়৷ শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বে ঘৰত এটি পাৰদ শিৱলিংগ আনক৷ প্ৰচলিত বিশ্বাস অনুসৰি ঘৰত পাৰদ শিৱলিংগ থাকিলে মহাদেৱ প্ৰসন্ন হয় আৰু আপোনাৰ মনৰ সমস্ত ইচ্ছা পূৰণ হয়৷

ৰুদ্ৰাক্ষ

ৰুদ্ৰাক্ষ হৈছে মহাদেৱৰ অলংকাৰ৷ পবিত্ৰ মাহ শাওনতে ৰুদ্ৰাক্ষ ঘৰলৈ আনিলে অত্যন্ত শুভ বুলি কোৱা হয়৷ শাওন মাহত ৰুদ্ৰাক্ষৰ মালা আপুনি ডিঙিতো পৰিধান কৰিব পাৰে৷ ইয়াৰ ফলত জীৱনত উন্নতি খাটাং৷

গংগাজল

সকলো হিন্দুধৰ্মাৱলম্বীৰ ঘৰতেই গংগাজল ৰখাটো জৰুৰী৷ শাওন মাহত ঘৰত গংগাজল ৰখাটো জৰুৰী৷ শাওন মাহৰ প্ৰথম দিনা অথৱা শাওনৰ প্ৰথম সোমবাৰে ঘৰত গংগাজল ছটিয়াওক৷ ইয়াৰ ফলত ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পায়৷

ৰূপৰ কাঢ়া

মহাদেৱৰ ভৰিত পৰিধান কৰা অলংকাৰ বিধেই হৈছে ৰূপৰ কাঢ়া৷ শাওন মাহত ৰূপৰ কাঢ়া ঘৰলৈ অনাটো শুভ৷ ইয়াৰ ফলত শিৱৰ আশীৰ্বাদ আপুনি লাভ কৰিব খাটাং৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা
জীৱনশৈলী

মাইগ্ৰেইনৰ সমস্যাত ভুগিছে নেকি? ইয়াৰ চিকিৎসা কি জানক বিশেষজ্ঞৰ পৰা

April 17, 2026
বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?
জীৱনশৈলী

বাৰে বাৰে গৰ্ভপাত, শেষ হ’ব নেকি মাতৃ হোৱাৰ সপোন?

April 17, 2026
বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি
বিনোদন

বিপদত মৰ্মিতা মিত্ৰ! ঠায়ে ঠায়ে বাতিল মৰ্মিতাৰ বিহু অনুষ্ঠানৰ চুক্তি

April 17, 2026
EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ
বাণিজ্য

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

April 17, 2026
Next Post
‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ

‘তাই আমাৰ সকলো লুটি নিলে, পুত্ৰৰ মৰোণোত্তৰ সন্মান হাতেৰে চুই চাব নিদিলে,’ গুৰুতৰ অভিযোগ অংশুমানৰ পিতৃ-মাতৃৰ

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.