• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!

2 years ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

49 minutes ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

2 hours ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

15 hours ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

16 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

16 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

17 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

17 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

18 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

19 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

20 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

21 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!

editor by editor
July 12, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ পাইছিলহে, লগে লগে পুনৰ বিপদ বাঢ়িল কেজৰিৱালৰ!

চিবিআই গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ২৫ জুলাইলৈ বৃদ্ধি কৰিছে ৰাউছ এভিনিউ আদালতে। ইডিয়ে দাখিল কৰা অভিযোগনামাখনৰ পৰৱৰ্তী শুনানি ২৫ জুলাইত ৰাউজ এভিনিউ আদালতত অনুষ্ঠিত হ’ব।

উচচতম ন্যায়ালয়ে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতিৰ অভিযোগ উত্থাপিত কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে চিবিআইয়ে পঞ্জীয়ন কৰা গোচৰৰ বাবে তেওঁ এতিয়াও জেলত থাকিব।

আবকাৰী নীতিৰ কথিত কেলেংকাৰিৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত ২৬ জুনত চিবিআইয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। এতিয়া চিবিআই গোচৰত অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা বৃদ্ধি কৰা হৈছে।

ইয়াৰ পূৰ্বে ইডিয়ে দাখিল কৰা অভিযোগনামাক ৰাউজ এভিনিউ আদালতে খবৰ লোৱাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ হয়। আদালতে আটাইকেইজন অভিযুক্তৰ বাবে প্ৰডাকচন ৱাৰেণ্ট জাৰি কৰিছিল । অধিবক্তা বিক্ৰম চৌধুৰীয়ে কয় যে এই গোচৰত আপক অভিযুক্ত হিচাপে মাতি অনা হৈছে। আদালতে কেজৰিৱালৰ অধিবক্তাক অভিযোগ পত্ৰৰ কপি আৰু অভিযোগ পত্ৰৰ সৈতে জড়িত নথি-পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ২৫ জুলাইলৈ বৃদ্ধি হোৱাৰ পিছত আপ নেতা সঞ্জয় সিঙে বিজেপিক লক্ষ্য কৰি লৈছে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, ‘আপুনি মিছা গোচৰ ৰুজু কৰি কিমান দিনলৈ সত্যক কাৰাগাৰত বন্দী কৰি ৰাখিব মোডী জী, সমগ্ৰ দেশে আপোনাৰ একনায়কত্ববাদক চাই আছে? ই ডি ক’ৰ্ট হওক বা উচ্চতম ন্যায়ালয় হওক, সকলোৱে একমত। অৰবিন্দ কেজৰিৱালক মিছাকৈ জড়িত কৰিছে ইডিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arvinda KejriwaldelhiDelhi CMKejriwalsupreme court
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ
বিশ্ব

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

September 3, 2026
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন
জীৱনশৈলী

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

September 3, 2026
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

September 2, 2026
Next Post
মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা

মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা

সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ’ব এটি বিশেষ দিন – ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা

সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ'ব এটি বিশেষ দিন - ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.