• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা

মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা

2 years ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

34 minutes ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

2 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

2 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

10 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

11 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

12 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

13 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

13 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

13 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

14 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

15 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা

editor by editor
July 12, 2024
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী
0
মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ আজি মৰণোত্তৰ পৰীক্ষা, ৰহস্যঘন হৈ পৰিছে ঘটনা

আজি সম্পন্ন হ’ব মালিগাঁৱত বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ৰঘুৰ মৰণোত্তৰ পৰীক্ষা। পৰিয়ালৰ মতে এইয়া এক হত্যাকাণ্ড। অধিক ৰহস্যঘন হৈ পৰিছে ঘটনা। পত্নীৰ বাৰে বাৰে দাবী এয়া দেখদেখকৈ হত্যাকাণ্ড।

গুৱাহাটীৰ মালিগাঁৱত এটা বস্তাৰ ভিতৰত বৃহস্পতিবাৰে ১১ জুলাই তাৰিখে পুৱা উদ্ধাৰ হৈছিল মৃতদেহটো। পাছত সেই মৃতদেহটো উত্তৰ প্ৰদেশৰ ৰঘুবেন্দ্ৰ কুমাৰ গুপ্ত ওৰফে ৰঘুৰ বুলি পৰিচয় উদ্ধাৰ।

ঘটনা সন্দৰ্ভত পত্নীয়ে কয় যে, কাৰোৰে সৈতে কোনো ধৰণৰ শত্ৰুতা নাছিল ৰঘুবেন্দ্ৰ তথা ৰঘুৰ। স্বভাৱত একেবাৰে শান্ত আছিল। উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীলৈ ব্যৱসায়ৰ কামত আহিছিল। আৰু গুৱাহাটীতে শেষ হৈ যায়।

মৃত ৩২ বছৰীয়া ৰঘুৰ পৰিয়াল উত্তৰ প্ৰদেশৰ বলিয়া জিলাত থাকে। বিবাহিত ৰঘুৰ এগৰাকী কনমানি কন্যাৰ লগতে অন্তঃসত্ত্বা পত্নী আছিল।

আৰক্ষীয়ে কালি মৃতদেহ উদ্ধাৰৰ পাছতে মৃতদেহ সন্দৰ্ভত দিয়া ভাষ্য অনুসৰি, মৃতদেহটোৰ উৱলি যোৱা অৱস্থা দেখি তিনিদিন পূৰ্বেই মৃত্যু হোৱাৰ সন্দেহ।

অতি নৃশংস অৱস্থাত উদ্ধাৰ হৈছিল ৰঘুৰ মৃতদেহটো। উৱলি যোৱা মৃতদেহটোৰ শৰীৰত নাছিল এখনো কাপোৰ। শৰীৰৰ পৰা উলিয়াই দিয়া হৈছিল চকু। লগতে কাটি পেলোৱা হৈছিল ডাঢ়ি।

আজি মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। লগতে তদন্ত চলাই আছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত কেৱল কামাখ্যা জংচনৰ কিছুমান ফুটেজ পাইছে। চিচি টিভিত ৰঙা ৰঙৰ স্কুটি চলাই যোৱা দেখা পোৱা গৈছিল ৰঘুক। তাৰ বাহিৰে বৰ্তমানলৈ অন্য কোনো ক্লু উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam. GuwahatibusinessmanGuwajhatimaligaonMaligaon Murder Casemurder caseuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিজেপি নেতাৰ গৃহত ডকাইতি
ৰাজনীতি

বিজেপি নেতাৰ গৃহত ডকাইতি

October 13, 2026
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!
অপৰাধ

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

October 13, 2026
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
Next Post
সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ’ব এটি বিশেষ দিন – ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা

সংবিধানৰ নামত এতিয়াৰে পৰা পালন কৰা হ'ব এটি বিশেষ দিন - ঘোষণা কৰিলে কেন্দ্ৰৰ ফালৰ পৰা

কইনা আনিবলৈ ওলাল অনন্ত, সমুখলৈ আহিল দৰাৰ প্ৰথমখন ফটো

কইনা আনিবলৈ ওলাল অনন্ত, সমুখলৈ আহিল দৰাৰ প্ৰথমখন ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.